Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

কলগাছিয়াত কংগ্ৰেছৰ অন্তিম প্ৰচাৰ সভা

publisher by publisher
October 19, 2019
in Uncategorized
Reading Time: 1 min read
0
কলগাছিয়াত কংগ্ৰেছৰ অন্তিম প্ৰচাৰ সভা

AIUDF members at Election campaigning in Jania on 19-10-19. pix by UB PHOTOS

1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

কলগাছিয়া ১৯ অক্টোবৰঃ জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা কলগাছিয়াত কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী জনসভাত জনসমুদ্ৰৰ সৃষ্টি হয় । উক্ত সভাত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ছামচুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ আব্দুল খালেক, বিধায়ক ক্ৰমে ওৱাজেদ আলী চৌধুৰী, শুকুৰ আলী আহমেদ, আব্দুল হাই নাগৰি, কংগ্ৰেছ নেতা আব্দুছ ছামাদ, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, আমছুৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আব্দুৰ ৰহিম আহমেদ, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ প্ৰমুখ্যে নেতা সকলে। কংগ্ৰেছৰ সভাত বিপুল ভোটাৰৰ সহাৰি দেখি সাংসদ আব্দুল খালেকে কয় ছামচুল হকৰ বিজয় নিশ্চিত । ভাষণত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকক সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত ভোট দিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু মুছলমানৰ ভাতৃত্ব বিনষ্ট কৰা এ আই ইউ ডি এফ দলৰ চুপ্ৰিমো মৌলানা বদৰ উদ্দিন আজমল অসমৰ মুছলমান সকলৰ এক নম্বৰ শত্ৰু বুলি অভিহিত কৰে সাংসদ আব্দুল খালেকে । লগতে তেওঁ কয়, যোৱা লোক সভাৰ নিৰ্বাচন, বিধান সভাৰ নিৰ্বাচনত বেয়াকৈ পৰাজিত হোৱা ড০ হাফিজ ৰফিকুল ইছলামক এইবাৰো ৰাইজে পৰাজিত কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰিব বুলি মন্তব্য কৰে । লগতে তেওঁ আৰু কয় যে, আল্লাহৰ ৰহমতত ছামচুল হকক জনীয়াৰ ৰাইজে দহ হাজাৰৰো অধিক ভোটত জিকাব | সভাখনত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকৰ সমৰ্থনত গীত গাই ভোট ভিক্ষা কৰে এগৰাকী শিল্পীয়ে । ইফালে কলগাছিয়াৰ ৰাজহুৱা খেল পথাৰত এ আই ইউ ডি এফৰ ড০ হাফিজ ৰফিকুল ইছলামৰ হৈ বিশাল নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰে সাংসদ বদৰুদ্দিন আজমল, বিধায়ক ক্ৰমে আমিনুল ইছলাম, বছিৰ আহমেদ কাছিমী, মামুন ইমদাদুল হক চৌধুৰী প্ৰমুখ্যে নেতা সকলে । বক্তা সকলে ভাষণ প্ৰদান কৰি কংগ্ৰেছ আৰু বিজেপিক কঠোৰ সমালোচনা কৰে । উপ নিৰ্বাচনত ৪ আসনতে কংগ্ৰেছৰ শূন্য হব বুলি বদৰুদ্দিন আজমলে সাংবাদিকক জানিবলৈ দিয়ে। আনহাতে জনীয়াৰ শ্বৰিয়ত পুৰতো বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হেলিকপ্টাৰ যোগে পদাৰ্পন কৰি ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কয় যে জনীয়াত বিজেপিয়ে ভাল ফলাফল কৰিব। তৌফিকুৰ ৰহমান জিকিলে কলগাছিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক সপ্তাহৰ ভিতৰত পুনৰ আহি জনীয়াৰ ৰাইজক সম্ভাষণ জনাব আৰু এমাহৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জনীয়া সমষ্টিৰ কলগাছিয়াত বিজয় উৎসৱ উদযাপন কৰা কৰা হব বুলি ভাষণত কয় । লগতে সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান, বিজেপি নেতা শ্বহিদুল ইছলামৰ উপস্থিতিত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে কৰ্মী সমৰ্থকক লৈ বিশাল বাইক ৰেলী আৰু সমদল উলিয়াইছিল ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । যুৱ নেতা শ্বহিদুল ইছলামে কয় যে, তৌফিকুৰ ৰহমান বিজয়ী হলে কলগাছিয়াত মহকুমা হব ,জনীয়াৰ উন্নয়ন হব কিন্তু কংগ্ৰেছ বা এ আই ইউ ডি এফৰ বিধায়ক নিৰ্বাচিত হলে ভেঞ্চাৰ বিধায়ক হব । আনহাতে তৌফিকুৰ ৰহমানে বিজয়ী হোৱাটো এশ শতাংশ নিশ্চিত বুলি কোৱাৰ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত তিনিকোনীয়া প্ৰতিদ্বন্দিতা হব বুলি বিজেপি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে । আজি সন্ধিয়া পাঁচ বজাত সকলো দলৰে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হয় যদিও কোনে মাৰিব শেষ হাঁহি সেয়া সময়েহে কব পৰা যাব।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIUDFAssamAssam BJPBJPCongressElection Commission of IndiaSarbananda Sonowal
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d