- যোৱা নিশা ১বাজি ১৩ মিনিটত ৪.৪ মেগনিটিউডৰ এক ভূমিকম্পই গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোঁকাৰি যায়।
- নেছনেল চেণ্টাৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে মেঘালয়ৰ পশ্চিম খাছী হিল্ছৰ পৰা প্ৰায় ২২ কিলোমিটাৰ আঁতৰত।
- ৪.৪ ৰ প্ৰাবল্যৰ ভূমিকম্পটোৰ পৰা কোনো ক্ষয় ক্ষতিৰ সন্মুখীন হোৱা নাই ৰাজ্যবাসী ৷
ADVERTISEMENT