Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    অসমত NDAৰ জয়যাত্ৰা , মৰিয়নিত পৰাস্ত জ্ঞানশ্ৰী 

    অসমত NDAৰ জয়যাত্ৰা , মৰিয়নিত পৰাস্ত জ্ঞানশ্ৰী 

    ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

    ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

এইবাৰ বিটিএডিত গুপ্তহত্যাৰ উকমুকনিৰ সন্দেহ বসুমতাৰীৰ:সংগঠনটোক দুভাগ কৰি নেতৃত্ব লোৱাৰ ষড়যন্ত্ৰৰ বাবে ধীৰেণ বড়োক বহিষ্কাৰ

publisher by publisher
August 26, 2019
in Uncategorized
Reading Time: 1 min read
0
এইবাৰ বিটিএডিত গুপ্তহত্যাৰ উকমুকনিৰ সন্দেহ বসুমতাৰীৰ:সংগঠনটোক দুভাগ কৰি নেতৃত্ব লোৱাৰ ষড়যন্ত্ৰৰ বাবে ধীৰেণ বড়োক বহিষ্কাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

ওদালগুৰিত এনডিএফবি(প্ৰ) সভাপতি গোবিন্দ বসুমতাৰীৰ সংবাদ মেল

ADVERTISEMENT

ওদালগুৰি : এনডিএফবি(প্ৰ)ৰ মেৰু বিভাজনৰ পাছত আজি ওদালগুৰি সাপেখাইটিস্থিত এনডিএফবি(প্ৰ)ৰ ডেজিগনেটেড কেম্পত এক সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে। সংবাদমেলত বসুমতাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি এইবাৰ বিটিএডি অঞ্চলত গুপ্ত হত্যাৰ উকমুকনিৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে যোৱা নিশা কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সংগঠনটোৰ কোকৰাঝাৰৰ এগৰাকী কেডাৰক লগ ধৰিবৰ বাবে পুৱতি নিশা ২ বজাৰ পৰা ৪ বজালৈ ফোনযোগে অশান্তি দি অহাৰ কথা উল্লেখ কৰি কয় যে মাজনিশা এনৈদৰে এগৰাকী কেডাৰক লগ ধৰিবলৈ বিচৰাটোৱে অন্য বিষয়ৰহে সুচনা কৰিছে। লগতে বসুমতাৰীয়ে কয় যে উক্ত কেডাৰজনে নিজৰ ফোন ৰিছিভ নকৰাত সংগঠনটোৰে আন এজন ৱাং নাৰ্জাৰী নামৰ কেডাৰৰ সৈতে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ফোনত কথা পাতি আহিবলৈ কোৱাত পুৱতি নিশা প্ৰায় ২-৩০ বজাত কোকৰাঝাৰৰ চেৰফাংগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে নাৰ্জাৰীক পাটগাওঁ সেনা শিৱিৰলৈ লৈ যায়। কিন্তু উক্ত সেনাৰ শিৱিৰটোত পূৰ্ৱৰেপৰা ৰাজ্যৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে আন কেইবাজনো যুৱক থকা বুলি জানিবলৈ দিয়ে সভাপতি বসুমতাৰীয়ে। পৰৱৰ্তী সময়ত মন্ত্ৰী ব্ৰহ্ম‌ই ৱাং নাৰ্জাৰী নামৰ কেডাৰজনৰ সৈতে কথা পাতি ব্ৰহ্ম‌ই এনডিএফবি(প্ৰ)ৰ এগৰাকী জেষ্ঠ্য নেতা চিলা বসুমতাৰীক ৱাং নাৰ্জাৰীৰ হতুৱাই সেই স্থানলৈ মাতি পঠিয়াবলৈ ক’লে। ইয়াৰ পাছত নাৰ্জাৰীয়ে চিলা বসুমতাৰীক মাতিবলৈ যাও বুলি কৈ কৌশলেৰে সেই স্থান ত্যাগ কৰে। এনে ঘটনাৰ বিষয়ে আজি অৱগত হৈ সমগ্ৰ ঘটনাক গৰিহনা দিয়াৰ লগতে এয়া এক গুপ্তহত্যাৰ উকমুকনি তথা ষড়যন্ত্ৰ বুলি আজিৰ সংবাদমেলত গোবিন্দ বসুমতাৰীয়ে জানিবলৈ দি কয় যে যদিহে কোনো সৎ কামৰ বাবে কেডাৰসকলক আৰক্ষী প্ৰশাসনৰ প্ৰয়োজন হৈছিল তেন্তে দিনৰ পৰিৱৰ্তে কিয় ৰাতি তেওঁলোকক মাতি লৈ যোৱা হ’ল বুলিও প্ৰশ্ন কৰে।
ইফালে কালি সদ্য বহিষ্কৃত নেতা ধীৰেণ বড়োৱে নতুনকৈ গঠন কৰা সমিতিখন সন্দৰ্ভত গোবিন্দ বসুমতাৰীয়ে মত ব্যক্ত কৰি কয় যে সংগঠনটোৰ সাধাৰণ সভাত বিগত জুন মাহৰ ৬ তাৰিখে ওদালগুৰিত নেচনেল কাউঞ্চিল গঠন কৰা হৈছিল। উক্ত সভাত ধীৰেণ বড়ো উপস্থিত থকাৰ কথা উল্লেখ কৰি বসুমতাৰীয়ে কয় যে কোনটো সংগঠন প্ৰকৃত আৰু কোনটো সংগঠন ডুব্লিকেট সেয়া ২৩ জুনত স্বাক্ষৰিত হোৱা যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধিৰ পত্ৰখনত থকা স্বাক্ষৰেই প্ৰমাণ কৰে। লগতে বসুমতাৰীয়ে বিগত দহ বছৰে সভাপতিৰ পদত থকা ধীৰেণ বড়োৱে শান্তি আলোচনাৰ নামত বিশেষ একো নকৰিলে বুলি অভিযোগ কৰে। লগতে পূৰ্ৱৰ সভাপতিক দোষাৰোপ কৰি বসুমতাৰীয়ে আজিৰ সংবাদমেলত কয় যে বিগত দহটা বছৰে শান্তি আলোচনা সন্দৰ্ভত তৎপৰ নোহোৱা সভাপতি ধিশীৰেণ বড়ো কেৱল গান গোৱা আৰু চিনেমা বনোৱাতহে ব্যস্ত আছিল। ফলত শান্তি আলোচনাই কোনো বিশেষ ধৰণে গতি লাভ নকৰিলে। লগতে আজিৰ সংবাদমেলত বসুমতাৰীয়ে স্পষ্ট কৰি প্ৰকাশ কৰে যে ধীৰেণ বড়োৱে প্ৰচাৰ কৰাৰ দৰে হাগ্ৰামাক লগ ধৰিব যোৱা বাবে তেওঁক সংগঠনৰ পৰা বহিষ্কাৰ কৰা নাই। পূৰ্ৱৰে পৰা সংগঠনটোক দুভাগ কৰি নেতৃত্ব লোৱাৰ ষড়যন্ত্ৰ কৰাৰ বাবে ধীৰেণ বড়োক বহিষ্কাৰ কৰা হৈছে। সংগঠনটোৰ মেৰু বিভাজনত ৰাজ্যৰ মন্ত্ৰী চন্দন ব্ৰহ্ম জৰিত থকাৰ প্ৰমাণ শনিবাৰে বাক্সাৰ এটা ডিজিগনেটেড কেম্প দখল কৰা আৰু দেওবাৰৰ পুৱতি নিশা পাটগাওঁ সেনা শিৱিৰত মন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে প্ৰমাণ কৰে। লগতে সংগঠনটোৰ ৭০% কেডাৰ ধীৰেণ বড়োৰ লগত যোৱা সম্পৰ্কে চলি থকা প্ৰচাৰ সম্পৰ্কত বসুমতাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সংগঠনটোৰ সৰ্বমুঠ কেডাৰ প্ৰায় ১১০০ জন মানৰ ভিতৰত মাত্ৰ ৫০ জনমান কেডাৰ ধীৰেণ বড়োৰ লগত যোৱা বুলি প্ৰকাশ কৰে ইয়াৰ ভিতৰৰ বহুকেইজনে পুনৰ গোবিন্দ বসুমতাৰীৰ সংগঠনলৈ আহিবলৈ যোগাযোগ কৰি থকা বুলিও সভাপতি বসুমতাৰীয়ে উল্লেখ কৰে। এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি জনে বিটিচিত বাহুবল ব্যৱহাৰেৰে নিৰ্বাচনী বৈতৰনী পাৰ হোৱা উদ্দেশ্যৰে মন্ত্ৰী চন্দন ব্ৰহ্মই এন ডি এফ বিক বিভাজন কৰি সংগঠনটোক দুৰ্বল কৰাৰ অভিসন্ধি ৰচনাৰ লগতে ক্ষমতাৰ লোভত আৰু সংগঠনটোৰ আজীৱন সভাপতি হোৱাৰ স্বাৰ্থত ধীৰেন বড়োই অন্য এটা ভুৱা সংগঠন জন্ম দিয়াৰ অভিযোগ কৰে। লগতে আজিৰ সংবাদমেলৰ দ্বাৰা ৰাজ্য চৰকাৰখনক আহ্বান জনাই বসুমতাৰীয়ে কয় যে বাক্সাৰ দৰে ঘটনা যাতে কোকৰাঝাৰ আৰু ওদালগুৰিৰ ডেজিগনেটেড কেম্পত সংঘটিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে দৃষ্টি দিয়াৰ লগতে বিভিন্ন কেম্পত থকা কেডাৰসকলক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনায়।

RelatedPosts

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

অসমত NDAৰ জয়যাত্ৰা , মৰিয়নিত পৰাস্ত জ্ঞানশ্ৰী 

ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d