Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না ভাইৰাছক লৈ চলিছে অপপ্ৰচাৰ

samimsultana by samimsultana
March 31, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’না ভাইৰাছক লৈ চলিছে অপপ্ৰচাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ADVERTISEMENT

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া তলাবন্ধৰ সময়সীমা পুনৰ বৃদ্ধি হ’ব বুলি ইতিমধ্যে দেশজুৰি ভুৱা খবৰ বিয়পিছে ৷ইয়াকে লৈ আতংকিত হৈছে সাধাৰণ ৰাইজ ৷২১ দিনৰ তলাবন্ধৰ কালছোৱাত ভাতমুঠি যোগাৰ কৰিবলৈ হাহাকাৰ অৱস্থাৰ সন্মুখীন হোৱা কোটি কোটি ভাৰতীয়ক এই বতৰাই মানসিক ভাৱে দুৰ্বল কৰি পেলাইছে ৷ মুখে মুখে চৰ্চা লাভ কৰা এই বাতৰি ভুৱা বুলি আজি নিশ্চিত কৰে কেন্দ্ৰীয় চৰকাৰে ৷লগতে চলিত তলাবন্ধৰ সময়সীমা বৃদ্ধিৰ কোনো পৰিকল্পনা নাই বুলিও কেন্দ্ৰীয় চৰকাৰে আজি স্পষ্ট কৰি দিয়ে।

আজি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিব ৰাজীৱ গোবাই কয় চাৰিওফালে অপপ্ৰচাৰ হৈছে আৰু একাংশ সংবাদ মাধমে ২১ দিনীয়া তলাবন্ধৰ সময়সীমা বৃদ্ধি কৰা হ’ব বুলি দাবী কৰিছে ৷মই এনে বাতৰি দেখি আচৰিত হৈছে। তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ এনে কোনো পৰিকল্পনা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে চৰকাৰে তলাবন্ধৰ সময়সীমা বৃদ্ধিৰ বিষয়চিন্তা চৰ্চা কৰি আছে ৷লাখ লাখ প্ৰব্ৰজিত শ্ৰমিক ঘৰলৈ উভতিবলৈ ব্যাকুল হোৱা ঘটনাই সৃষ্টি কৰা প্ৰত্যাহ্বানক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হৈছে ৷অৱশ্যে এনে বাতৰি ভুৱা বুলি স্পষ্ট কৰি দিয়ে কেন্দ্ৰই ।

উচ্চস্তৰীয় চৰকাৰ সূত্ৰত প্ৰকাশ যে অহা সপ্তাহত চৰকাৰে পৰিস্থিতি সন্দৰ্ভত কিছু স্পষ্ট আভাস পাব আৰু আছুতীয়াকৈ ৰাখিবলগীয়া অঞ্চল প্ৰয়োজন হ’লে চিনাক্ত কৰিব পাৰিব ৷ উল্লেখযোগ্য যে দেশত ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিল নিশা ১২ বজা পৰ্যন্ত তলাবন্ধ ঘোষণা কৰে ৷তলাবন্ধৰ বাধা নিষেধ সত্ত্বেও দেশত কৰ’না আক্ৰান্তৰ সংখ্যা হেজাৰৰো অধিক হৈছে ৷মৃত্যুৰ সংখ্যাও দিনে দিনে বাঢ়িছে ৷এনে পৰিস্থিতিত তলাবন্ধৰ সময়সীমা বৃদ্ধি হ’ব পাৰে বুলিও আৰম্ভ হৈছে  জল্পনা কল্পনা।

কেন্দ্ৰীয় কেবিনেট সচিব গোবাই সকলো জল্পনা কল্পনা অৱসান ঘটাই স্পষ্ট কৰি দিয়ে যে তলাবন্ধৰ সময়সীমা বৃদ্ধিৰ কোনো পৰিকল্পনা নাই ।এনে বাতৰি ভিত্তিহীন বুলি তেওঁ দোহাৰে ৷ ভাৰতত এতিয়াও মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণে সমূহীয়া ৰূপ ধাৰণ কৰা নাই। স্থানীয়ভাৱে সংক্ৰমণ হৈছে ৷আজি কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰে ।

দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে অলপতে এক প্ৰতিবেদনত কৈছিল যে বৰ্তমান ভাৰত  স্থানীয় সংক্ৰমণ আৰু সীমাবদ্ধ সমূহীয়া সংক্ৰমণ পৰ্যায়ত আছে ৷এই প্ৰতিবেদনক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় যুটীয়া সচিব লৱ আগৰৱালাই কয় “আমি ক’তো সমূহীয়া সংক্ৰমণ হৈছে বুলি কোৱা নাই ।আমি এতিয়াও স্থায়ী সংক্ৰমণ পৰ্যায়তে আছো ৷আমি সমূহীয়া শব্দটো ব্যৱহাৰ কৰাৰ বাবে জল্পনা কল্পনা কৰা হৈছে ৷দয়া কৰি আমাক সমূহীয়া সংক্ৰমণ শব্দটো ব্যৱহাৰৰ বাবে অনুমতি দিয়ক৷ কিন্তু আপোনালোকে যি প্ৰসংগ ব্যাখ্যা কৰিছে ই তেনে নহয় ৷

ইপিনে তলাবন্ধৰ ষষ্ঠ দিনা কৰ’না ভাইৰাছৰ প্ৰসাৰ বৃদ্ধি পাইছে যদিও প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ৷ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে এইদৰে কয় ।আই চি এম আৰৰ তথ্য অনুসৰি ২২ মাৰ্চত ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ খন জিলা সংক্ৰমিত হৈছিল ৷২৮ মাৰ্চত ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬০ খন জিলালৈ বিয়পি পৰে। লৱ আগৰৱালাই কয় এশৰ পৰা এহেজাৰলৈ আক্ৰান্ত হ’বলৈ ভাৰতত ১২ দিনৰ প্ৰয়োজন হৈছে ।আন দেশত তিনি হেজাৰৰ পৰা পাঁচ হেজাৰলৈ আক্ৰান্ত হৈছে ৷সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে এই ইতিবাচক ফলাফল আমি লাভ কৰিছো ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSASSAM FIGHTS CORONACovid-19INDIA FIGHTS CORONASTAY HOME STAY SAFE
samimsultana

samimsultana

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d