Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আমপানেই শেষ নহয় ,আৰু আহিব অনেক প্ৰাকৃতিক দুৰ্যোগ

publisher by publisher
May 22, 2020
in News
Reading Time: 1 min read
0
আমপানেই শেষ নহয় ,আৰু আহিব অনেক প্ৰাকৃতিক দুৰ্যোগ
9
SHARES
85
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছৰ তাণ্ডৱৰ মাজতে দেশৰ বিভিন্ন অংশত আমপান মহাঘূর্ণীয়ে ধ্বংসলীলা আৰম্ভ কৰিছে । এই মহাঘূর্ণীয়ে এই দিনকেইটাত কেনে ৰূপ লয় বা কিমান ক্ষতিসাধন কৰে, সেই ধাৰণা কৰাটো এতিয়াই সম্ভৱ নহয় । কিন্ত পশ্চিমবংগ, ওড়িছা আদিৰ সাগৰৰ পাৰৰ অঞ্চলসমূহে যে দীৰ্ঘদিনৰ বাবে ক্ষতিৰ সন্মুখীন হ’ব লাগিব সেয়া নিশ্চিত । লক্ষণীয়ভাৱে প্ৰায় প্ৰতি বছৰেই পৃথিৱীখন নানা ধৰণৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।অষ্ট্ৰেলিয়াৰ ছিডনী আৰু দক্ষিণ আমেৰিকাৰ আমাজন জংঘলত ভয়াবহ দাবানলৰ কথা হয়তো মানুহে এতিয়াও পাহৰা নাই । সেইদৰে পাহৰা নাই ঘূর্ণী বতাহ ফণী, কেটৰিণাৰ পৰা আৰম্ভ কৰি ছুনামি, নেপাল-ছিকিমৰ ভূমিকম্পৰ ভয়াৱহতাৰ কথা । এনে সময়তে পোহৰলৈ আহিছে এক ভয়াবহ তথ্য । সকলোকে আতংকিত কৰি তুলিছে বিজ্ঞানী সকলৰ এই তথ্যই । এই একবিংশ শতিকাত পৃথিৱীয়ে সহ্য কৰিব লাগিব আন বহুতো প্ৰকৃতিক বিপৰ্যয়।যাৰ ফলত ধ্বংস হ’ব পাৰে আমাৰ পৃথিৱীও।

ADVERTISEMENT

এই ভয়াবহ তথ্য দাঙি ধৰিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে।হাৰ্ভাৰ্ডৰ পৰিৱেশ বিজ্ঞানীসকলে জনোৱা মতে ,চলিত বৰ্ষতে জাপানক জোঁকাৰি যাব দুটাকৈ ভয়ানক ভূমিকম্পই । কমেও ন ৰিখটাৰ স্কেলত আহিবলগীয়া এই দুই ভূমিকম্পত জাপানৰ মাৰাত্মক ক্ষতিৰ আশংকা আছে বুলিও গৱেষক সকলে জনাইছে । তেওঁলোকে জনাইছে যে ২০৫০ৰ ভিতৰত বহুবাৰ দাবালনৰ কবলত পৰিব আমেৰিকাত থকা জংঘলসমূহ । আনহাতে, বাৰুয়াবুংগা নামৰ আগ্নেয় উপত্যকাত হ’ব পাৰে ভয়ংকৰ আগ্নেয়গিৰি।যাৰ ফলত আইচলেণ্ডৰ সমীপত ভয়াবহ ভূমিকম্পও হ’ব । অতি ডাঙৰ ভূমিকম্প নহ’লেও কম সময়ৰ ব্যৱধানত বহুবাৰ কপি উঠিব পাৰে সেই অঞ্চল। সেইদৰে ২০৬৫ৰ ভিতৰত চিলিত বহুবাৰ ভয়ংকৰ ভূমিকম্প হ’ব বুলিও পৰিৱেশ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে । এই ভূমিকম্পৰ তীব্ৰতা থাকিব ৮.২ৰিখটাৰ স্কেল আৰু ইয়াৰ ফলত ছুনামিও হ’ব পাৰে । জাপানৰ পাৰ্বত্য অঞ্চল সমূহত ঘনাই ভয়াবহ আগ্নেয়গিৰি হ’ব পাৰে ।

RelatedPosts

আমপানৰ তাণ্ডৱত ধ্বংস হ’ল প্ৰায় ১৬ লাখ গছ

আমপানৰ পাছত চৰ্চাৰ কেন্দ্ৰ ‘নিসৰ্গ’

আমপানৰ পৰা ৰেহাই নাপালে দুই শতাব্দী প্ৰাচীন মহা বটবৃক্ষই

অৱশ্যে ইয়াৰ কোনো নিৰ্দিষ্ট সময়ৰ কথা বিজ্ঞানীসকলে জনোৱা নাই । কিন্তু তেওঁলোকে জনাইছে যে এই সঘনাই হোৱা আগ্নেয়গিৰিৰ ফলত মানৱজাতিৰ মাৰাত্মক ক্ষতি হ’ব । বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি, ২০৬৫ৰ ভিতৰত আঠৰ পৰা ন ৰিখটাৰ স্কেলত সংহাৰকাৰী ছুনামি নামি আহিব পাৰে অৰেগাঁও অঞ্চললৈ । ইপিনে, নাছাই দিয়া তথ্য অনুসৰি ২০৫০ ৰ ভিতৰত ভয়াৱহ বানৰ কবলত পৰিব পাৰে আমেৰিকাৰ পূব উপকূল । আনহাতে, লণ্ডন কলেজ বিশ্ববিদ্যালয় আৰু কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দাবী কৰিছে যে ভয়াবহ ছুনামিয়ে দেখা দিব পাৰে কেৰিবিয়ান সাগৰত । ইয়াৰ প্ৰকোপত সমুদ্ৰগৰ্ভত স্থান হ’ব পাৰে আমেৰিকাৰ বিস্তীৰ্ণ অংশৰ । কেলিফ’ৰ্ণিয়াও সন্মুখীন হ’ব পাৰে বিধ্বংসী ভূমিকম্পৰ । ৰিখটাৰ স্কেলত আঠ বা তাতকৈও অধিক তীব্ৰতাৰ ভূমিকম্প হ’ব পাৰে বুলিয়ে দাবী কৰিছে ইউ এছ জি এছ নামৰ ভূমিকম্প গৱেষক সংস্থাটোৱে । সেয়াই নহয় পৰৱৰ্তী এটা দশকৰ ভিতৰতে পৃথিৱীলৈ নামি আহিব আন এক মহাবিপৰ্যয় ।যিকোনো মুহূৰ্ততে পৃথিৱীলৈ নামি আহিব ভয়ানক সৌৰ ধুমুহা।বিশ্বৰ প্ৰায় সকলো প্রান্ততে এই সৌৰ ধুমুহাৰ প্ৰভাৱ পৰিব বুলি বিশেষজ্ঞই আশংকা কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cyclone Amphan
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d