Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ : ড° বসন্ত কুমাৰ ভট্টাচাৰ্য

publisher by publisher
May 6, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ : ড° বসন্ত কুমাৰ ভট্টাচাৰ্য
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ADVERTISEMENT

তলাবন্ধ মোৰ বাবে এক নতুন অভিজ্ঞতা। তলাবন্ধ আৰম্ভ হোৱা দিনৰে পৰা বৰ্তমানলৈকে ইয়াক মই আতংকৰে গ্ৰহণ কৰিছো। আৰু এনেদৰে আজিলৈকে নিজকে ঘৰত আবদ্ধ কৰি আহিছো। মই বিশেষ কাম-কাজত নিজক ব্ৰতী কৰাব পৰা নাই। ভয়-শংকাৰ মাজতে সময় অতিবাহিত কৰিছো। চৰকাৰে যি নীতি-নিয়ম প্ৰৱৰ্তন কৰিছে, তাক মই ষোল অনাই পালন কৰি আছো। ইয়াৰ পৰিণতি সম্পৰ্কে মোৰ কোনো ধাৰণা নাই যদিও অনতি পলমে ইয়াৰ পৰা মুক্তি পাম বুলি আশা কৰিছো। খোৱা-লোৱা নিয়মিত ভাৱে কৰি আছো যদিও শান্তি পোৱা নাই। মানসিক শান্তি হেৰাই গৈছে। প্ৰতিটো মুহূৰ্ততে মোক মোক মৃত্যুৰ দূতে খেদি ফুৰিছে, কিন্তু উপায় নাই। পৰম পিতাৰ আমাৰ জীৱনলৈ এয়া এক অভিশাপ বুলিয়েই গ্ৰহণ কৰিছো। মই লিখা-মেলা বৰকৈ কৰিব পৰা নাই। দৰাচলতে এই সময়ছোৱাত কোনো কামলৈকে মন যোৱা নাই। তথাপি অকল মোৰেই নহয়, সমস্যাটো সমগ্র বিশ্বৰ মানুহে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে। আৰু সময়ে সময়ে চৰকাৰে এই ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা সমূহ সঠিকভাৱে পালন কৰিবলৈ যত্নপৰ হৈছো।

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা তলাবন্ধৰ সময়ছোৱাত সাধ্যানুসাৰে ওচৰ চুবুৰীয়াৰ মাজত সাহায্য বিতৰণ কৰিছো। ভৱিষ্যতেও সাধ্যানুসাৰে দুৰ্গত সকলক সহায় কৰি যাম। এই সময়ছোৱাত বন্ধু- বান্ধৱৰ সৈতে মিলামিছা কৰিব পৰা নাই যদিও ফোন যোগে বাৰ্তালাপ কৰি আছো। তেনে বাৰ্তালাপে মোক আনন্দ দিছে। ছাত্ৰ- ছাত্ৰী সকলৰ কাৰণে কিবা উপায় উদ্ভাৱন কৰিব পাৰিলে তেওঁলোকৰ মংগল হ’ব। এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব দিব বুলি মই আশা কৰো। চৰকাৰৰ শেহতীয়া কাম কাজক লৈ ব্যক্তিগতভাৱে মই যথেষ্ট সুখী। বিশেষকৈ স্বাস্থ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো । তেওঁৰ শুভবুদ্ধি, কৰ্মতৎপৰতা আমাৰ বাবে পাথেয় হ’ব।

কবিতা, গল্প লিখাটো মোৰ পুৰণি এক অভ্যাস, কিন্তু এই সময়ছোৱাত যথাযোগ্য লেখা-মেলা কৰিব পৰা নাই যদিও তাৰ মাজতে দুই-চাৰিটা কবিতা, গল্প আৰু এখন নাটক লিখি আছো। তলাবন্ধৰ সময়ছোৱাত এই কাম সমাপ্ত কৰিম বুলি লক্ষ্য নিৰ্ধাৰণ কৰিছো। মোৰ পৰিয়ালৰ প্রতিজন সদস্যই আশাবাদী যে অতি সোনকালে আমাৰ মাজলৈ শুভদিন আহিব। ইয়াৰ বাবে আমি কেৱল ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব। এইকেইটা দিনত দৈনিক অগ্ৰদূত, ‘দৈনিক অসম’, আৰু নিয়মীয়া বাৰ্তাই ইমান সকাহ দিছে যে এই তিনিখন বাতৰি কাকত পঢ়ি সময় অতিবাহিত কৰিছো। সংকটৰ এই মুহূৰ্তত বাতৰি কাকতে গ্ৰহণ কৰা ভূমিকা আমি আন্তৰিকতাৰে শলাগ লৈ বাতৰি কাকতৰ প্ৰতিজন কৰ্ম কৰ্তা লৈ অভিনন্দন জজ্ঞাপন কৰিছো এই ছেগতে।

ব্যক্তিগতভাৱে এই তলাবন্ধৰ সময়ছোৱাত বাহিৰলৈকে যাবলগীয়া হোৱা নাই। প্ৰয়োজনীয় দৰবকে ধৰি অন্যান্য সা-সামগ্ৰীসমূহ আন আন সহযোগী সকলে ঘৰতে পোৱাৰ ব্যৱস্থা কৰিছে। মোৰ বয়সৰ প্ৰতি লক্ষ্য কৰিয়ে ময়ো ঘৰতে আছো এই সময়ছোৱাত। শেষত পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে এই সন্ত্ৰাসৰ পৰা সোনকালে আমাক মুক্ত কৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONACovid-19FIGHTS AGAINST COVID-19
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d