Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

RBI : কিয় পাবলৈ টান দুহেজাৰৰ নোট, জালিৰ বাবে গোলপীয়া টকা বাতিলৰ পথত নেকি !

publisher by publisher
November 12, 2021
in Business, India, News
Reading Time: 1 min read
0
RBI : কিয় পাবলৈ টান দুহেজাৰৰ নোট, জালিৰ বাবে গোলপীয়া টকা বাতিলৰ পথত নেকি !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

শেহতীয়াকৈ নোট বাতিলৰ পাঁচ বছৰ পূর্ণ হ’ল । কিন্তু সেই সময়ত ছপা কৰা দুহেজাৰ টকাৰ নোট বিগত কিছু বছৰত ক্রমশ কমিছে । এতিয়া বজাৰত প্ৰায় দেখিবলৈ পোৱা নাযায় । কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে জনাইছিল, বিগত দুবছৰ ধৰি নতুনকৈ গোলপীয়া নোট ছপা কৰা হোৱা নাই । সূত্ৰ অনুসৰি, বজাৰৰ পৰা এই নোট তুলি লোৱাৰ প্রক্রিয়াও জোৰদাৰ চলিছে ।

ADVERTISEMENT

বিগত কেই বছৰত বজাৰত জালি নোটৰ পৰিমাণো বৃদ্ধি পোৱা দেখা গৈছে । অধিকাংশ‌ই দুহেজাৰ টকাৰ নোট । ২০১৬ৰ আঠ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নোট বাতিলৰ ঘোষণা কৰি দাবী কৰিছিল, ইয়াৰ দ্বাৰা দেশৰ পৰা কলা ধনৰ লগতে জালি নোটৰ সমস্যাও সমাধান হ’ব । কিন্তু নোট বাতিলল পাঁচ বছৰ পাছত চৰকাৰী পৰিসংখ্যা অনুসৰি, জালি নোটৰ সংখ্যা কমাৰ পৰিৱৰ্তে বাঢ়িছেহে । প্রতি বছৰে কম পৰিমাণে বাঢ়িলেও ২০২০ত উদ্ধাৰ হোৱা জালি নোটৰ সংখ্যা ১৯০ শতাংশ বৃদ্ধি পাইছে ।

ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ এক সমীক্ষাত পোৱা গৈছে, প্রতি বছৰে ৭০ কোটি টকা মূল্যৰ জালি নোট বজাৰত আহে । ৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা ব্যুৰ’ৰ প্ৰতিবেদন অনুযায়ী, ২০২০ত ৯২.১৭ কোটি টকা মূল্যৰ জালি নোট উদ্ধাৰ হৈছে । ২০১৯ত ইয়াৰ পৰিমাণ আছিল ২৫.৩৯ কোটি টকা । তাৰ আগৰ দুবছৰ ২০১৮ আৰু ২০১৭ত আছিল যথাক্রমে ১৭.৯৫ আৰু ২৮.১০ কোটি টকা । নোট বাতিলৰ বৰ্ষ ২০১৬ত আছিল ১৫.৯২ কোটি টকা । অধিকাংশ‌ই দুহেজাৰ টকাৰ নোট বুলিও দাবী কৰা হৈছে ।

জালি নোটৰ পৰিমাণ কমাবলৈ বজাৰৰ পৰা লাহে লাহে দুহেজাৰ টকা তুলি লোৱা হ’ব নে নাই, তাক লৈও যোৱা মার্চত জল্পনা কৰে বিত্ত মন্ত্রণালয়ে । বিত্ত মন্ত্রণালয়ৰ প্রতিমন্ত্রী অনুৰাগ ঠাকুৰে যোৱা ১৫ মার্চত লোকসভাত জনায়, যোৱা দুবছৰে দুহেজাৰ টকাৰ নোট ছপা কৰিবলৈ কোনো আৱণ্টন দিয়া নাই । নোট বাতিলৰ বছৰত প্রায় ৩৫৪ কোটি দুহেজাৰৰ নোট ছপা হৈছিল । ২০১৮-ৰ মার্চত বজাৰত ৩৩৬ কোটি দুহেজাৰৰ নোট আছিল । ২০২১-ৰ আৰম্ভণিত ২৪৯ কোটিলৈ নামি আহে ।

২০১৬ত ৫০০ আৰু ১০০০ টকাৰ নোট বাতিলৰ পাছত গোলপীয়া ৰঙৰ দুহেজাৰ টকাৰ নোট আৰম্ভ হৈছিল । চৰকাৰে দাবী কৰিছিল, এই নোট জালি কৰা কঠিন হ’ব । কিন্তু ৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা ব্যুৰ’ৰ দাবী, বিগত কিছু বছৰত যিমান জালি নোট ধৰা পৰিছে, তাৰ ভিতৰত দুহেজাৰ টকাৰ জালি নোটয় সংখ্যাই অধিক । সেয়ে বজাৰত নতুনকৈ এই নোট মুকলি কৰাৰ পৰিৱর্তে তাক তুলি লোৱাৰ প্রক্রিয়া চলিছে । সাধাৰণভাৱে এটিএম বা বেংকৰ শাখাৰ পৰা এতিয়া দুহেজাৰ টকাৰ নোট দিয়া প্রায় বন্ধ হৈছে । জমা হোৱা বৃহৎ অংকৰ নোট ৰিজার্ভ বেংকে তুলি লৈছে নে নাই সেইটো অৱশ্যে এই পর্যন্ত স্পষ্টকৈ জনোৱা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiRBI
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d