Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বোকাজানত স্বয়ম্ভু সাংবাদিকৰ দপদপনি

publisher by publisher
July 1, 2020
in Assam
Reading Time: 1 min read
0
বোকাজানত স্বয়ম্ভু সাংবাদিকৰ দপদপনি
1
SHARES
8
VIEWS
ShareShareShareShare

কাঠফুলাৰ দৰে অসমত গঢ় লৈ উঠা বৈধ অবৈধ ৱেব পৰ্টেলৰ একাংশ অৰ্হতাবিহীন সংবাদ দাতাই সমগ্ৰ সংবাদ মাধ্যমটোকে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈ আহিছে ৷ কাৰ্বি আংলংৰ NEWS 7 NORTH EAST নামৰ এটা ৱেব পৰ্টেলৰ একাংশ সাংবাদিকে বৃহৎ সংখ্যক ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত মঙলবাৰে খটখটী আৰক্ষীয়ে অসম নগালেণ্ড সীমান্তৰ লাহৰীজানৰ পৰা দাবী কৰা ধন নিবলৈ অহা নগালেণ্ডৰ ডিমাপুৰৰ পুৰণা বজাৰৰ দুই সাংবাদিক ক্ৰমে কিহিট ছ’পি আৰু মিষ্টাৰ হিকা নামৰ দুই সাংবাদিকক আটক কৰে ৷ আৰক্ষীয়ে ধৃত লোক দুজনৰ পৰা উক্ত ৱেব পৰ্টেলটোৰ দুখন পৰিচয় পত্ৰ আৰু দুটা ৱাকি টকি জব্দ কৰে ৷ ঘটনাৰ বিৱৰণী মতে লাহৰীজানত বীণা দেৱী নামৰ এগৰাকী ৭১ বছৰীয়া মহিলাই এখনি ক্ষুদ্ৰ বিপনী দি জীৱন নিৰ্বাহ কৰি আছিল ৷ যোৱা ২২ জুনত নগালেণ্ডৰ উক্ত সাংবাদিক দুজনে স্থানীয় কেইজনমান যুৱকৰ সৈতে উক্ত দোকান খনলৈ আহি প্ৰথমে লগত লৈ অহা সুৰা পান কৰে বুলি ভূক্তভোগী মহিলা গৰাকীয়ে জানিবলৈ দিয়ে ৷

ADVERTISEMENT

WhatsApp Image 2020 07 01 at 12.40.32 PM

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

সুৰাপান কৰাৰ পাছতেই যুৱকৰ দলটোৱে মহিলা গৰাকীক উক্ত স্থানত বিভিন্ন অবৈধ কাৰ্য কৰাৰ অভিযোগ তুলি পাঁচ লাখ টকাৰ ধন দাবী কৰে ৷ উপায়ন্তৰ হৈ বৃদ্ধা মহিলা গৰাকীয়ে দলটোক সেইদিনাই পাঁচ হাজাৰ টকা প্ৰদান কৰে যদিও স্বয়ম্ভু সাংবাদিকৰ দলটোৱে বাকী টকা পাছত দিবলৈ নিৰ্দেশ দি আহে ৷ উপায়বিহীন মহিলা গৰাকীয়ে সমগ্ৰ ঘটনা অৱগত কৰি খটখটী থানাত এক এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে মঙলবাৰে দাবী কৰা ধন নিবলৈ অহা অৱস্থাত সাংবাদিক দুজনক আটক কৰে ৷ উল্লেখযোগ্য যে, পৰিচয় পত্ৰত কাৰ্বি আংলংৰ ডিফুত উক্ত ৱেব পৰ্টেলটোৰ কাৰ্যালয় আছে বুলি দেখুওৱা হৈছে যদিও প্ৰাৰম্ভিক অনুসন্ধানত সেই পৰ্টেলটোৰ কোনো কাৰ্যালয় ডিফুত নাই বুলি জানিব পৰা গৈছে ৷ আনহাতে ধৃত লোক দুজনক তথাকথিত পৰ্টেলটোৱে নগালেণ্ডৰ ডিমাপুৰৰ বাবেহে ক্ৰমে সংবাদ দাতা আৰু কেমেৰা মেন হিচাপে নিযুক্তি দিয়া দেখুওৱা হৈছে যদিও অসমৰ লাহৰীজানত কি সাহসত ধন দাবী কৰিবলৈ সক্ষম হৈছে সেয়া বিচাৰ্যৰ বিষয় ৷ সংবাদ মাধ্যমক ব্যৱহাৰ কৰি এইদৰে একাংশ স্বয়ম্ভু সাংবাদিকে বাতৰি এটাও পৰিৱেশন নকৰি ধনদাবী কাৰ্যত নামি পৰাত সচেতন মহলে আশ্বৰ্য প্ৰকাশ কৰিছে ৷ সম্প্ৰতি খটখটী আৰক্ষীয়ে ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি অনুসন্ধান অব্যাহত ৰাখিছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKARBI ANGLONG
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d