Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News City

প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শনেৰে ছাটাৰগাঁৱত বন্যহস্তী-মানুহৰ সহাৱস্থান

publisher by publisher
August 29, 2020
in City, News, Tourism
Reading Time: 1 min read
0
প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শনেৰে ছাটাৰগাঁৱত বন্যহস্তী-মানুহৰ সহাৱস্থান
8
SHARES
82
VIEWS
ShareShareShareShare

প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শনেৰে ছাটাৰগাঁৱত বন্যহস্তী-মানুহৰ সহাৱস্থান। মহানগৰী গুৱাহাটীৰ দাঁতিকাষৰীয়া দীপৰ বিলৰ সমীপৱৰ্তী পাহাৰীয়া ছাটাৰগাঁৱত বাসিন্দা সকলে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। কেইবাখনো পাহাৰৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতত বৰষুণৰ পানী সংৰক্ষণ কৰি গাঁওখনৰ কেইবাজনো উদ্যমী যুৱকে সামাজিক মীন পালন কৰাৰ লগতে ৰাণী সংৰক্ষিত বনাঞ্চলৰ হাতীকে ধৰি অন্যান্য জীৱ জন্তু খোৱাপানীৰ ব্যৱস্থা কৰিছে।

ADVERTISEMENT

মীনপালনৰ জৰিয়তে নিবনুৱা একাংশ যুৱকে আৰ্থিক স্বাৱলম্বীতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত ৰংমন টুৰিজিম ছ’চাইটিৰ কাৰ্যকৰ্তা প্ৰমোদ কলিতাই কয়, “বৰ্তমান সময়ত বনাঞ্চলৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পোৱাত হাতী-মানুহৰ সংঘাতে এক সমস্যা হিচাপে দেখা দিছে। হাতী-মানুহৰ সংঘাতৰ ফলত বহু লোকৰ প্রানহানি হোৱাৰ লগতে সা-সম্পত্তিও ধংশ হৈছে। কিন্তু ছাটাৰগাঁৱত ইয়াৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়। বছৰ-বছৰ ধৰি ছাটাৰগাঁৱৰ বাসিন্দাসকলে বন্যহস্তীৰ লগত সহাৱস্থান কৰি আছে।

RelatedPosts

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

আজিলৈ এই গাঁওখনত বন্যহস্তী-মানুহৰ কোনো সংঘাত হোৱা নাই।” উল্লেখ্য যে ৰংমন টুৰিজিম ছচাইটিয়ে ২০১৭ ৰ পৰা উক্ত গাঁওখনক সামাজিক-অৰ্থনৈতিকভাৱে আদৰ্শ গাঁওৰূপে গঢ়ি তুলিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত হৈছে। ৰংমন টুৰিজিম ছচাইটিয়ে আৰ্ট অৱ লিভিঙৰ সহযোগত গাঁওখনৰ ৬২ টা পৰিয়ালক সৌৰশক্তিচালিত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছে। লগতে থিয়পানীৰ জলপ্ৰপাত, পাহাৰৰ মাজত থকা হ্ৰদকে ধৰি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অঞ্চলটোক পৰ্যটন ক্ষেত্ৰলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

গাঁওখনৰ লোকসকলৰ আৰ্থিক দিশটো টনকিয়াল কৰিবলৈ পশুপালন, কাটিং-টেইল’ৰিঙৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলিও কয় কলিতাই।উল্লেখ্য যে, পূৰ্বতে যাতায়তৰ অসুবিধাৰ বাবে গাঁওখন সকলো ক্ষেত্ৰতে পিছপৰা হৈ আছিল বুলি মন্তব্য কৰে গাঁওখনৰ নৱজ্যোতি সংঘৰ সভাপতি অজয় ৰাভাই। ২০১৭-১৮ ত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত গাঁওখনলৈ যোৱা প্ৰায় ছয় কিলোমিটাৰ পাহাৰীয়া পথ পকীকৰণ কৰা হয়।

ইয়াৰ পিছতে গাঁওখনলৈ পৰ্যটক, গৱেষণাৰ বাবে শিক্ষক,ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটে বুলিও কয় সভাপতি ৰাভাই। কটন বিশ্ববিদ্যালয় আৰু ভাৰত চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি বিভাগৰ অধীনত গুৱাহাটীৰ বৰগাঁওস্থিত ইনষ্টিটিউট অৱ এডভাঞ্চ চায়েঞ্চ এণ্ড টেকন’লজি (আই এ এছ এছ টি)য়ে গাঁওখনত বিভিন্ন গৱেষণামূলক কাম-কাজ আৰম্ভ কৰিছে। উল্লেখ্য যে, সম্প্ৰতি গাঁওখনৰ অধিকাংশ পৰিয়ালে গো-পালন, গাহৰি পালন আৰু মহ পালনেৰে জীৱিকাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। জৈৱিক পদ্ধতিৰে কৃষি কাৰ্যৰ জৰিয়তেও অঞ্চলবাসীয়ে স্বাৱলম্বীতাৰ পথ লাভ কৰিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছাটাৰগাঁৱক ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে পৰ্যটন স্থলীলৈ ৰূপান্তৰিত কৰাৰ থল আছে বুলিও সচেতন মহলে মত প্ৰকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati
publisher

publisher

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d