Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাঁচমাহতে আঢ়ৈ লাখ নিবনুৱা বৃদ্ধি

publisher by publisher
February 12, 2022
in Assam, News
Reading Time: 1 min read
0
পাঁচমাহতে আঢ়ৈ লাখ নিবনুৱা বৃদ্ধি
3
SHARES
31
VIEWS
ShareShareShareShare

যি সময়ত অসমক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ অন্তর্ভুক্ত কৰাৰ শ্ল’’গান দিয়া হৈছে সেই সময়তে ৰাজ্যত শিক্ষিত নিবনুৱাৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পােৱাৰ তথ্য পােহৰলৈ আহিছে। চৰকাৰী তথ্য অনুসৰি, সম্প্রতি ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই ২৪ লাখৰ সীমা অতিক্রম কৰিছে।

ADVERTISEMENT

ক্ষমতাৰ ৰাজনীতি, এনকাউন্টাৰ, ছিণ্ডিকেট, চান্দা বিতর্ক আদিক লৈ সকলাে ব্যস্ত হৈ থকাৰ সময়ত যােৱা পাঁচ মাহত ৰাজ্যত নতুনকৈ দুই লাখ ৫৩ হেজাৰ যুৱক-যুৱতীৰ নাম নিবনুৱাৰ তালিকাত পঞ্জীয়নভুক্ত হৈছে বুলি ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগে সদৰী কৰিছে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি ৰাজ্যত ২০১৮ পঞ্জীয়নভুক্ত নিৱনুৱাৰ সংখ্যা আছিল ২০,২৪,৪৪৬ জন আৰু ক’ভিডসৃষ্ট পৰিৱেশৰ পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পাইছে বুলি সংশ্লিষ্ট পক্ষই সদৰী কৰিছে।

ৰিহাবাৰীস্থিত নিয়ােগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ৰ সূত্র অনুসৰি শেহতীয়াকৈ বছৰি দুইৰ পৰা তিনি লাখ পর্যন্ত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ সংখ্যা। বিভিন্ন শিক্ষাগত অহর্তা সম্পন্ন এইসকল নিবনুৱাই সম্প্রতি সংস্থাপন বিচাৰি হাবাথুৰি খাবলগা হৈছে।

ফলত এই ক্ষেত্ৰত যদি চৰকাৰ তথা সংশ্লিষ্ট বিভাগে শীঘ্ৰে যথােচিত ব্যৱস্থা গ্রহণ নকৰে, তেন্তে অনাগত দিনত ৰাজ্যখনক যে নিবনুৱা বিদ্রোহে গ্রাস কৰিব, সেয়া দ্রুতহাৰত বৃদ্ধি পােৱা নিবনুৱাৰ সংখ্যাই প্রকট কৰিছে।

উল্লেখ্য যে ক’ভিড-১৯ জীৱাণুৰ সংক্রমণ ৰােধ কৰিবলৈ ২০২০ৰ ২৪ মাৰ্চৰ পৰা দেশজুৰি বলৱৎ হােৱা তলাবন্ধৰ ফলত ক্ষুদ্র তথা মজলীয়া উদ্যোগ, শ্বপিং মল, হােটেল-ৰেস্তোৰাঁ নাইবা ব্যক্তিগত অনুষ্ঠান-প্রতিষ্ঠানত নিজকে নিয়ােজিত কৰি জীৱিকাৰ পথ প্রশস্ত কৰা বহুজন কর্মহীন হৈ কিদৰে ৰাজ্যখন নিবনুৱাৰ কৰাল গ্রাসত পৰিছিল এই সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ত সবিস্তাৰে প্ৰকাশ পাইছে।

ৰাজ্যৰ বিভিন্ন প্রান্তত সংস্থাপনৰ বাট মুকলি কৰি অহা সকলৰ সমান্তৰালভাৱে বহিঃৰাজ্যত কৰ্মৰত হৈ থকা বহু অসমীয়া যুৱক-যুৱতীয়ে ক’ভিড পৰিৱেশৰ ফলত অসমলৈ ঘূৰি আহিবলগীয়া হৈছিল। সংস্থাপন হেৰুৱাই দিবিদিক্‌ হেৰুৱাই পেলােৱাৰ এইসকলৰ অধিকাংশই পুনৰ সংস্থাপন বিচাৰি নিয়ােগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰাত শেহতীয়াকৈ ৰাজ্যখনত দ্রুতহাৰত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা বৃদ্ধি পােৱা বুলি দাবী কৰিছে সংশ্লিষ্ট বিভাগে।

বিভাগৰ সূত্র অনুসৰি, ২০২১ৰ জুন পর্যন্ত ৰাজ্যৰ নিয়ােগ কেন্দ্রসমূহত সৰ্বমুঠ ২১,৫০,৮৭১ জন নিবনুৱাই প্রত্যক্ষ পঞ্জীয়ন কৰিছে। ইয়াৰ পৰৱৰ্তী সময়ত ২০২১ৰ ২৭ ছেপ্টম্বৰৰ পৰা চলিত ২০২২ৰ ২০ জানুৱাৰীলৈ ২,৫৩,৮০০ জনে অনলাইন পঞ্জীয়ন কৰিছে, অর্থাৎ জানুৱাৰী পর্যন্ত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২৪,০৪,৬৭১ জন।

উল্লেখ্য যে এই নিবনুৱাসকলৰ শিক্ষাগত অহাৰ তথ্য বিভাগে সদৰী কৰাত ব্যর্থ হয় যদিও ২০২০ৰ ডিচেম্বৰ পর্যন্ত নিয়ােগ বিনিময় কেন্দ্ৰত ৩,৩৩,৪২৮ জন স্নাতক ডিগ্রীধাৰী নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে বুলি কয়। বিভাগে সদৰী কৰা তথ্য অনুসৰি, ২০২০ৰ ডিচেম্বৰলৈ নিয়ােগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হৈ থকা নিবনুৱাসকলৰ ভিতৰত আছে ৭,১৬,৩৬৯ জন দ্বাদশ আৰু ৫,৯৫,১৮৪জন মেট্রিক উত্তীর্ণ।

একেদৰে ১৭,৩১১ জন স্নাতকোত্তৰ, ১৬,৯১৩ জন ঔদ্যোগিক প্রশিক্ষণপ্রাপ্ত, ৯,৫২১ জন ডিপ্লমা, ৮,১৩৬ জন ইঞ্জিনীয়াৰিং, ৮৬৫জন মেডিকেল, ৩৪৫ জন পশু চিকিৎসা, ২৯৯ জন কৃষি স্নাতক ডিগ্রীধাৰী নিবনুৱা। অৱশ্যে সম্প্রতি ইয়াৰ সংখ্যা বৃদ্ধি পােৱা বুলি সম্ভাৱনা ব্যক্ত কৰিছে সংশ্লিষ্ট বিভাগে।

নিবনুৱা সমস্যাৰ এনে ভয়াৱহ ৰূপে সম্প্রতি সকলােকে চিন্তিত কৰি তুলিছে যদিও চৰকাৰী খণ্ডত নিযুক্তিৰে এই নিবনুৱা সমস্যা সমাধান কৰাটো যে অসম্ভৱ সেয়া স্পষ্ট হৈ পৰিছে। ফলত এই দিশত চৰকাৰৰ লগতে অভিভাৱকসকলৰাে বহু কৰণীয়া আছে, অন্যথা ভৱিষ্যতে যে ৰাজ্যখন এক অনাকাংক্ষিত দিশে গতি কৰিব, সেয়া স্পষ্ট হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamUnemployment
publisher

publisher

Related Posts

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d