Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁৱত অস্তিত্বহীন যোগান বিভাগ : চাউল-দাইলকে ধৰি সকলো সামগ্ৰীৰেই মূল্যবৃদ্ধি

publisher by publisher
October 30, 2020
in Assam, News
Reading Time: 1 min read
0
BL24ONION
7
SHARES
71
VIEWS
ShareShareShareShare

নগাঁও জিলাত সম্প্ৰতি খাদ্য, অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগটো বগাহাতীতহে পৰিণত হৈছে । জিলা খনত এই বিভাগটোৱে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰাৰ বিপৰীতে একাংশ অসাধু ব্যৱসায়ীৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ ক্ষেত্ৰতহে বিশেষ তৎপৰ হৈ থকা পৰিলক্ষিত হয় ।

ADVERTISEMENT

নগাঁও জিলাৰ লাখ লাখ গ্ৰাহকৰ সেৱাৰ বাবে জিলা খনত বিভাগটোৰ অধীনত চৰকাৰে এজন উপ সঞ্চালক, কে’বাজনো পৰিদৰ্শক, উপ পৰিদৰ্শক নিয়োগ কৰি ৰখাৰ উপৰিও বিভাগটোৰ কাম-কাজ সমূহৰ তদাৰকৰ বাবে জিলাখনৰ এজন অতিৰিক্ত উপায়ুক্তকো যোগান বিভাগৰ দায়িত্ব অৰ্পণ কৰা পৰিলক্ষিত হৈছে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

বিভাগটোৰ এই বিষয়া, পৰিদৰ্শক, উপ পৰিদৰ্শক সকলে ৰাইজে যাতে উন্নত মানদণ্ডৰ নিৰ্ভেজাল খাদ্য সামগ্ৰী উচিত মূল্যত ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিব পাৰে এই ক্ষেত্ৰত প্ৰতি পদে পদে চোকা নজৰ ৰাখিব লাগে। কিন্তু ইয়াৰ বিপৰীতে নগাঁও জিলা যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ অসাধু ব্যৱসায়ী সকলৰে থকা গোপন বুজাবুজিৰ বাবেই গ্ৰাহক ৰাইজৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে । জিলা খনত প্ৰতি পদে পদে উলংঘন হৈছে গ্ৰাহক সুৰক্ষা আইন ।

আনহাতে, চৰকাৰী বিধি অনুসৰি, একোখন জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলা খনৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহৰ পাইকাৰী আৰু খুচুৰা দাম নিৰ্ধাৰণ কৰি এই বিষয়ে ৰাইজক অৱগত কৰিব লাগে । চৰকাৰী নিৰ্দেশনা অনুসৰি, বিভাগটোৱে প্ৰতি সপ্তাহত সাধাৰণ চাউল, ছুপাৰ ফাইন চাউল, আইজং চাউল, মচুৰ দাইল(ডাঙৰ), মচুৰ দাইল(সৰু), ৰহৰ দাইল, বুটৰ দাইল, মাটি দাইল, মগু দাইল, আটা, পিঁয়াজ, আলু, মিঠাতেল, ৰিফাইন তেল, চিৰা, গুড়, বনস্পতি, গাখীৰকে ধৰি প্ৰায় ত্ৰিশ বিধ খাদ্য সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা দাম নিৰ্ধাৰণ কৰি এই খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যৰ বিষয়ে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা বিভিন্ন বাতৰি কাকতত বিজ্ঞাপনৰ জৰিয়তে প্ৰকাশ কৰিব লাগে ।

যাতে সৰ্বসাধাৰণ ৰাইজেও প্ৰতিবিধ খাদ্য সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা দামৰ বিষয়ে জানিব পাৰে। কিন্তু অতি পৰিতাপৰ বিষয়যে নগাঁও জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কোনোদিনে খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যৰ বিষয়ে ৰাজহুৱাকৈ সৰ্বসাধাৰণ ৰাইজক অৱগত কৰা পৰিলক্ষিত হোৱা নাই ।

ইপিনে, জিলাখনৰ একাংশ গ্ৰাহকে অভিযোগ উত্থাপন কৰা মতে, নগাঁও জিলা যোগান বিভাগ আৰু ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলৰ মাজত গোপন বুজাবুজি আছে । যাৰ বাবে বিভাগটোৱে ব্যৱসায়ী সকলৰ স্বাৰ্থকহে সদায় অগ্ৰাধিকাৰ দি আহিছে । আনহাতে, জিলা খনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন খাদ্য সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মুল্য যোগান বিভাগৰ সলনি পাইকাৰী ব্যৱসায়ী সকলেহে নিৰ্ধাৰণ কৰি আহিছে ।

ঠিক একেদৰে, খাদ্য সামগ্ৰী সমূহৰ খুচুৰা দামো খুচুৰা ব্যৱসায়ী সকলে নিজেই নিৰ্ধাৰণ কৰি আহিছে । যাৰ ফলত জিলা খনৰ আন ঠাইৰ উপৰিও নগাঁৱৰ বিভিন্ন স্থানত থকা পাইকাৰী আৰু খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত খাদ্য সামগ্ৰীৰ দামো ভিন্ন হোৱা পৰিলক্ষিত হৈছে ।যাৰ ফলত সৰ্বসাধাৰণ জনসাধাৰণে ব্যৱসায়ীয়ে নিৰ্ধাৰণ কৰি দিয়া দামতেই খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে ।

আনহাতে,সামগ্ৰীৰ মানদণ্ড নিৰূপণৰ ক্ষেত্ৰতো নগাঁও জিলা যোগান বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বিভাগটোৰ বিষয়া সকলক ব্যৱসায়ী সকলে তদাৰক কৰি উচিত মূল্যতকৈ বহু বেছি দামত খাদ্য সামগ্ৰী ক্ৰয় কৰাত সৰ্বসাধাৰণ জনতা সৰ্বস্ৰান্ত হ’ব লগীয়া হৈছে।  আজি নগাঁও চহৰৰ একাধিক বজাৰত চলোৱা এক জৰীপত প্ৰকাশ পোৱা তথ্য অনুসৰি, চহৰ খনৰ বজাৰত প্ৰতিকিলো সাধাৰণ চাউলৰ সৰ্বনিম্ন দাম ৩৫-৪০টকা ।

আনহাতে, আজিৰ দিনটোত চহৰ খনৰ বজাৰত সাধাৰণ শ্ৰেণীৰ মচুৰ দাইলৰ দাম প্ৰতি কেজিত ৮৫-৯০টকা, নন পলিচ মচুৰ দাইলৰ প্ৰতি কেজিৰ দাম ৯৫-১০০টকা, প্ৰতি কেজি মগু দাইলৰ দাম ১০৫-১১০টকা, প্ৰতি কেজি বুটৰ দাইলৰ দাম ৭৫-৮০টকা, প্ৰতি কেজি মটৰ দাইলৰ দাম ৮০টকা, প্ৰতি কেজি ৰহৰ দাইলৰ দাম ১৩০টকা, প্ৰতি কেজি বাকলি থকা ফলা মগু মাহৰ দাম ১০০-১০৫টকা, প্ৰতি কেজি বূটৰ দাম ৭৬-৮০টকা, প্ৰতি কেজি গ্ৰীণ মটৰৰ দাম ১৭০টকা, প্ৰতি কেজি সাধাৰণ আটাৰ দাম ৩০-৩৫ টকা আৰু প্ৰতি কেজি ময়দাৰ দাম ৩০-৩৫টকা ।

ইপিনে, ১০০টকা প্ৰতি লিটাৰৰ মিঠাতেলৰ দামো ১৩৫-১৪০টকালৈ বৃদ্ধি পাইছে । আজিৰ দিনটোত চহৰখনৰ বজাৰত প্ৰতি লিটাৰ ধাৰা মিঠাতেলৰ (পেকেট)দাম ১৩৫-১৪০টকা, প্ৰতি লিটাৰ গকুল মিঠাতেলৰ (পেকেট) ৰ দাম ১২০-১২৫টকা, প্ৰতি লিটাৰ চফ’লা ৰিফাইনৰ দাম ১৩৫-১৪৫টকা হৈছেগৈ ।

ইপিনে, নগাঁও জিলাত অত্যাধিক মূল্যবৃদ্ধিৰ বাবে আলু-পিঁয়াজো বিলাসী সামগ্ৰীত পৰিণত হৈছে । আজিৰ দিনটোত নগাঁৱৰ বজাৰত প্ৰতিকিলো কলকতাৰ আলুৰ দাম ৪৫টকা, আনহাতে প্ৰতি কেজি পিঁয়াজৰ দাম ৭৫-৮০টকা । ফলত কম আয়ৰ আৰু দৰিদ্ৰ পৰিয়ালৰ লোকে এই খাদ্য সামগ্ৰী দুবিধ ক্ৰয় কৰিবলৈ গৈ দহবাৰ ভাবিবলগীয়া হোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNagaon
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d