● চিৰাঙৰ বিজনী সমষ্টিত বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ ৰোড শ্ব’ ।
● বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত হেলিকপ্টাৰৰ পৰা নামি এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ।
ADVERTISEMENT
● এই শ্ব’ৰ বিদ্যাপিঠ খেলপথাৰত অন্ত পৰে ।
● পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় শ্ব’ ।