Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

বিদেশত চনু সুডলৈ মৰমঃ অনুৰাগীয়ে অনুষ্ঠিত কৰিলে চনু সুড ছবি মহোৎসৱ

publisher by publisher
July 30, 2020
in Entertainment, News
Reading Time: 1 min read
0
বিদেশত চনু সুডলৈ মৰমঃ অনুৰাগীয়ে অনুষ্ঠিত কৰিলে চনু সুড ছবি মহোৎসৱ
7
SHARES
66
VIEWS
ShareShareShareShare

আজি বলীউডৰ অভিনেতা চনু সুডৰ জন্মদিন । প্ৰথমতে চনুলৈ জন্মদিনৰ বহুত শুভেচ্ছা ৷ বলীউডৰ অভিনেতা চনু সুডক সাম্প্ৰতিক সময়ত ছবিৰ হিৰোতকৈ এগৰাকী বাস্তৱৰ হিৰো হিচাপে পৰিচিত ৷ কাৰণ যিধৰণে মহামাৰী কৰ’নাৰ সময়ত চনুৱে বহিঃৰাজ্যত আৱদ্ধ  হৈ থকা শ্ৰমিকসকলক নিজ ৰাজ্যলৈ আনিলে সেয়া সচাঁকৈয়ে প্ৰশংসনীয় । চনুৱে বহিঃৰাজ্যৰ আৱদ্ধ লোকসকলক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বাছ, ট্ৰেইনৰো যোগান ধৰে ।

ADVERTISEMENT

শেহতীয়াকৈ চনুৱে ইজৰাইলত বন্দী হৈ থকা ভাৰতীয়সকলক দেশলৈ অহাত সহায় কৰে । চনুৰ মানৱতা কেৱল বহিঃৰাজ্যৰ লোকসকলক নিজ ৰাজ্যত উপস্থিত কৰোৱাতেই সীমাবদ্ধ হৈ থকা নাই । বহু নিবনুৱাক নিযুক্তিও দিছে চনুৱে ৷ লগতে অলপতে এজন কৃষকক এখন ট্ৰেক্টৰো প্ৰদান কৰে চনুৱে । ৰূপালী পৰ্দাত সততে ভিলেইনৰ ভূমিকাত অৱতীৰ্ণ হোৱা চনু বাস্তৱৰ এগৰাকী হিৰো । সেয়া ইতিমধ্যে চনুৱে প্ৰমাণ কৰিছে ৷ আৰ্তজনক চনুৱে কৰা সহায়ৰ বাবে দেশবাসীৰ লগতে বিশ্ববাসীৰ কাৰণে চনু হৈ পৰিছে হিয়াৰ আমঠু ৷ কোনোৱে যদি চনুৰ কাৰণে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছে । আন কোনোৱা আকৌ টাটু আকিছে চনুৰ নামত ৷

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

সম্প্ৰতি ইজৰাইলত চনুৰ কাৰণে “চনু সুড ছবি মহোৎসৱ” অনুষ্ঠিত কৰিব অনুৰাগীসকলে ৷ ইজৰাইলৰ এটা প্ৰতিষ্ঠিত চেনেলে চনুৰ সকলো শ্ৰেষ্ঠ ছবিৰ প্ৰিমিয়াৰ কৰিব ৷ চনুৱে ইতিমধ্যে প্ৰায় ৬ টা ভাষাত প্ৰায় ৬০ খন ছবিত অভিনয় কৰিছে । ইজৰাইলৰ অনুৰাগীৰ মৰম দেখি অভিভূত হৈ চনুৱে কয় “মোৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰা ইজৰাইলৰ সকলো অনুৰাগীলৈ মোৰ বহুত মৰম জনালো ৷ মই ভাৰতৰ লগতে বিদেশতো এনেধৰণে মৰম বুটলিবলৈ সক্ষম হৈ নিজকে বহুত সৌভাগ্যৱান অনুভৱ কৰিছো ৷

উল্লেখযোগ্য যে বলীউডৰ অভিনেতা চনু সুডে চিম্বা, হেপী নিউ ইয়েৰ, দাবাং, কুংফু য়োগাৰ লগতে বহুতো ছুপাৰহিট ছবিত অভিনয় কৰিছে । আন্তৰাষ্ট্ৰীয় অভিনেতা জেকি চেনৰ লগত চনুৱে কুংফু য়োগাত বিশেষ ভূমিকাত অভিনয় কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODSonu Sood
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d