Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ বদান্যতা

publisher by publisher
June 9, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ বদান্যতা
1
SHARES
9
VIEWS
ShareShareShareShare

এজন কৰ’না আক্ৰান্ত ৰোগীৰ অন্তিম সৎকাৰক কেন্দ্ৰ কৰি সোমবাৰৰ পৰা কাৰ্বি আংলং জিলা সদৰ ডিফুত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। এফালে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক সৎকাৰত ৰাইজৰ বাধা আনফালে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ দাঙিবলৈ স্থানীয় কোনো লোক আগবাঢ়ি নহাৰ বিপৰীতে আৰক্ষী অধীক্ষকে নিজহাতে মৃতদেহ দাঙি দেখুৱালে দায়িত্ববোধ আৰু মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন।

ADVERTISEMENT

উল্লেখযোগ্য যে সোমবাৰে ডিফুত কৰ’না আক্ৰান্ত অসমৰ পঞ্চমজন লোকৰ মৃত্যু হয়। চেন্নাইৰ ব্যক্তিগত কোম্পানীত কাম কৰি থকা বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি (৫৮) নামৰ লোকজন যোৱা ২৩ মে’ত চেন্নাইৰ পৰা আহি ২৬ মে’ত ডিফুত উপস্থিত হোৱাৰ পিছত বকলীয়াঘাট বাঁহনি আদৰ্শ বিদ্যালয়ৰ ছাত্ৰী নিবাসত কোৱাৰেন্টাইনত আছিল।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

কোৱাৰেন্টাইনত থকা অৱস্থাত লোৱা তেওঁৰ স্বাৱ টেষ্টৰ ৰিজাল্ট নেগেটিভ ওলোৱাৰ লগতে তেওঁৰ কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাত তেওঁক কেইদিনমান পূৰ্বে কঠোৰভাৱে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় । কিন্তু দেওবাৰে দুপৰীয়া হোম কোৱাৰেন্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়।

মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত ক’ভিড-১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ স্বাৱ টেষ্টৰ বাবে পঠিয়াইছিল আৰু সোমবাৰে স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছিল ৷ ইয়াৰ পিছতে সৃষ্টি হয় অথন্তৰ। কিয়নো মৃতদেহ সৎকাৰক লৈ সৃষ্টি হয় অচলাৱস্থা। আনকি মৰ্গৰ পৰা মৃতদেহ আনি গাড়ীত উঠাবলৈও নাছিল কোনো লোক।

মৰ্গৰ দায়িত্বত থকা লোক আনকি চাফাই কৰ্মীয়েও মৃতদেহটো চুবলৈ অস্বীকাৰ কৰে। এনে জটিল পৰিস্থিতিত বদান্যতাৰ পৰিচয় দি আগবাঢ়ি আহে স্বয়ং কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৰাকী। আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে পি পি ই কিট পিন্ধি নিজৰ দেহৰক্ষীৰ সহযোগত কেৰিং ভানত তোলে মৃতদেহটো। কিন্তু ইয়াৰ পিছতো সমস্যা সমাধান নহয়। সোমবাৰে ওৰে নিশা প্ৰশাসনে চেষ্টা কৰাৰ পিছতো স্থানীয় ৰাইজৰ বাধাৰ বাবে মৃতদেহটো সৎকাৰ কৰিব নোৱাৰিলে প্ৰশাসনে।

আঠ কিলো, পানবাৰী, চৰচৰি, দলদলি আদি ঠাইত স্থানীয় লোকে তীব্ৰ বাধা দিয়ে মৃতদেহ সৎকাৰত। আনকি গছ বগৰাই আৰক্ষী-প্ৰশাসনৰ লোকক বাধা দিবলৈ পথ বন্ধ কৰি ৰাখে। শেষত আজি চূণপোৰা ৰাজহুৱা মৰিশালিত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰা হয়। স্থানীয় লোকৰ এনে অমানৱীয় কাৰ্যই এতিয়া সকলোকে ব্যৰ্থিত কৰি তুলিছে। এই ঘটনাক এতিয়া সৰ্বত্ৰে ধিক্কাৰ দিছে। ইয়াৰ বিপৰীতে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ কৰ্তব্যবোধ আৰু মানৱীয় প্ৰমূল্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। এনেধৰণৰ দায়িত্বশীল আৰু মানৱতাবাদী লোক থকা বাবেই সমাজখন জীয়াই আছে বুলিও বহুতে ক’ব খোজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam covid 19Corona VirusCovid-19KARBI ANGLONG
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d