Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আৰক্ষীৰ আঁৰত কোন শক্তি জড়িত

publisher by publisher
September 25, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
আৰক্ষীৰ আঁৰত কোন শক্তি জড়িত

প্ৰাক্তন ডি আই জি প্ৰশান্ত কুমাৰ দত্তৰ গৃহত চি আই ডি ৰ অভিযান

2
SHARES
17
VIEWS
ShareShareShareShare

এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনা প্রত্যক্ষভাৱে সংঘটিত হৈছিল স্বয়ং আৰক্ষীৰ দ্বাৰাই। কিন্তু সেই অপৰাধী আৰক্ষী চক্ৰৰ আঁৰত যে ৰাজনৈতিক পৃষ্ঠপােষকতা আছিল সেয়াও নিশ্চিত হৈছে। প্রশ্নকাকত ফাদিলৰ সম্পৰ্কত চি আই ডি থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(খ)/৪০৯ আৰু তথ্য প্রযুক্তি আইনৰ ৬৬(খ) ধাৰাৰ অধীনত ২০/২০২০ নম্বৰ গােচৰৰ অনুসন্ধানতে এই তথ্য পােহৰলৈ আহিছে।

ADVERTISEMENT

চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনােৱা মতে, আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ বাবে যােৱা ১৬ ছেপ্টেম্বৰত নির্দিষ্ট প্রক্রিয়াৰে বন্ধ খামৰ ভিতৰত প্রশ্নকাকতসমূহ গুৱাহাটীলৈ অনা হয়। বহিঃৰাজ্যৰ পৰা ট্রাকেৰে অনা প্রশ্নকাকতসমূহ অসম আৰক্ষী নিযুক্তি ব’র্ডে দশম অসম আৰক্ষী বেটেলিয়নৰ অস্ত্রভাণ্ডাৰৰ লগত ছাবি অসম আৰক্ষী নিযুক্তি ব’র্ড আৰু আন এপাতকৈ ছাবি দশম অসম আৰক্ষী বেটেলিয়নৰ অস্ত্রভাণ্ডাৰৰ কক্ষৰ দায়িত্বত নিয়ােজিত বিষয়াৰ জিম্মাত থাকে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

পাছত যােৱা ১৮ ছেপ্টেম্বৰৰ পৰা প্রশ্নকাকতসমূহ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ প্রত্যক্ষ জিম্মাত সংশ্লিষ্ট জিলালৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় বন্ধ খামৰ ভিতৰত। প্রচলিত বিধি অনুসৰি প্রশ্নকাকতসমূহ সম্পূর্ণ সুৰক্ষিতভাৱে সংশ্লিষ্ট জিলাৰ আৰক্ষী অধীক্ষকে নির্দিষ্ট পৰীক্ষা কেন্দ্ৰলৈ নিৰাপত্তাৰক্ষীসহ প্ৰেৰণ কৰিব লাগে, কিন্তু পৰীক্ষা কেন্দ্ৰলৈ নির্দিষ্ট প্রক্রিয়াৰে নির্বাচিত দিনটোত প্ৰেৰণ কৰিলেও পৰীক্ষাৰ পূর্বেই ফাদিল হয় প্রশ্নকাকত । নিশ্চিতভাৱে এই ঘটনাত স্বয়ং আৰক্ষী জড়িত থকাটো নিশ্চিত বুলি সূত্ৰটোৱে জনায়।

কোন আৰক্ষীয়ে ফাদিল কৰিলে ?

নির্ধাৰিত সময়ত পৰীক্ষা কেন্দ্ৰত জমা নিদিয়া পর্যন্ত প্রশ্নকাকতসমূহৰ সুৰক্ষাৰ দায়িত্ব সংশ্লিষ্ট জিলাৰ আৰক্ষী অধীক্ষকৰ। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ প্রশ্নকাকতসমূহ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকে নিজৰ জিম্মাত ৰখাৰ পৰিৱর্তে সংশ্লিষ্ট জিলাৰ আন আৰক্ষী বিষয়াকো দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। তেনেস্থলত সংশ্লিষ্ট আৰক্ষীয়ে সহজলভ্য ধনৰ লালসাত দালাল চক্ৰৰ জৰিয়তে প্রশ্নকাকত ফাদিল কৰাৰ সম্ভাৱনা নুই কৰিব নােৱাৰি ।

কিন্তু সংশ্লিষ্টসকলে চাকৰিৰ পৰা বৰ্খাস্ত হােৱাৰ ভয়ত এনে কু-কর্ম সম্পাদিত কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ। অৱশ্যে ৰাজনৈতিক পৃষ্ঠপােষকতাত বলীয়ান আৰক্ষী অধীক্ষকসকলৰ একাংশই নিজৰ ক্ষমতা জাহিৰ কৰাৰ স্বাৰ্থত অনায়াসে প্রশ্ন কাকত ফাদিলৰ দৰে ভয়ংকৰ অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনাই অধিক। অৱশ্যে অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক প্রশান্ত কুমাৰ দত্তক জেৰা কৰিলেই প্রশ্নকাকত ফাদিলৰ প্রকৃত উৎস পােৱা যাব বুলি সূত্ৰটোৱে জনায়।

প্রশ্নকাকতৰে পি কে দত্তৰ সম্পর্ক কি?

প্রশ্নকাকত ফাদিলৰ লগত জড়িত থকাৰ অভিযােগত গ্রেপ্তাৰ হােৱা আৰক্ষী উপ-পৰিদৰ্শক পদৰ অন্যতম প্রার্থী কাৰ্বি আংলঙৰ হীৰকজ্যোতি বৰুৱাক নগদ ধনৰ বিনিময়ত হােৱাটছএপৰ জৰিয়তে পৰীক্ষাৰ পূর্বে প্রশ্নকাকত প্ৰেৰণ কৰে প্রাক্তন উপ-মহাপৰিদৰ্শক পি কে দত্তই। এই কথা ধৃত হীৰকজ্যোতিয়ে জেৰাত স্বীকাৰ কৰে। লগতে ধৃত হীৰকজ্যোতিৰ ম’বাইল ফোনতাে এই সম্পর্কীয় তথ্য মজুত আছে। এনে পৰিপ্ৰেক্ষিততে প্রাক্তন উপ-মহাপৰিদৰ্শক দত্তক জেৰাৰ প্রয়ােজন আছে।

বিশেষকৈ প্রশ্নকাকতৰ প্রতিলিপি পৰীক্ষাৰ পূর্বে ক’ৰ পৰা কেনেকৈ লাভ কৰিলে সেই সম্পর্কত তথ্য আহৰণৰ বাবেই চি আই ডিয়ে প্রাক্তন উপ-মহাপৰিদৰ্শক দত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি সূত্ৰটোৱে জনায়। দত্তক জেৰা কৰাতকৈয়াে প্রাক্তন আৰক্ষী বিষয়াজনে এই সময়ছােৱাত ব্যৱহাৰ কৰা সকলােধৰণৰ ইলেকট্রনিক সামগ্রী বিশেষজ্ঞৰ জৰিয়তে পৰীক্ষা কৰাটো অধিক জৰুৰী বুলি সূত্ৰটোৱে জনায়।

পি কে দত্তৰ বাসগৃহত কিয় চি আই ডিৰ অভিযান?

প্রশ্নকাকত ফাদিলৰ গােচৰত গ্রেপ্তাৰ হােৱা হীৰকজ্যোতি বৰুৱাৰ প্রবেশ পত্ৰৰ প্রতিলিপি আগতীয়াকৈ সংগ্রহ কৰে পি কে দত্তই। জেৰাৰ সময়ত ধৃত হীৰকজ্যোতিয়ে এই কথা স্বীকাৰ কৰে। ইয়াৰ পাছতে চি আই ডিয়ে যােৱা নিশাৰ পৰা ধাৰাবাহিকভাবে দত্তৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানতাে অভিযান অব্যাহত কৰা বুলি সূত্ৰটোৱে জনায়। লগতে প্রাক্তন উপ-মহাপৰিদৰ্শক দত্তৰ বাসগৃহৰ পৰা ধৃত হীৰকজ্যোতিকে ধৰি আন কে’বাজনাে প্রার্থী প্রবেশ পত্র উদ্ধাৰ কৰে চি আই ডিয়ে ।

ইয়াৰ পাছতে সংশ্লিষ্ট প্রৱেশ পত্ৰসমূহৰ লগতে দত্তই ব্যৱহাৰ কৰা এটা লেপটপ, তিনিটা কম্পিউটাৰৰ হার্ডিক্স, চি চি কেমেৰাৰ হার্ডিক্সকে ধৰি বিভিন্ন নথিপত্র জব্দ কৰা হয় বুলি চি আই ডিয়ে জনায়। তদুপৰি দত্তৰ বাসগৃহত এটা পইন্ট ২২ পিষ্টল, চাৰি জাঁই সক্রিয় গুলি আৰু বৃহৎ পৰিমাণৰ সােণ উদ্ধাৰ হৈছে। অৱশ্যে সংশ্লিষ্ট সামগ্ৰীসমূহ বর্তমানলৈকে অবৈধ হিচাপে গণ্য কৰা হােৱা নাই বুলি সূত্ৰটোৱে জনায়।

পি কে দত্ত কত?

আত্মগােপন কৰি আছে প্রশ্নকাকত ফাদিলৰ ঘটনাৰ অন্যতম অভিযুক্ত পি কে দত্ত। তদুপৰি মহানগৰীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথস্থিত বাসগৃহত দত্তৰ পত্নীৰাে কালিৰে পৰা শুংসূত্র নাই। প্রাক্তন উপ-মহাপৰিদৰ্শক দত্তৰ জী-জোঁৱাই আৰু সহায়িকা এগৰাকী থকা বুলি সূত্ৰটোৱে জনায়। বর্তমানাে আত্মগােপন কৰি সপত্নীক দত্তৰ ম’বাইল ফোন বন্ধ থকা বুলিও চি আই ডিয়ে জনায়। লগতে গ্রেপ্তাৰৰ ভয়ত দত্তই নিজৰ ম’বাইল ফোন নষ্ট কৰি পেলাব পাৰে বুলি সন্দেহ কৰিছে চি আই ডিয়ে।

ষড়যন্ত্রকাৰীক দৃষ্টান্তমূলক শাস্তি প্রদান নির্দেশ মুখ্যমন্ত্রী

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্রদানৰ নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত প্রতিক্রিয়া প্ৰকাশ কৰি সােণােৱালে কয় যে প্রশ্নকাকত ফাদিলৰ লগত জড়িতসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদানৰ বাবে নির্দেশ দিয়া হৈছে। অসমৰ নিবনুৱা যুৱক-যুৱতীৰ আগত চেঁচা পানী ঢালিব বিচৰা ষড়যন্ত্রকাৰীসকলক কোনাে কৰণতে ৰেহাই দিয়া নহ’ব ।

তেওঁ কয় যে এই সম্পর্কত তদন্ত অব্যাহত আছে। তদন্ত প্রক্রিয়াৰ শেষ হােৱাৰ পাছতে এই ঘটনাত জড়িতসকল চিনাক্ত হ’ব বুলি তেওঁ কয়। লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা স্বচ্ছ আৰু নিকা পদ্ধতিৰে শীঘ্ৰে অনুষ্ঠিত কৰাৰ বাবে অসম আৰক্ষী নিযুক্তি ব’র্ডক নির্দেশ দিয়া বুলিও সােণােৱালে কয়।

শাৰদীয় দুর্গোৎসৱৰ আগে-পাছে অনুষ্ঠিত হ’ব পৰীক্ষা

শাৰদীয় দুর্গোৎসৱৰ আগে-পাছে অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ পৰীক্ষা। ‘দৈনিক অগ্রদূত’ৰ আগত আজি এই কথা সদৰী কৰি অসম আৰক্ষী নিযুক্তি ব’র্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে কয়, উপ- পৰিদৰ্শক পদৰ পৰীক্ষা কেতিয়ালৈ অনুষ্ঠিত হ’ব সেই সম্পর্কত সিদ্ধান্ত হােৱা নাই। অৱশ্যে কালি অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকৰ সিদ্ধান্ত মর্মে অহা ২৫ অক্টোবৰৰ পৰা পহিলা নৱেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি নে নােৱাৰি সেই সম্পৰ্কত মতামত বিচাৰি জিলাৰ আৰক্ষী অধীক্ষকসকললৈ বার্তা প্ৰেৰণ কৰা হৈছে ।

শাৰদীয় দুর্গোৎসৱৰ আগে-পাছে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ২৫ অক্টোবৰত মহানৱমী। গতিকে অহা ২৫ অক্টোবৰৰ পৰা পহিলা নৱেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধা নাই । প্রয়ােজনত দুর্গোৎসৱ আৰম্ভ হােৱাৰ পূর্বেও পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা থকা বুলি তেওঁ কয়। কালি অনুষ্ঠিত ব’র্ডৰ বৈঠকত অন্যতম সদস্য তথা অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিং আৰু বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেণ নাথে উপস্থিত থকা বুলি তেওঁ জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAssam PoliceSI Exam
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d