Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heavy traffic on the Hajo – Guwahati road:বৰপেটা -দৌলাশাল – হাজো – গুৱাহাটী পথত তীব্ৰ যানজঁট

    Pak Foreign Minister Ishaq Dar:সিন্ধু জলচুক্তি স্থগিতকৰণৰ বাহাল যুদ্ধবিৰতিত আঘাত : পাকিস্তান

    China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ

    আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

    Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

    Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

কলগাছিয়াত কংগ্ৰেছৰ অন্তিম প্ৰচাৰ সভা

publisher by publisher
October 19, 2019
in Uncategorized
Reading Time: 1 min read
0
কলগাছিয়াত কংগ্ৰেছৰ অন্তিম প্ৰচাৰ সভা

AIUDF members at Election campaigning in Jania on 19-10-19. pix by UB PHOTOS

0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

কলগাছিয়া ১৯ অক্টোবৰঃ জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা কলগাছিয়াত কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী জনসভাত জনসমুদ্ৰৰ সৃষ্টি হয় । উক্ত সভাত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ছামচুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ আব্দুল খালেক, বিধায়ক ক্ৰমে ওৱাজেদ আলী চৌধুৰী, শুকুৰ আলী আহমেদ, আব্দুল হাই নাগৰি, কংগ্ৰেছ নেতা আব্দুছ ছামাদ, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, আমছুৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আব্দুৰ ৰহিম আহমেদ, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ প্ৰমুখ্যে নেতা সকলে। কংগ্ৰেছৰ সভাত বিপুল ভোটাৰৰ সহাৰি দেখি সাংসদ আব্দুল খালেকে কয় ছামচুল হকৰ বিজয় নিশ্চিত । ভাষণত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকক সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত ভোট দিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু মুছলমানৰ ভাতৃত্ব বিনষ্ট কৰা এ আই ইউ ডি এফ দলৰ চুপ্ৰিমো মৌলানা বদৰ উদ্দিন আজমল অসমৰ মুছলমান সকলৰ এক নম্বৰ শত্ৰু বুলি অভিহিত কৰে সাংসদ আব্দুল খালেকে । লগতে তেওঁ কয়, যোৱা লোক সভাৰ নিৰ্বাচন, বিধান সভাৰ নিৰ্বাচনত বেয়াকৈ পৰাজিত হোৱা ড০ হাফিজ ৰফিকুল ইছলামক এইবাৰো ৰাইজে পৰাজিত কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰিব বুলি মন্তব্য কৰে । লগতে তেওঁ আৰু কয় যে, আল্লাহৰ ৰহমতত ছামচুল হকক জনীয়াৰ ৰাইজে দহ হাজাৰৰো অধিক ভোটত জিকাব | সভাখনত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকৰ সমৰ্থনত গীত গাই ভোট ভিক্ষা কৰে এগৰাকী শিল্পীয়ে । ইফালে কলগাছিয়াৰ ৰাজহুৱা খেল পথাৰত এ আই ইউ ডি এফৰ ড০ হাফিজ ৰফিকুল ইছলামৰ হৈ বিশাল নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰে সাংসদ বদৰুদ্দিন আজমল, বিধায়ক ক্ৰমে আমিনুল ইছলাম, বছিৰ আহমেদ কাছিমী, মামুন ইমদাদুল হক চৌধুৰী প্ৰমুখ্যে নেতা সকলে । বক্তা সকলে ভাষণ প্ৰদান কৰি কংগ্ৰেছ আৰু বিজেপিক কঠোৰ সমালোচনা কৰে । উপ নিৰ্বাচনত ৪ আসনতে কংগ্ৰেছৰ শূন্য হব বুলি বদৰুদ্দিন আজমলে সাংবাদিকক জানিবলৈ দিয়ে। আনহাতে জনীয়াৰ শ্বৰিয়ত পুৰতো বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হেলিকপ্টাৰ যোগে পদাৰ্পন কৰি ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কয় যে জনীয়াত বিজেপিয়ে ভাল ফলাফল কৰিব। তৌফিকুৰ ৰহমান জিকিলে কলগাছিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক সপ্তাহৰ ভিতৰত পুনৰ আহি জনীয়াৰ ৰাইজক সম্ভাষণ জনাব আৰু এমাহৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জনীয়া সমষ্টিৰ কলগাছিয়াত বিজয় উৎসৱ উদযাপন কৰা কৰা হব বুলি ভাষণত কয় । লগতে সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান, বিজেপি নেতা শ্বহিদুল ইছলামৰ উপস্থিতিত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে কৰ্মী সমৰ্থকক লৈ বিশাল বাইক ৰেলী আৰু সমদল উলিয়াইছিল ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । যুৱ নেতা শ্বহিদুল ইছলামে কয় যে, তৌফিকুৰ ৰহমান বিজয়ী হলে কলগাছিয়াত মহকুমা হব ,জনীয়াৰ উন্নয়ন হব কিন্তু কংগ্ৰেছ বা এ আই ইউ ডি এফৰ বিধায়ক নিৰ্বাচিত হলে ভেঞ্চাৰ বিধায়ক হব । আনহাতে তৌফিকুৰ ৰহমানে বিজয়ী হোৱাটো এশ শতাংশ নিশ্চিত বুলি কোৱাৰ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত তিনিকোনীয়া প্ৰতিদ্বন্দিতা হব বুলি বিজেপি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে । আজি সন্ধিয়া পাঁচ বজাত সকলো দলৰে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হয় যদিও কোনে মাৰিব শেষ হাঁহি সেয়া সময়েহে কব পৰা যাব।

ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIUDFAssamAssam BJPBJPCongressElection Commission of IndiaSarbananda Sonowal
publisher

publisher

Related Posts

Anganwadi Centre :শিঙিমাৰী গাঁৱত অংগনৱাদী কৰ্মী বাচনি প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ গাঁওবাসীৰ
Uncategorized

May 13, 2025
Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত
Uncategorized

Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত

May 12, 2025
নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d