ADVERTISEMENT

Tag: NASA

চন্দ্ৰত পানী আছে পেঞ্চিলৰ সমান কোটি কোটি সৰু গাঁতত

অনুমান কৰাতকৈও চন্দ্ৰত অধিক পানী জমা হৈ আছে। ইতিপূর্বে এই বিষয়ত থকা ধাৰণাৰ বৃহৎ পৰিৱৰ্তন হােৱাৰ তথ্য শেহতীয়াকৈ পােহৰলৈ আহিছে। ...

Read more

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচন : মহাকাশৰ পৰাই ভোটদান মহাকাশচাৰীৰ

মহাকাশৰ মহাশূন্যৰ পৰাই মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে মহাকাশচাৰীয়ে । ড'নাল্ড ট্ৰাম্প আৰু জ' বাইডেনৰ যুঁজখনে সমগ্ৰ বিশ্বৰ দৃষ্টি ...

Read more

গ্ৰহাণুত পদাৰ্পণ মহাকাশযানৰঃ সংগ্ৰহ মাটি

ইতিহাস গঢ়িবলৈ সক্ষম হ’ল নাছাই ।মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ দ্বাৰা প্ৰেৰিত "অচিৰিছ আৰ ই এক্স"মহাকাশযানখনে গ্ৰহাণু "বেন্নু"ত অৱতৰণ কৰিবলৈ ...

Read more

ব্রহ্মাণ্ডৰ ৰহস্য! নমুনা সংগ্রহৰ বাবে গ্রহাণুত

ব্রহ্মাণ্ডৰ গােপন ৰহস্য জানিবলৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে মার্কিন মহাকাশ সংস্থা নাছা। ৰহস্যৰ আঁত খুলিবলৈ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা নাছাই ...

Read more

চন্দ্ৰত ‘৪-জি’ সেৱা ঃ যৌথ ভাৱে আগবাঢ়িছে নাছা-ন’কিয়াই

এইবাৰ চন্দ্ৰতাে ৪-জি’ সেৱা লাভ কৰাটো সম্ভৱ হ'ব। কথাটো শুনিবলৈ অসম্ভৱ যেন লাগিলেও এই অসম্ভৱকেই সম্ভৱ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে ...

Read more

আজি আৰু কাইলৈ পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব পাঁচটা গ্ৰহাণু

দুসপ্তাহ পূৰ্বে পৃথিৱীৰ একেবাৰে কাষেৰে পাৰ হৈ গ'ল এটি গ্ৰহাণু । অহা দুদিনত পুনৰ আন পাঁচটা গ্ৰহাণুৱে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ ...

Read more

আন্তৰাষ্ট্ৰীয় স্পেচ ষ্টেচনলৈ নাছাৰ ২৩ মিলিয়ন প্ৰদান

আন্তৰাষ্ট্ৰীয় স্পেচ ষ্টেচনলৈ NASA য়ে শৌচালয় পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰদান কৰিছে ২৩ মিলিয়ন। নতুনকৈ নিৰ্মাণ হ’ব লগা শৌচালয় নিৰ্মাণৰ দায়িত ...

Read more

চন্দ্ৰপৃষ্ঠত এইবাৰ খোজ পেলাব মহিলা মাৰ্কিন মহাকাশচাৰীয়ে

চন্দ্ৰত মানুহৰ পদাৰ্পণৰ ৫৫ বছৰ পাছত ২০২৪ ত আকৌ এবাৰ পৃথিৱীৰ উপগ্ৰহটোত খোজ পেলাব মহিলা মহাকাশচাৰীগৰাকীয়ে।এজন পুৰুষ সহযোগীৰ স'তে চন্দ্ৰৰ ...

Read more
Page 4 of 5 1 3 4 5