ADVERTISEMENT

Tag: RBI

Bitcoin : নিষেধাজ্ঞা নহয় নিয়ন্ত্রণ, ক্রিপ্টোকাৰেন্সি সন্দৰ্ভত মোদী চৰকাৰক বার্তা আইএমএফ-ৰ

নির্বিচাৰে ডিজিটেল মুদ্রা বা ক্রিপ্টোকাৰেন্সিৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ প্রয়োজন নাই । ডিজিটেল মুদ্রাৰ লেনদেন নিয়ন্ত্রণ কৰা উচিত বুলি ধাৰণা কৰি ...

Read moreDetails

RBI : কিয় পাবলৈ টান দুহেজাৰৰ নোট, জালিৰ বাবে গোলপীয়া টকা বাতিলৰ পথত নেকি !

শেহতীয়াকৈ নোট বাতিলৰ পাঁচ বছৰ পূর্ণ হ'ল । কিন্তু সেই সময়ত ছপা কৰা দুহেজাৰ টকাৰ নোট বিগত কিছু বছৰত ক্রমশ ...

Read moreDetails

RBI : ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ কার্যকালৰ ম্যাদ তিনি বছৰ বৃদ্ধি কৰিলে কেন্দ্ৰই

ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)-ৰ গভর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা তিনি বছৰ বৃদ্ধি কৰিলে কেন্দ্রীয় চৰকাৰে । কেন্দ্রীয় মন্ত্রীসভাৰ নিয়োগ ...

Read moreDetails

এক অক্টোবৰৰ পৰা কাৰ্ডৰ জৰিয়তে লেনদেনৰ নিয়ম সলনি, জানি লওক এইসমূহ নতুন নিয়ম..

এক অক্টোবৰৰ পৰা গ্ৰাহকসকলক ডেবিট, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কে'বাটাও পৰিৱৰ্তন আনিব ৰিজাৰ্ভ বেংকে । এই কাৰ্ডৰ জৰিয়তে, ফোন বিল, অ'টিটি-ৰ ...

Read moreDetails

আৰ বি আইৰ নিয়ম : ৫০ হেজাৰতকৈ অধিক মূল্যৰ চেকত লাগিব সবিশেষ তথ্য

এতিয়াৰে পৰা ৫০ হেজাৰ টকাতকৈ অধিক মূল্যৰ চেক জাৰি কৰিলে কিছুমান তথ্যপাতি উল্লেখ কৰিব লাগিব। দেশৰ প্ৰায়বােৰ বেংকে ‘পজিটিভ পে ...

Read moreDetails

 বেংকৰ বিৰুদ্ধে কঠোৰ আৰ বি আই, এ টি এমত ধন নাথাকিলে বেংকে ভৰিব লাগিব ১০ হেজাৰ টকাৰ জৰিমনা

এ টি এমত এতিয়াৰে পৰা নগদ ধন জমা নাথাকিলে বেংকে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ৰিজার্ভ বেংক (আৰ বি আই)-এ এই ...

Read moreDetails

২২জুলাইৰ পৰা ভাৰতত নতুন ডেবিট, ক্ৰেডিট কাৰ্ড জাৰি কৰিব নোৱাৰিব মাষ্টাৰকাৰ্ডে

অহা সপ্তাহৰ পৰা ভাৰতত মাষ্টাৰকার্ডে নতুন ডেবিট-ক্রেডিট কার্ড জাৰি কৰিব নােৱাৰিব। ২২ জুলাইৰ পৰা নতুন প্রিপেইড কার্ডো মাষ্টাৰকার্ডে জাৰি কৰিব ...

Read moreDetails

ম্যাদ শেষ হােৱাৰ পাছতাে এফডিৰ ধন নুলিয়ালে ক্ষতিৰ বােজা বহন কৰিব লাগিব গ্রাহকে !

ভাৰতীয়সকলৰ বাবে সঞ্চয়ৰ অন্যতম জনপ্রিয় পথটোৱেই হ’ল ফিক্সড ডিপজিট বা এফডি। দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বেংকিং প্রতিষ্ঠানত ন্যূনতম সাত ...

Read moreDetails
Page 3 of 4 1 2 3 4