ADVERTISEMENT

Tag: Unemployment

৯০ কোটি কৰ্মঠ ভাৰতীয়ৰ অৰ্ধেকেই কাম বিচাৰিবলৈ আগ্ৰহী নহয়

দেশত নিয়োগ সৃষ্টিৰ সমস্যা এক বৃহৎ ভাবুকিত পৰিণত হ'বলৈ ধৰিছে । উদ্বেগজনক বিষয়টো হ'ল যে বৃহৎসংখ্যক লোকে এতিয়া কৰ্মসংস্থান বিচাৰিবলৈ ...

Read moreDetails

Unemployment : মূল্যবৃদ্ধিৰ মাজতে গা কৰি উঠিছে নিবনুৱা সমস্যা, গ্রাম্যাঞ্চলৰ তুলনাত চহৰত বাঢ়িল নিবনুৱাৰ সংখ্যা

কৰ'নাৰ তৃতীয় ঢৌ সমাপ্ত হোৱাৰ পাছত আর্থিক ক্ষেত্ৰত কিছু ঠন ধৰাত দেশত নিবনুৱাৰ হাৰ লাহে লাহে কমিব বুলি আশা আছিল ...

Read moreDetails

উদ্যোগ স্থাপনৰ বাবে হাৰিয়ানাৰ নিবনুৱাক ২৫ শতাংশ ৰাজসাহায্য আগবঢ়াব চৰকাৰে

জীৱিকা সৃষ্টিৰ বাবে হাৰিয়ানা চৰকাৰে যুৱ প্ৰজন্মক ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ (এম এছ এম ই) উদ্যোগখণ্ডৰ প্ৰতি আগ্ৰহী কৰিবলৈ বিশেষ ...

Read moreDetails

ছমাহৰ সৰ্বাধিক হ’ল নিবনুৱা ‌: জানুৱাৰীৰত দেশৰ নিবনুৱাৰ হাৰ ৮.১ শতাংশলৈ বৃদ্ধি

যোৱা ফেব্ৰুৱাৰীত ভাৰতৰ নিবনুৱাআৰ হাৰ ৮.১ শতাংশ বৃদ্ধিৰে ছমাহৰ সৰ্বোচ্চ হ'ল । উল্লেখ্য যে যোৱা জানুৱাৰীত দেশৰ নিবনুৱাৰ হাৰ ১০ ...

Read moreDetails

পাঁচমাহতে আঢ়ৈ লাখ নিবনুৱা বৃদ্ধি

যি সময়ত অসমক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ অন্তর্ভুক্ত কৰাৰ শ্ল'’গান দিয়া হৈছে সেই সময়তে ৰাজ্যত শিক্ষিত নিবনুৱাৰ হাৰ অস্বাভাৱিক হাৰত ...

Read moreDetails

বিগত চাৰি মাহত সর্বোচ্চ, অ’মিক্রন পৰিস্থিতিত দেশৰ নিবনুৱাৰ হাৰ ৭.৯ শতাংশ হয়

বিগত বৰ্ষৰ ডিচেম্বৰত ভাৰতৰ নিবনুৱাৰ হাৰ আছিল ৭.৯১ শতাংশ । সোমবাৰে এই সংক্রান্ত প্ৰতিবেদন প্রকাশ কৰিলে চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ...

Read moreDetails

Unemployment : হ্ৰাস পাইছে জীৱিকা : কেন্দ্ৰৰ প্ৰতিবেদনতে উদ্বেগজনক তথ্য

কৰ'না অতিমাৰীয়ে দেশজুৰি কিদৰে মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে সেয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত স্পষ্ট হৈছে । দেশৰ শ্ৰম আৰু ...

Read moreDetails

আগষ্টত দেশত কৰ্মহীন হ’ল ১৫ লাখ লোক

অতিমাৰীৰ প্ৰকোপত দেশত কৰ্মহীন লোকৰ সংখ্যা ক্ৰমে ঊৰ্ধ্বমুখী হ'বলৈ ধৰিছে । বিগত ডেৰ-দুবছৰত আশংকাজনক হাৰত দেশত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ ...

Read moreDetails

দেশত ৭.১৪ শতাংশলৈ বৃদ্ধি নিবনুৱাৰ হাৰ

দেশৰ বিভিন্ন ৰাজ্যত স্থানীয় ক’ভিডকেন্দ্রিক বিধি নিষেধ শিথিল হােৱাৰ ফলত আর্থিক কর্মকাণ্ডৰ গতি ক্রমে বৃদ্ধি পাবলৈ ধৰিছে। লগে লগে চহৰ ...

Read moreDetails
Page 2 of 3 1 2 3