Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ডিজিটেল ভাৰতৰ দিনতো ৰাজ্যৰ এটা অঞ্চলত আজিও ঠেলাত নিব লগা হয় ৰোগী

publisher by publisher
July 29, 2020
in Assam, News
Reading Time: 1 min read
0
ডিজিটেল ভাৰতৰ দিনতো ৰাজ্যৰ এটা অঞ্চলত আজিও ঠেলাত নিব লগা হয় ৰোগী
1
SHARES
7
VIEWS
ShareShareShareShare

তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডুবি গাঁও পঞ্চায়তৰ অন্তৰ্গত দহ নম্বৰ ৱাৰ্ড তথা বৰডুবি চাহ বাগিছাৰ তিনি দলং লাইনৰ ৰাইজে আজি ডিজিটেল ভাৰতৰ দিনতো নেদেখিলে কোনো উন্নয়ন । পথ, বিজুলী, খোৱা পানী, চিকিৎসা আদি আধুনিক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় কোনো ব্যৱস্থাই এই ৱাৰ্ডৰ আবাসীৰ বাবে উপলব্ধ নহয় । ৰোগীৰ চিকিৎসাৰ বাবে ঘৰৰ পৰা নিয়া হয় ঠেলাত । নাইবা কেইজনমান লোকে ৰোগীক দাঙি নিব লগা চিকিৎসালয়লৈ । অঞ্চলটোৰ মূল পথৰ দলংখন ভঙা, তদুপৰি পথত দ দ গাত ।

ADVERTISEMENT

উল্লেখযোগ্য যে, অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অন্তর্গত বৰডুবি গান্ধীগাঁৱৰ পৰা বৰডুবি চাহ বাগিচাৰ কলঘৰলৈকে থকা প্ৰায় পাঁচ কিলোমিটাৰ পথৰ পকীকৰণ আৰু এই পথত থকা ডুমডুমা নদীৰ ওপৰৰ পকী দলং বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পিছত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আজিৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ সময়তো আবাসী আদিবাসী লোক সকলে কটাবলগীয়া হৈছে দুৰ্বিসহ জীৱন । স্থানীয় ৰাইজ তথা চাহ জনজাতি সংগঠন সমূহৰ বিভিন্ন সময়ত আবেদন দিয়াৰ পিছতো গা লৰা নাই স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক দুৰ্গা ভূমিজৰ ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

ৰাইজৰ অভিযোগ অনুসৰি, বছৰ বছৰ ধৰি ৰাইজৰ প্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত কেৱল ভোটৰ অংকত আহি দলং নিৰ্মাণ, পথ পকীকৰণ, বিশুদ্ধ খোৱা পানী, বিজুলীৰ ব্যৱস্থা, স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি যায় । কিন্তু আজি পৰ্যন্ত কোনো প্ৰতিশ্ৰুতিয়েই কায্যকৰী ৰূপ নোপোৱাত স্থানীয় লোকসকলৰ চৰকাৰ আৰু জন প্ৰতিনিধিৰ প্ৰতি আস্থা আৰু হেৰাই গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamTinsukia
publisher

publisher

Related Posts

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d