Samaguri election violence:চামগুৰিত নিৰ্বাচনী কেন্দ্ৰীক হিংসাত্মক ঘটনাক লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
Samaguri election violence: ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ আজি অন্তিম দিন ৷ হাইভল্টেজ সমষ্টি ৰূপে বিবেচিত হোৱা চামগুৰিত নিৰ্বাচনৰ দিন...







































