Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘মহাত্মা গান্ধীয়ে এক আত্মনির্ভৰশীল ভাৰতৰ পৰিকল্পনা কৰিছিল’ : গান্ধী জয়ন্তীৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰিলে জাতিৰ পিতাক

publisher by publisher
October 2, 2020
in India, News
Reading Time: 1 min read
0
‘মহাত্মা গান্ধীয়ে এক আত্মনির্ভৰশীল ভাৰতৰ পৰিকল্পনা কৰিছিল’ : গান্ধী জয়ন্তীৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰিলে জাতিৰ পিতাক
5
SHARES
54
VIEWS
ShareShareShareShare

‘মহাত্মা গান্ধীয়ে এক আত্মনির্ভৰশীল ভাৰতৰ পৰিকল্পনা কৰিছিল, য’ত প্ৰত্যেকখন গাঁও আত্মনিৰ্ভৰ ৰূপত গঢ়ি উঠিব ।’ এইদৰে ব্যক্ত কৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১সংখ্যক জন্মজয়ন্তীৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে মহান মহিষীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । যিজন মহিষীৰ জীৱন আৰু চিন্তা ভাৱনা আজিও প্ৰাসংগিক সেইজন মহাত্মা গান্ধীৰ পৰা শিকিবলগা বহুখিনিয়ে আছে । নৰেন্দ্ৰ মোদীয়ে তেখেতৰ জীৱনৰ ওপৰত এক চমু বক্তব্য আগবঢ়াই এটা ভিডিঅ’ শ্বেয়াৰ কৰে ।

ADVERTISEMENT

https://twitter.com/narendramodi/status/1311843987532050437?s=20

RelatedPosts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

তেওঁ লিখে যে, ‘২ অক্টোবৰৰ দিনটো আমাৰ সকলোৰে বাবে পবিত্ৰ আৰু প্ৰেৰণাদায়ক দিন । গান্ধীৰ চিন্তা চৰ্চা আৰু আদৰ্শ আজিও প্ৰাসংগিক। মহাত্মা গান্ধীয়ে “বসুদেৱ কুটুম্বকম” অৰ্থাৎ সমগ্ৰ পৃথিৱী এক পৰিয়াল এই কথাষাৰ বিশ্বাস কৰিছিল আৰু সত্য, অহিংসা আৰু সত্যাগ্ৰহৰ মাধ্যমেৰে ৰাষ্ট্রক পথ দেখুৱাইছিল ।’

আনহাতে, আজি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গান্ধীৰ জন্মজয়ন্তীত তেঁওক ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

"The Mahatma’s life was his message. Gandhiji sacrificed his life for the upliftment of the downtrodden, and the empowerment of Indians." — President Kovind writes homage to Mahatma Gandhi on #GandhiJayanti https://t.co/s2VohrHhap @HindustanTimes

— President of India (@rashtrapatibhvn) October 2, 2020

উল্লেখ্য যে, ১৮৬৯ৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰা মহাত্মা গান্ধীয়ে অহিংসাক পৰম ধৰ্ম হিচাপে গ্ৰহণ কৰি ঔপনিবেশিক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল । স্বৰাজ আৰু অহিংসাৰ প্ৰতি অটল বিশ্বাসী বাপু নামেৰে গান্ধী সমগ্ৰ বিশ্বতে পৰিচিত । আনহাতে, বিশ্বব্যাপী আজি অৰ্থাৎ ২অক্টোবৰৰ দিনটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয় ।

Delhi: President Ram Nath Kovind pays tribute to #MahatmaGandhi at Raj Ghat, on his birth anniversary today. pic.twitter.com/vnwQPamwmj

— ANI (@ANI) October 2, 2020

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gandhi JayantiindiaMahatma GandhiNarendra Modi
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d