Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভূৰাগাঁৱত বানাক্ৰান্তৰ ক্ষোভৰ বলি চাৰি জনপ্ৰতিনিধি

publisher by publisher
July 15, 2020
in Assam, Flood, News
Reading Time: 1 min read
0
ভূৰাগাঁৱত বানাক্ৰান্তৰ ক্ষোভৰ বলি চাৰি জনপ্ৰতিনিধি
3
SHARES
33
VIEWS
ShareShareShareShare

সমষ্টিত পঁচিশ বছৰে নেদেখা পৰিস্হিতিৰ সন্মুখীন হ’ল নজৰুল ইছলাম

ADVERTISEMENT
http://dainikagradoot.in/wp-content/uploads/2020/07/WhatsApp-Video-2020-07-15-at-5.56.52-PM.mp4

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আজি এক অপ্ৰীতিকৰ পৰিস্হিতিৰ সন্মুখীন হ’ল নগাঁও লোক সভাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ নেতৃত্বত অহা এটি চাৰিজনীয়া জনপ্ৰতিনিধিৰ দলে । দলটোত আছিল নগাঁও লোক সভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলাম, মৰিগাঁও বিধান সভাৰ প্ৰাক্তন বিধায়ীকা জোন জোনালী বৰুৱা আৰু নগাঁৱৰ প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱা। উল্লেখ্য যে দীৰ্ঘদিন সমষ্টিবাসীৰ পৰা আঁতৰত থকা আৰু সমষ্টিবাসীৰ এটি সাধাৰণ ভগ্ন মথাউৰীৰ মেৰামতিৰ ব্যৱস্হা কৰিব নোৱাৰা ক্ৰমে ডাঃ নজৰুল ইছলাম আৰু যোৱা দূৰ্গা পূজাতে ভূৰাগাঁৱলৈ আহি আজি পৰ্যন্ত সমষ্টিত মুখ দেখুৱাবলৈ নহা সাংসদ প্ৰদ্যুত বৰদলৈৰ আগমনৰ বাৰ্তা বিয়পি পৰা মাত্ৰকে আজি ভূৰাগাঁৱৰ বানাক্ৰান্ত সকল ক্ষুব্ধ হৈ পৰে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

চাৰিওজন প্ৰতিনিধিয়ে লাহৰীঘাটৰ কাঠনি আৰু টেঙাগুৰী অঞ্চল পৰিভ্ৰমন কৰি ভূৰাগাঁৱত উপস্হিত হোৱা মাত্ৰকে ক্ষুব্ধ বানাক্ৰান্তই প্ৰদ্যুত বৰদলৈ “গ’ বেক, নজৰুল ইছলাম গ’ বেক” আদি ধ্বনিৰে উত্তাল কৰি চাৰিওজন জনপ্ৰতিনিধিকে আগচি ধৰে। পৰিস্হিতি এনে পৰ্যাই পাইগৈ যে বানাক্ৰান্তই নজৰুল ইছলামক শূণ্য দুৰত্বৰ পৰা ২৫ বছৰে আপুনি আমাক কি দিলে, আমি মাটি ভেটি হেৰুৱাই পঢ়া শুনা বাদ দি পথৰ ভিকহু হলো আদি বাক্য বানেৰে থকা সৰকা কৰে। সাংসদ প্ৰদ্যুত বৰদলৈকো পূজাৰ পৰা ইমান দিন আপুনি ক’ত আছিল, নিৰ্বাচনৰ সময়ত দিয়া ভাষণবোৰ কি হ’ল আদি প্ৰশ্ন কৰি বাকৰুদ্ধ কৰে। উল্লেখ্য যে এয়া কোনো বানাক্ৰান্তই বান সাহায্য নেপোৱাৰ প্ৰতিবাদ নাছিল। কেৱল এটা ভগ্ন মথাউৰী নিৰ্মাণ কৰি ভূৰাগাঁও বাসীক ৰক্ষা কৰিব নোৱাৰা ক্ষোভৰ বহিঃপ্ৰকাশহে আছিল।

মৰিগাঁও জিলা জলসম্পদ বিভাগে এইবাৰ প্ৰায় ত্ৰিশ কোটি টকা ব্যয় কৰি কে’বাটাও মথাউৰী নিৰ্মাণ কৰিছে । তথাপিতো ভূৰাগাঁও ৰাজহ চক্ৰৰ নব্বৈ খন গাঁও বানত বুৰিব লগা হ’ল। ইয়াৰ মূলতেই হৈছে ভূৰাগাঁৱৰ দিঘলিআটীৰ পৰা বৰালিমাৰী লৈ থকা ন কিলোমিটাৰ ৰিং বান্ধটোৰ চাৰি কিলোমিটাৰ অংশ আজিৰ পৰা চাৰি বছৰৰ আগতে বিচ্ছিন্ন হৈছিল। মথাউৰীটো নিৰ্মাণ কৰিছিল মৰিগাঁও গ্ৰামোন্নয়ন বিভাগে। বান গৰাখহনীয়াৰ স্হায়ী সমাধানৰ কথা বাদেই আনকি এই চাৰি কিলোমিটাৰ ভগ্ন বান্ধ মেৰামতিৰ ব্যৱস্হা কৰিবলৈ ভূৰাগাঁও বাসীয়ে সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়ক নজৰুল ইছলামক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো এই কামটোৰ দায়িত্ব ল’ব নোৱাৰিলে দুইজন প্ৰতিনিধিয়ে।

যাৰ ফলত বান্ধটো মেৰামতি নহ’ল আৰু সেই উন্মুক্ত অংশৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই ভূৰাগাঁও ৰাজহ চক্ৰৰ বিস্তৰ ক্ষতিসাধন কৰে। সেয়ে প্ৰতিনিধি দুজন উপস্হিত হোৱা মাত্ৰকে বানাক্ৰান্ত লোক সকল স্বতঃস্ফূতভাৱে আগুৱাই আহি এক অবৰ্ণনীয় জলন্ত পৰিস্হিতিৰ সৃষ্টি কৰে । বানাক্ৰান্তৰ মাজত আৱদ্ধ হৈ পৰা চাৰি প্ৰতিনিধিক ভূৰাগাঁও আৰক্ষীয়ে কোনোমতে নিৰাপদে ক্ষুব্ধ বানাক্ৰান্তৰ মাজৰ পৰা উলিয়াই পঠাবলৈ সক্ষম হয়। অৱশ্যে বানাক্ৰান্ত আৰু একাংশ স্হানীয় কংগ্ৰেছ কৰ্মীৰ মাজত কিছু হতাহতি হয়। উন্নয়নমূলক কাম-কাজৰ পৰা আঁতৰত থকা সৰ্বকালৰ ব্যৰ্থ প্ৰতিনিধি ডাঃ নজৰুল ইছলামে যোৱা ২৫ বছৰীয়া কাৰ্যকালত নিজা সমষ্টিত কেতিয়াও সন্মুখীন নোহোৱা পৰিস্হিতিৰ মুখামুখী হ’ল আজি। তদ্ৰুপ গণবিচ্ছিন্ন নেতা প্ৰদ্যুত বৰদলৈৰো একেই দশা হল নিজা সমষ্টিত।

বানাক্ৰান্তৰ মূৰ্ত্তি দেখি চুৰ্তি হেৰুৱা জোন জোনালী বৰুৱাই গাড়ীৰ পৰা নামিবলৈকে সাহস নকৰিলে। একে অৱস্হা হ’ল নগাঁৱৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ । ঘটনাৰ সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱ কুমাৰ নাথে কয় – এয়া কোনো নিৰ্দিষ্ট দল সংগঠনৰ প্ৰতিবাদ নহয়। এয়া কোনো পৰিকল্পিত প্ৰতিবাদ নহয়, বৰং আছু, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশীকে আদি কৰি প্ৰায় সকলো স্হানীয় সংগঠনকে ধৰি বিশেষকৈ বানত সৰ্বস্বান্ত লোকৰ তথা বন্যাৰ্তৰ ক্ষোভৰ বহিঃ প্ৰকাশ। অকৰ্মন্য জনপ্ৰতিনিধিৰ উন্নয়ন বিৰোধী আৰু গণ বিচ্ছিন্ন চৰিত্ৰ এক প্ৰত্যুত্তৰ।

আনহাতে এনে পৰিস্হিতিৰ সন্মুখীন হৈ সাংসদ প্ৰদ্যুত বৰদলৈয়ে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বন্যাৰ্তৰ এই প্ৰতিবাদ তেনেই স্বাভাৱিক। প্ৰকাৰন্তৰে বন্যাৰ্তৰ ক্ষোভক যুক্তিযুক্ততাক অকপতে স্বীকাৰ কৰি লয় সাংসদ প্ৰদ্যুত বৰদলৈয়ে। অৱশ্যে বানাক্ৰান্তই উপযুক্ত বান সাহায্য নোপোৱা বুলি অভিযোগ কৰে সাংসদ বৰদলৈয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamMORIGAON
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d