Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৯০ কোটি কৰ্মঠ ভাৰতীয়ৰ অৰ্ধেকেই কাম বিচাৰিবলৈ আগ্ৰহী নহয়

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত হতাশাত ভুগি কৰ্মবিমুখ হৈ পৰিছে

publisher by publisher
April 26, 2022
in India, News
Reading Time: 1 min read
0
৯০ কোটি কৰ্মঠ ভাৰতীয়ৰ অৰ্ধেকেই কাম বিচাৰিবলৈ আগ্ৰহী নহয়
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

“ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ

দেশত পুনৰ বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা, জানুৱাৰীত হাৰ পাঁচ শতাংশলৈ বৃদ্ধি

এতিয়াৰ পৰা প্ৰতিমাহে নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব কেন্দ্ৰই

দেশত নিয়োগ সৃষ্টিৰ সমস্যা এক বৃহৎ ভাবুকিত পৰিণত হ’বলৈ ধৰিছে । উদ্বেগজনক বিষয়টো হ’ল যে বৃহৎসংখ্যক লোকে এতিয়া কৰ্মসংস্থান বিচাৰিবলৈ এৰি দিছে । উপযুক্ত কৰ্মৰ সন্ধান কৰিব নোৱাৰি হতাশ হৈ হেজাৰ হেজাৰ ভাৰতীয়‌ই বিশেষকৈ মহিলাসকলে সম্পূৰ্ণৰূপে শ্ৰম ক্ষেত্ৰ পৰিত্যাগ কৰিছে । ফলত এক বৃহৎ সংখ্যক কৰ্মবিমুখ ভাৰতীয়ৰ সৃষ্টি হৈছে ।

ADVERTISEMENT

‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি’ নামৰ মুম্বাইৰ এক ব্যক্তিগত খণ্ডৰ গৱেষণা প্ৰতিষ্ঠানৰ শেহতীয়া তথ্যত এই কথা প্ৰকাশ পাইছে । ভাৰতে তৰুণ প্ৰজন্মক বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত প্ৰসাৰিত অৰ্থনীতিৰ বিকাশৰ অংশীদাৰ কৰিবলৈ পণ লোৱাৰ সময়তে শেহতীয়া পৰিসংখ্যাই অশনি সংকেত কঢ়িয়াই আনিছে । এই মৰ্মে ২০১৭ৰ পৰা ২০২২ লৈ সামগ্ৰিকভাৱে ভাৰতৰ সক্ৰিয় কৰ্মশক্তিৰ হাৰ ৪৬ শতাংশৰ পৰা ৪০ শতাংশলৈ হ্ৰাস পায় । মহিলাৰ ক্ষেত্ৰত এই তথ্য অধিক ভয়াৱহ ।

প্ৰায় দুই কোটি ১০ লাখ মহিলা দেশৰ কৰ্মশক্তিৰ পৰা নোহোৱা হৈছে । মাত্ৰ ১০ শতাংশ‌ই এই মুহূৰ্তত কৰ্মখণ্ডত নিয়োজিত হৈ আছে অথবা কাম বিচাৰি আছে । সম্প্ৰতি ভাৰতৰ ৯০ কোটি ভাৰতীয় বৈধভাৱে কৰ্মবয়সৰ এই পৰিসংখ্যা মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ জনসংখ্যাৰ প্ৰায় সমান হ’ব । সমীক্ষাটোৰ মতে, এই ৯০ কোটি ভাৰতীয়ৰ আধাতকৈ বেছি সংখ্যকে এতিয়া আৰু কাম নিবিচাৰে । তেওঁলোকক কাম নালাগে ।

বাংগালুৰুৰ এজন অৰ্থনীতিবিদ কুনাল কুণ্ডুৱে কয়, ‘এই বৃহৎসংখ্যক হতাশ কৰ্মীৰ তথ্য‌ই প্ৰতিফলিত কৰিছে যে ভাৰতে দেশৰ তৰুণ জনসংখ্যাই আদায় দিবলগীয়া সুফল লাভ কৰিব নোৱাৰিব ।’ লগতে তেওঁ কয়, ‘ভাৰতে মধ্য আয়ৰ ফান্দৰ মাজতে আবদ্ধ হৈ থাকিব ।’ দেশৰ বিকাশৰ গতিৰ ধাৰাই ইতিমধ্যে অসমতাৰ সৃষ্টিত ইন্ধন যোগাইছে বুলি তেওঁ কয় । নিয়োগ সৃষ্টিক লৈ ভাৰতৰ সন্মুখত থকা প্ৰত্যাহ্বান অতি সুন্দৰভাৱে নথিবদ্ধ হৈছে ।

ভাৰতৰ জনসংখ্যাৰ দুই-তৃতীয়াংশৰ বয়স ১৫ৰ পৰা ৬৪ হোৱা হেতুকে অদক্ষ শ্ৰমিকৰ বাহিৰে যিকোনো ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা ভয়াৱহ । চৰকাৰী বিভাগত সুস্থিৰ পদবীৰ চাকৰিৰ বাবে নিয়মিতভাৱে কোটি কোটি আবেদন জমা হয় আৰু দেশৰ আগশাৰীৰ ইঞ্জিনিয়াৰিং স্কুল বিভাগৰ প্ৰৱেশ পৰীক্ষা বাস্তৱতে ক’বলৈ গ’লে এক অনিশ্চিত বিষয় । যুৱ প্ৰজন্মৰ শক্তিৰে ভৰি থকা ভাৰতৰ এতিয়া ২০৩০ৰ ভিতৰত কমেও ন কোটি নতুন চাকৰিৰ সৃষ্টিৰ প্ৰয়োজন আছে । ২০২০ত মেককিন্সে গ্ল’বেল ইনষ্টিটিউটে এই তথ্য প্ৰকাশ কৰিছে । ।

বিশেষজ্ঞ মহলে উদ্বেগ প্ৰকাশ কৰে যে তৰুণ প্ৰজন্মক কৰ্মত নিয়োজিত কৰাত ব্যৰ্থ হোৱাৰ ফলত ভাৰতৰ উন্নয়নশীল দেশৰ মৰ্যাদা পথচ্যুত হ’ব পাৰে । অৰ্থনীতিৰ উদাৰীকৰণ, এমাজন, এপল আদিৰ দৰে কোম্পানীৰ দৃষ্টি আকৰ্ষণ আদিৰ দৰে ক্ষেত্ৰত দেশে বৃহৎ খোজ দিছে যদিও ভাৰতৰ নিৰ্ভৰশীলতাৰ হাৰ অতি সোনকালে বৃদ্ধি পাবলৈ আৰম্ভ কৰিব । অৰ্থনীতিবিদসকলে উদ্বেগ প্ৰকাশ কৰে যে এই পৰিস্থিতিত জনগাঁথনিৰ পৰা লাভ কৰিবলগীয়া সুফল লাভত ব্যৰ্থ হ’ব দেশ । এক কথাত ক’বলৈ গ’লে ভাৰতীয়সকলৰ বয়স বাঢ়িব, কিন্তু ধনী নহ’ব ।

কৰ্মশক্তিত এই পতন অৱশ্যে অতিমাৰীৰ পূৰ্বৰে পৰা হৈছে । ২০১৬ত নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভ কৰা বিমুদ্ৰাকৰণৰ পাছতে অৰ্থনীতি থৰকবৰক হ’বলৈ আৰম্ভ কৰে । একে সময়তে দেশজুৰি এক কৰ নীতিয়েও আন এক প্ৰত্যাহ্বান কঢ়িয়াই আনে । ভাৰতে অনানুষ্ঠানিক অৰ্থনীতিৰ পৰা আনুষ্ঠানিক অৰ্থনৈতিলৈ ৰূপান্তৰ যাত্ৰাৰ স’তে পৰিচিত হ’বলৈ কক্‌বকাইছিল ।

উল্লেখ্য যে নিবনুৱা ভাৰতীয়সকলৰ অধিকাংশ‌ই শিক্ষাৰ্থী অথবা গৃহিণী । ইয়াৰে বহুতেই ভাড়াৰ পৰা হোৱা আয়, ঘৰৰ বয়োজ্যেষ্ঠৰ পেঞ্চন অথবা চৰকাৰী ধনৰ হস্তান্তৰৰ দ্বাৰাই জীৱন নিৰ্বাহ কৰে । প্ৰযুক্তিৰ দ্ৰুত সলনি এই পৃথিৱীত আন এটা অংশ‌ই বজাৰত প্ৰয়োজনীয় দক্ষতা আহৰণৰ পৰা বহুদূৰ পিছুৱাই আছে ।

আনহাতে, মহিলাসকলৰ ক্ষেত্ৰত এইদৰে কৰ্মবিমুখতাৰ অন্যতম কাৰণ হৈছে নিৰাপত্তা অথবা ঘৰুৱা বনৰ দায়িত্ব । দেশৰ জনসংখ্যাৰ ৪৮ শতাংশই মহিলা যদিও অৰ্থনীতিলৈ মাত্ৰ ১৮ শতাংশইহে অৱদান যোগায় । এই পৰিসংখ্যা বিশ্বৰে গড় হিচাপৰ অৰ্ধেক । ‘চৰকাৰে এই সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰি আছে । বিবাহৰ বাবে মহিলাৰ বয়সৰ ন্যূনতম সীমা ২১ লৈ বৃদ্ধিৰ পৰিকল্পনা ঘোষণা কৰিছে । ইয়াৰ ফলত কৰ্মখণ্ডত মহিলাৰ অংশীদাৰিত্ব বৃদ্ধি পাব বুলি আশা কৰা হৈছে । শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশিত হয় । ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এই প্ৰতিবেদন অনুসৰি বিবাহৰ বয়সৰ ন্যূনতম সীমা বৃদ্ধি কৰিলে মহিলাসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আৰু ‌নিজৰ কেৰিয়াৰ গঢ়িবলৈ সুবিধা লাভ কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Centre for Monitoring Indian EconomyEmployeeJobKunal Kumar KunduUnemployment
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d