Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হোৱাইত হাউছত এতিয়াও বিচৰণ কৰে লিংকনৰ আত্মাই !

publisher by publisher
November 10, 2020
in News, world
Reading Time: 1 min read
0
হোৱাইত হাউছত এতিয়াও বিচৰণ কৰে লিংকনৰ আত্মাই !
12
SHARES
116
VIEWS
ShareShareShareShare

ৰাজনীতি, কূটনীতি, শক্তি আৰু সম্ভ্ৰমৰ প্ৰতিক হোৱাইট হাউছ । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই বাসভৱন তথা কাৰ্যালয় ভৱন ১৬০০, পেনছিলভেনিয়া এভিনিউত অৱস্থিত । এই অনুপম প্ৰসাদৰ স’তে জড়িত হৈ আছে অসংখ্য আকৰ্ষণীয় তথ্য ।

ADVERTISEMENT

বহু ইতিহাসৰ সাক্ষী এই ভৱনটোৱেই এতিয়া সাজু হৈছে আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি জ’ বাইডেনক স্বাগত জনাবলৈ । বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকাল জানুৱাৰীত সমাপ্ত হোৱাৰ পাছতে হোৱাইট হাউছত পৰিয়ালসহ প্ৰৱেশ কৰিব বাইডেনে । ইয়াৰ লগে লগে চৰ্চালৈ আহিছে হোৱাইট হাউছক কেন্দ্ৰ কৰি থকা বিভিন্ন আকৰ্ষণীয় তথ্যসমূহ । হোৱাইট হাউছৰ নিৰ্মাণকাৰী স্থপতিবিদ জেমছ হোবান আছিল জন্মসূত্ৰে আইৰিছ । ১৭৮৫ত তেওঁ ফিলাডেলফিয়াত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । পাছত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰে ।

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

উল্লেখ্য যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ এশ বছৰৰ পাছতহে এই সুবিশাল প্ৰাসাদে হোৱাইট হাউছ নাম পাইছিল । প্ৰথম এশ বছৰত এই ভৱনৰ নাম আছিল ‘এক্সিকিউটিভ ৰেছিডেন্স’ । ‘হোৱাইট হাউছ’ নামকৰণ হয় ১৯০১ত । সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল প্ৰয়াত টেডী ৰুজভেল্ট ।

স্থপতিবিদ হোবান আইৰিছ মূলৰ হোৱাৰ বাবেই ডাবলিনৰ লেনষ্টাৰ হাউছৰ স’তে হোৱাইট হাউছৰ স্থাপত্যৰীতিৰ সাদৃশ্য আছে । হোৱাইট হাউছৰ বাবে ভূমি পছন্দ কৰাৰ পৰা ফৰাচী স্থপতিবিদ পীয়েৰেঁ লেফঁৰ দ্বাৰা তৈয়াৰী নক্সা অনুমোদন জনোৱালৈকে সকলোৰেই কৰিছিল আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাচিংটনে । কিন্তু তেওঁ কোনোদিনে এই ভৱনত ভৰি দিবলৈ নাপালে । ১৭৯৭ত ৰাষ্ট্ৰপতি ৰূপে ৱাশ্বিংটনৰ কাৰ্যকালৰ ম্যাদ সমাপ্ত হয় । ইয়াৰ দুবছৰৰ পাছত তেওঁৰ মৃত্যু হয় ।

আনহাতে, হোৱাইট হাউছৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় ১৮০০ত । ৱাশ্বিংটনেই আমেৰিকাৰ ৰাষ্ট্ৰপতি, যি এটা দিনো এই ভৱনত থকাৰ সুযোগ নাপালে । আমেৰিকাৰ দ্বিতীয় ৰাষ্ট্ৰপতি জন আডামছে ১৮০০ৰ পহিলা নৱেম্বৰত প্ৰথমবাৰলৈ হোৱাইট হাউছত প্ৰৱেশ কৰে ।

তেতিয়াৰ ইৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু বাসগৃহ ৰূপে চিহ্নিত হৈ আহিছে অনুপম বগা বৰণৰ প্ৰসাদটো । ১৮১২ত গ্ৰেট ব্ৰিটেইন আৰু সহযোগী দেশসমূহৰ স’তে আমেৰিকাৰ যুদ্ধ আৰম্ভ হয় । এই যুদ্ধৰ মাজতে ১৮১৪ত ব্ৰিটিছ বাহিনীয়ে হোৱাইট হাউছত অগ্নি সংযোগ কৰে । ফলত ইয়াৰ মেৰামতিৰ বাবে পুনৰ দায়িত্ব পায় স্থপতিবিদ হোবানে । তেওঁৰ পৰিকল্পনাতে নতুন ৰূপত গঢ়ি উঠে হোৱাইট হাউছ । মেৰামতি আৰু নতুন নিৰ্মাণ পৰ্ব ১৮১৭ত সম্পূৰ্ণ হয় । ইয়াৰ পাছতো হোবানে মাজে-সময়ে হোৱাইট হাউছৰ কোনো কোনো অংশৰ সংযোজন ঘটাইছিল ।

প্ৰতিবাৰ বিদায়ী ৰাষ্ট্ৰপতি বিদায় লোৱাৰ পাছত নতুন ৰাষ্ট্ৰপতিৰ বাবে সমগ্ৰ ভৱনটো নতুনকৈ সজোৱা হয় । আচবাব-পত্ৰ, শিল্প-সামগ্ৰী সহ ভৱনৰ সমস্ত ভিতৰুৱা সজ্জাৰ আমোল পৰিৱৰ্তন ঘটে । এই ভৱনত থকাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কেনো ধন দিব নালাগে । কিন্তু অন্যান্য বহু ক্ষেত্ৰত তেওঁ ব্যয় বহন কৰিব লাগে । আমেৰিকাৰ নৱম ৰাষ্ট্ৰপতি উইলিয়াম হেনৰি হেৰিছন, দ্বাদশ ৰাষ্ট্ৰপতি জেকাৰি টেইলৰৰ হোৱাইট হাউছতে মৃত্যু হৈছিল ।

ইয়াৰ উপৰি দশম ৰাষ্ট্ৰপতি জন টাইলাৰৰ পত্নী কেৰ’লিন হেৰিছন আৰু ১৮ সংখ্যক ৰাষ্ট্ৰপতি উড্ৰ’ উইলছনৰ পত্নী এলেন উইলছন, এই তিনি গৰাকী প্ৰাক্তন ‘ফাৰ্ষ্ট লেডী’ৰো হোৱাইট হাউছতে মৃত্যু হৈছিল । অন্যান্য ঐতিহাসিক ভৱনৰ দৰে হোৱাইট হাউছৰ স’তেও যুক্ত হৈ আছে ভৌতিক আখ্যা ।

বহুতেই দাবী কৰে যে এই ভৱনত আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ অশৰীৰি আত্মাৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে । হত্যাৰ বলি হৈছিল লিংকন । বিভিন্ন সময়ত হোৱাইট হাউছত কৰ্মৰত নিৰাপত্তাৰক্ষী তথা কৰ্মচাৰীয়ে দাবী কৰি আহিছে যে তেওঁলোকে নিশাৰ ভাগত লিংকনৰ আত্মাৰ উপস্থিতি অনুভৱ কৰিছিল ।

ৰাষ্ট্ৰপতিৰ ব্যক্তিগত কাৰ্যালয়ত যেন মধ্যনিশা লিংকনে নিজৰ কামত ব্যস্ত হৈ পৰিছিল । ইয়াৰ উপৰি হোৱাইট হাউছতে মৃত্যু হোৱা এগৰাকী ‘ফাৰ্ষ্ট লেডী’ৰ আত্মাৰ উপস্থিতিৰ অনুভৱ কৰা বুলিও বহুতে দাবী কৰিছিল । নিজৰ কোঠাৰ খিৰীকিৰে বিষণ্ণ মনে বাহিৰলৈ চাই থকা সেই আত্মাক শৰীৰিৰূপত দেখা বুলিও বহুতে দাবী কৰিছিল । হোৱাইট হাউছত এটা সুবিশাল ছুইমিং পুল আছে । ইয়াৰ উপৰি আন এটা পুল নিৰ্মাণ হৈছিল, প্ৰয়াত ৰাষ্ট্ৰপতি ৰুজভেল্টৰ আমোলত । এই আন্তঃদ্বাৰ পুল সম্প্ৰতি আছে জেমছ এছ ব্ৰেডী প্ৰেছ ব্ৰিফিং ৰূমৰ তলত ।
আশ্চৰ্যকৰ কথা এই যে অত্যাধুনিক ভৱনটো প্ৰায় এশ বছৰ ধৰি বিদ্যুংহীন হৈ আছিল । ১৮৯১ পৰ্যন্ত গেছবাতিৰ দ্বাৰা হোৱাইট হাউছ আলোকিত হৈছিল । ২৩ সংখ্যক ৰাষ্ট্ৰপতি হেৰিছনৰ আমোলত ভৱনত প্ৰথম বিদ্যুৎ সংযোগ হয় । অৱশ্যে তেওঁ এই পৰিৱৰ্তনক লৈ যথেষ্ট চিন্তিত আছিল । অগ্নিদগ্ধ হোৱাৰ আতংকই তেওঁক গ্ৰাস কৰিছিল । হেৰিছন ইমানেই আতংকিত হৈছিল যে তেওঁ নিজে কোনো দিনেই ছুইচ পৰ্যন্ত দিয়া নাছিল ।

আমেৰিকাৰ কেবাজনো শীৰ্ষস্থানীয় ৰন্ধনবিদৰ দায়িত্বত পৰিচালিত হয় হোৱাইট হাউছৰ ৰন্ধনশালা । একেলগে এহেজাৰৰ অধিক অতিথিক পৰিৱেশন কৰাৰ বাবে এই ৰান্ধনীশালা সকলো সময়তে প্ৰস্তুত থাকে । অৱশ্যে দৈনন্দিনৰ খাদ্য প্ৰস্তুত হয় বসবাসকাৰী ৰাষ্ট্ৰপতি পছন্দ অনুসৰি । বাহিৰৰ পৰা যামানেই সম্ভ্ৰম জগায় নোতোলক কিয়, হোৱাইট হাউছ বাসিন্দাসকলৰ বাবে এই ভৱন প্ৰায়েই শ্বাসৰূদ্ধকাৰীৰূপে চিনিত হৈ আহিছে ।

প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল অ’বামাই কৈছিল যে তেওঁক কোনো দিনে এক মুহূৰ্তৰ বাবেও কোঠাৰ খিৰীকি খুলিবলৈ দিয়া হোৱা নাছিল । ইয়াৰ বাসিন্দাসকলক প্ৰতি ক্ষণতে তীক্ষ্ণ নীৰিক্ষণত ৰখা হয় । এবাৰৰ বাবেও কোনোৱে অকলে এই ভৱনৰ বাহিৰলৈ যাৱ নোৱাৰে । প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰুমেনে হোৱাইট হাউছক ‘বগা কাৰাগাৰ’ আখ্যা দিছিল । আনহাতে, প্ৰক্তন ফাৰ্ষ্ট লেডী জুলী নিক্সনে এই বাসগৃহত ব্যক্তিগত পৰিৱেশৰ অভাৱ থকা বুলি গণ্য কৰিছিল ।

তেওঁ ধাৰণা কৰিছিল যে সকলো সময়তে নিৰাপত্তাৰক্ষী আৰু সংবাদ মাধ্যমৰ উপস্থিতিয়ে ব্যক্তি স্বাধীনতা বিঘ্নিত কৰিছিল । বছৰৰ প্ৰায় প্ৰতিটো দিনতে ভৱনৰ মেৰামতিৰ কাম চলি থাকে । এই মেৰামতি পৰ্বৰ অন্যতম হৈছে ভৱনৰ শুধ বগা ৰং অটুট ৰখা । কোনোপধ্যে যাতে ভৱনটোৱে নিজৰ নামকৰণৰ অৰ্থ হেৰুৱাই নেপেলাই, তাৰ বাবে সতৰ্ক দৃষ্টি ৰখা হয় । ভৱনটোৰ মুঠ ৫৫ হেজাৰ বৰ্গ ফুট অংশত বগা ৰং কৰিবলৈ প্ৰতি বাৰত প্ৰয়োজন হয় ৫৭০ গেলন ৰং ।

প্ৰতি বছৰে ৭ লাখ ৫০ হেজাৰৰ পৰা ১৬ লাখ ডলাৰ ব্যয় হয় হোৱাইট হাউছৰ ৰক্ষণাৱেক্ষণত । অন্যান্য ‘হাই প্ৰ’ফাইল’ ভৱনৰ দৰে হোৱাইট হাউছতো আছে গোপন প্ৰৱেশ পথ । হোৱাইট হাউছৰ বেছমেণ্টৰ পৰা সেই গোপন পথ আৰম্ভ হৈ আনটো প্ৰান্ত খুলিছে ৱাশ্বিংটন ডিচিৰ এইছ ষ্ট্ৰীটত । দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত এই সুৰংগ নিৰ্মাণ কৰা হৈছিল ।

ইয়াৰ লগতে নিৰ্মাণ হয় হোৱাইট হাউছৰ তলৰ বোমা ছেল্টাৰ । হোৱাইট হাউছৰ বাসিন্দা মানেই তেওঁলোকৰ সকলো খৰচ দেশে বহন কৰিব লাগিব বুলি কোনো কথা নাই । ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালে নিজৰ খোৱাৰ খৰচ আদায় দিব লাগে । তাৰ লগতে ড্ৰাই ক্লিনিং, কেশসজ্জা, ৰূপসজ্জা আৰু কোনো পাৰ্টীৰ আয়োজন কৰিলে তাৰ খাদ্য সম্ভাৰৰ খৰচ আদি সংশ্লিষ্ট ৰাষ্ট্ৰপতিয়ে আদায় দিব লাগে ।

উল্লেখ্য যে শৌৰ্য আৰু গৰিমাৰ প্ৰতিক এই হোৱাইট হাউছ নিৰ্মাণ হৈছিল এফ্ৰ’ -এছিয়ান ক্ৰীতদাসসকলৰ শ্ৰমেৰে । এই ইতিহাসে মনত অশান্তি দিয়াৰ কথা বাৰে বাৰে স্মৃতিচাৰণ কৰি আহিছে প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল অ’বামাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abraham LincolnAmericaGhostWhite House
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d