Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পুৰণিগুদামৰ ১১৯বছৰীয়া কাঠৰ প্ৰতিমা প্ৰতিমাৰ সলনী ঘট স্থাপন কৰি দুৰ্গা পূজা

publisher by publisher
October 23, 2020
in Assam, Puja, Spirituality
Reading Time: 1 min read
0
পুৰণিগুদামৰ ১১৯বছৰীয়া কাঠৰ প্ৰতিমা প্ৰতিমাৰ সলনী ঘট স্থাপন কৰি দুৰ্গা পূজা
18
SHARES
182
VIEWS
ShareShareShareShare

প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত ৰাজ্য বাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে নগাঁও জিলাৰ পুৰণিগুদামৰ শতবৰ্ষ গৰকা কাঠৰ প্ৰতিমা।১৯০১তে এই দেৱী প্ৰতিমা কাঠেৰে নিৰ্মাণ কৰিছিল প্ৰসিদ্ধ শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খণিকৰে।১১৯বছৰ গৰকা এই কাঠৰ প্ৰতিমাকলৈ ৰাজ্যবাসীৰ কৌতুহলৰ সীমা নোহোৱা হৈছিল।পুৰণিগুদামত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিঁতেই অনুষ্ঠিত হৈ অহা এই দুৰ্গা পূজা উজনীৰ পৰা নামনিলৈ আৰু নামনিৰ পৰা ওজনীলৈ আহ যাহ কৰা ৰাইজে এখন্তেক ৰৈ হ’লেও চাই যায়।

ADVERTISEMENT

কিন্তু এইবাৰ অতিমাৰী কৰ’নাসৃষ্ট ভয়ংকৰ পৰিস্থিতি,ক’ভিড প্ৰট’কল আদিৰ বাবে পূৰ্বৰ দৰে ১১৯বছৰীয়া ইতিহাস প্ৰসিদ্ধ কাঠৰ প্ৰতিমা ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰি অনুষ্ঠিত কৰা নহ’ল পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত পূজা মণ্ডপত। স্মৰ্তব্য যে, পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত পূজা সমিতি খনে যোৱা ২৭ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সভাৰ সিদ্ধান্ত মৰ্মে অতিমাৰী কৰ’নাৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰী সকলো নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক জনসমাগম এৰাই চলাৰ স্বাৰ্থত ১১৯বছৰীয়া ইতিহাস প্ৰসিদ্ধ কাঠৰ প্ৰতিমাৰ পৰিৱৰ্তে পূজাৰ বেদীত ঘট স্থাপন কৰি অতি অনুষ্টুপীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰি কেৱল ধৰ্মীয় পৰম্পৰাহে ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

আনকি ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পূজা মণ্ডপত প্ৰসাদ,ভোগ আদি বিতৰণ নকৰাৰো সিদ্ধান্ত লয়।লগতে পূজাৰ সময়ত ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষে দোকান পোহাৰ দিয়াতো নিষেধাজ্ঞা আৰোপ কৰে।কেৱল কৰ’না ভাইৰাছৰ ভয়াৱহতা,কৰ’নাসৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ বাবেই এইবাৰ ৰাজ্যবাসী পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত ১১৯বছৰীয়া কাঠৰ প্ৰতিমা দৰ্শনৰ পৰা বঞ্চিত হ’ব লগীয়া হয়।এইবাৰ এই পূজা মণ্ডপত কেৱল ঘট স্থাপন কৰি অনুষ্টুপীয়াকৈ যোৱা কালিৰে পৰা অতি অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা।সেয়েহে এইবাৰ পুৰণিগুদামৰ ৰাইজৰ লগতে নগাঁও জিলাৰ ৰাইজৰো মন বেদনাৰে ভাৰাক্ৰান্ত।
স্মৰ্তব্য যে,বৃটিছৰ শাসন কালত নগাঁও জিলাৰ সদৰ স্থান আছিল পুৰণিগুদাম।জানিব পৰা মতে, এই পুৰণিগুদামত ১৮৫৫ৰ পৰাই শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে।প্ৰথমাৱস্থাত পুৰণিগুদামৰ গায়ন বৈৰাগী চুক গাঁৱৰ বৰনামঘৰৰ কাষত অস্থায়ী মণ্ডপত এই দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল।পৰৱৰ্তী সময়ত পুৰণিগুদামৰ প্ৰাণকেন্দ্ৰ ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষলৈ পূজাৰ স্থান সলনি কৰা হয়।পিছলৈ সেই স্থানতেই পুৰণিগুদামৰ ৰাইজে গঢ়ি তোলে পুৰণিগুদামৰ স্থায়ী দুৰ্গা মন্দিৰ।এই পূজাৰ বাবে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছিল

প্ৰসিদ্ধ শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খণিকৰে।পৰম্পৰা অনুসৰি দশমীৰ দিনা দেৱী প্ৰতিমা পুৰণিগুদামৰ কাষৰে বৈ যোৱা কলং নৈত বিসৰ্জন দিয়া হৈছিল।অশেষ কষ্টৰে নিৰ্মাণ কৰি প্ৰাণৱন্ত কৰি তোলা দেৱী প্ৰতিমাক কলঙত বিসৰ্জন দিয়া কাৰ্যই শিল্পী গৰাকীৰ মনত খুৱেই আঘাত দিছিল।সেয়েহে তেওঁ মনতে থিৰাং কৰিলেযে তেওঁ পূজাৰ বাবে এনেকুৱা দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিব সি স্থায়ী হ’ব আৰু সেই প্ৰতিমা বিসৰ্জন দিব লগীয়াও নহ’ব।সেইয়া ১৯০০ৰ কথা।সেই বৰ্ষটোত দুৰ্গা পূজা অনুষ্ঠিত হৈ যোৱাৰ পিছতেই লেশধৰ শৰ্মা ওৰফে লেৰেলা খণিকৰে তেওঁৰ ঘৰৰ বাৰীতে থকা বেল, নিম ,কঠাল গছ কাটিসেই কাঠৰেই পূজাৰ বাবে প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ কৰে।সেইখিনি কাঠেৰে তেওঁ দেৱী দুৰ্গাৰ লগতে লক্ষ্মী, সৰস্বতী, গনেশ, কাৰ্তিক, তেওঁলোকৰ।বাহন সমূহ যেনে সিংহ,ৰাজহাঁহ, ফেঁচা,ময়ূৰ,নিগনি আদি নিৰ্মাণ কৰে।সেই কাঠৰেই মহিষাসুৰৰ শৰীৰটো নিৰ্মাণ কৰিলেও প্ৰয়োজনীয় কাঠৰ অভাৱত মূৰটো নিৰ্মাণ কৰিব পৰা নাছিল।ইয়াকে লৈ তেওঁ গভীৰ চিন্তাত পৰে।

সেই চিন্তা-ভাৱনাৰ মাজতে এদিন নিশা তেওঁ শুই থাকোতে সপোনত তেওঁ দেখা পায়যে তেওঁ কলং নৈত গা ধূবলৈ গ’লে তাত এটুকুৰা কাঠ পাব আৰু সেই কাঠ টুকুৰাৰেই মহিষাসুৰৰ মূৰটো নিৰ্মাণ কৰি আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব।অতি আশ্চৰ্য জনক ভাৱে তেওঁৰ সপোন দিঠকত পৰিণত হয়।পিছ দিনা পুৱা লেৰেলা খণিকৰে কলং নৈত গাধূবলৈ যাঁওতে সংচাকৈয়ে কলং নৈৰ ঘাটতত এটুকুৰা প্ৰকাণ্ড কাঠ উটি অহা প্ৰত্যক্ষ কৰে।কলঙৰে উটি অহা অচিন কাঠ টুকুৰা তেওঁ নদীৰ পৰা উঠাই ঘৰলৈ লৈ যায়।সেই স্বপ্নদৃষ্ট কাঠ টুকুৰাৰ পৰাই লেৰেলা খণিকৰে মহিষাসুৰৰ মূৰটো নিৰ্মাণ কৰি আধৰুৱা কাম সম্পূৰ্ণ কৰি তোলে।প্ৰায় এবছৰ কাল অশেষ কষ্টৰে লেৰেলা খণিকৰে নিৰ্মাণ কৰি তোলা সেই কাঠৰ প্ৰতিমা ১৯০১চনত ৰাইজৰ হাতত অৰ্পণ কৰে।ৰাইজেও পৰম আনন্দিত হৈ সেই বছৰ পুৰণিগুদামৰ পূজাত লেৰেলা খনিকৰৰ যাদুকৰী সৃষ্টি কাঠৰ প্ৰতিমা প্ৰতিষ্ঠা কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰে।সেই পূজাত লেৰেলা খণিকৰে নিজেই আগভাগ লৈছিল।

তেতিয়াৰ পৰা এতিয়ালৈকে পুৰণিগুদামৰ পূজাত লেৰেলা খণিকৰে নিৰ্মাণ কৰা কাঠৰ প্ৰতিমাৰেই দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে।এইবাৰ ইতিহাস প্ৰসিদ্ধ লেৰেলা খণিকৰৰ কাঠৰ প্ৰতিমাই ১১৯বছৰ গৰকিছে।স্মৰ্তব্যযে, লেৰেলা খণিকৰে নিৰ্মাণ কৰা দুৰ্গা আৰু আন দেৱ দেৱীৰ মূৰ্ত্তি সমূহৰ বিশেষত্ব হ’ল ইয়াৰ ভাঁজৰ কাঠৰ জোৰা সমূহ।সেই বোৰ বেলৰ আঠা, ছাগলীৰ কেঁচা লাড, উঁইহাফলুৰ মাটিৰে অতি নিখুঁত ভাৱে জোৰা লগোৱা হৈছিল।প্ৰথমাৱস্থাত লেৰেলা খণিকৰে পূজাৰ আগে আগে কেৰ্কেটুৱাৰ নেজৰ নোমৰ সহায়ত প্ৰতিমা সমূহত ৰং দিছিল যদিও তেওঁৰ বিয়োগৰ পাছত সেই কাম তেওঁৰ পুত্ৰই, পাছত নাতিয়ে আৰু এতিয়া আজো নাতিয়ে সেই মূৰ্তি সমূহৰ ৰূপ সজ্জা, সাজ সজ্জাৰ কামকৰি আহিছে।পুৰণিগুদামৰৰদুৰ্গা পূজাত লেৰেলা খণিকৰৰ বিস্ময়কৰ সৃষ্টি প্ৰত্যক্ষ কৰিবলৈকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰো বহু ভক্তৰ আগমণ ঘটে। কিন্তু এইবাৰ অতিমাৰী কৰ’নাসৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ বাবে এই কাঠৰ প্ৰতিমা বেদীত প্ৰতিষ্ঠা কৰি পূজা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে কেৱল ঘট স্থাপন কৰি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamDurga PujaNagaon
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d