- আজি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পলাশ পথাৰৰ শিঙৰি বাগানৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত পথৰ আধাৰশিলা স্থাপন কৰে ৷
- এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে মন্ত্ৰী ড° শৰ্মাই ৷
- এই সময়ত মন্ত্ৰী ড° শৰ্মাৰ উপৰিও মন্ত্ৰী পল্লৱলোচন দাস আৰু বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত আছিল ।
পলাশ পথাৰৰ শিঙৰি বাগানৰ পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
-
By publisher

- Categories: Assam, News
- Tags: AssamHimanta Biswa SarmaPalashbari
Related Content
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
By
publisher
April 27, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026