Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মহাকাশ ষ্টেচনত উৎপাদন হ’ল জলকীয়া

মহাশূণ্য খেতিৰ ফচল গুণাগুণ পৰীক্ষাৰ বাবে অনা হ'ব পৃথিৱীলৈ

publisher by publisher
November 6, 2021
in News
Reading Time: 1 min read
0
মহাকাশ ষ্টেচনত উৎপাদন হ’ল জলকীয়া
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

মহাকাশত জলকীয়াৰ খেতি। এই অসাধ্যই সাধন কৰিলে এদল মহাকাশচাৰীয়ে। তেওঁলোকে জলকীয়া উৎপাদন কৰিলে আন্তর্জাতিক মহাকাশ ষ্টেচনত।

ADVERTISEMENT

প্ৰথমবাৰলৈ মহাকাশ ষ্টেচনত কোনো ফচলৰ খেতি সফল হ’ল। আনকি সেই জলকীয়াৰ ইতিমধ্যে সোৱাদো লৈছে মহাকাশচাৰীসকলে।

নাছাৰ তৰফৰ পৰা এই বাতৰি সদৰী কৰিছে। মহাকাশত কি কি ফচলৰ উৎপাদন সম্ভৱ, তাৰ সম্ভেদ লোৱাৰ বাবেই যোৱা জুনত পৃথিৱীৰ পৰা জলকীয়াৰ প্ৰচুৰ বীজ মহাকাশ ষ্টেচনলৈ নিয়া হৈছিল।

মঙল গ্রহ বা চন্দ্ৰত মহাকাশচাৰীসকলে দীর্ঘদিন ধৰি থাকিবলগীয়া হ’লে তাত কি কি ফচল গজাব পৰা যাব, সেয়া বুজিবলৈকে মহাকাশ ষ্টেচনত এই পৰীক্ষা কৰা হৈছিল বুলিও নাছাৰ তৰফৰ পৰা জনোৱা হৈছে।

নাছাই জনাইছে যে যোৱা শুকুৰবাৰে মহাকাশ ষ্টেচনত বীজৰ পৰা প্ৰথম জলকীয়াৰ ফলন সম্ভৱ হয়। নাছাৰ মহাকাশচাৰী মেগান মেকআর্থাৰে টুইট কৰি জনাইছে যে মহাকাশ ষ্টেচনত উৎপাদন হোৱা জলকীয়া তেওঁলোকে ফাজিতা বীফৰ স’তে খাইছে।

যোৱা জুলাইত নাছাৰ তৰফৰ পৰা জনাইছিল যে পৃথিৱীৰ পৰা নিয়া বীজৰ পৰা মহাকাশ ষ্টেচনত চাৰি মাহৰ ভিতৰতে জলকীয়া উৎপাদন কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

লগতে জনোৱা হৈছিল যে ‘প্লেণ্ট হেবিটেট-০৪’ অভিযানৰ দ্বাৰা এই প্ৰথমবাৰলৈ মহাকাশত বীজৰ পৰা পোনপটীয়াকৈ জলকীয়াৰ ফলন সম্ভৱ হ’ল।

তেতিয়াই নাছাৰ তৰফৰ পৰা জনোৱা হৈছিল যে সেই জলকীয়া যদি খাদ্যৰ উপযোগী বুলি ভবা হয়, তেন্তে মহাকাশ ষ্টেচনতে ইয়াৰ সোৱাদ ল’ব মহাকাশচাৰীসকলে।

তাৰ পাছত তাত উৎপাদন হোৱা বাকী জলকীয়াখিনি তাৰ খাদ্যগুণ যথার্থ হয় নে নহয়, সেয়া পৰীক্ষা কৰাৰ বাবে পৃথিৱীলৈ ঘূৰাই অনা হ’ব।

মহাকাশত উৎপাদন কৰা বিভিন্ন ফচল খোৱাৰ পাছত মহাকাশচাৰীসকলৰ শৰীৰত কি কি প্ৰভাৱ পৰিব পাৰে, সেয়াও চালি-জাৰি চোৱা হ’ব বুলি যোৱা জুলাইতে নাছাৰ তৰফৰ পৰা জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: International Space stationNASApeppersSpace
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d