Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

কৃত্ৰিম বুদ্ধিমত্তাৰ সাহায্যত আমেৰিকাত চলিছে চালকহীন গাড়ী

publisher by publisher
March 28, 2026
in International, News
Reading Time: 1 min read
0
শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ‘উদ্দেশ্য প্রণোদিত-পক্ষপাতমূলক’ প্রতিবেদনৰ তীব্র প্রতিক্রিয়া দিল্লীৰ

America:✒️বিশ্বব্যাপী পেছাদাৰী চালকসকলৰ বাবে যিকোনো মুহূর্ততে আহি পৰিব পাৰে বিপত্তি। কর্মহীন হৈ পৰিব পাৰে লাখ লাখ চালক। প্রযুক্তিয়ে কাল অমানিশা নমাই আনিব পাৰে অসংখ্য গাড়ী চালকৰ জীৱনলৈ।

ADVERTISEMENT

সম্প্রতি আমেৰিকাৰ ছান ফ্রান্সিস্ক’ৰ ৰাস্তাত এটা ভাৰতীয় পৰিয়ালে এখন চালকহীন গাড়ীত ঘূৰি ফুৰা দৃশ্যই যিদৰে সামাজিক মাধ্যমত তোলপাৰ লগাইছে, সেইদৰে চালকৰ ভৱিষ্যতক কেন্দ্ৰ কৰিও প্রশ্ন দাঙি ধৰিলে।

ভাৰতীয় বংশোদ্ভৱ নৃত্যশিল্পী অপূর্বা বেন্দ্রেই তেওঁৰ পিতৃ-মাতৃক লৈ গুগুলৰ মূল সংস্থা ‘এলফাবেট’ৰ গাড়ী সেৱা ‘ওরেমো’ত এক অভাৱনীয় ভ্রমণ কৰে। সেই ভ্রমণৰ ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ভিডিঅ’টোত দেখা গৈছে, গাড়ীৰ সন্মুখৰ চালকৰ আসনত কোনো নাই; কিন্তু ষ্টিয়েৰিং স্বয়ংক্রিয়ভাবে ইফাল-সিফাল হৈ আছে আৰু ট্রেফিক নিয়ম মানিয়েই গাড়ীখন মসৃণভাবে গৈ আছে। কাষৰ আসনত হাঁহিমুখেৰে বহি আছে নৃত্যশিল্পীগৰাকী। পাছৰ আসনত বহি থকা বেন্দ্ৰেৰ পিতৃ-মাতৃৰ চকুৱে-মুখে তেতিয়া বিস্ময় আৰু হাঁহিৰ ৰেখা।

বেন্দ্রেই জনায় যে তেওঁলোকৰ প্ৰথম ১৫ মিনিটৰ ভ্রমণ ইমানেই ৰোমাঞ্চকৰ আছিল যে পিতৃ-মাতৃৰ আগ্রহত তেওঁ তেতিয়াই আৰু এক ৰাইড বুক কৰে। ইনস্টাগ্রামত এই অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘সঁচাকৈ ক’বলৈ হ’লে ই অত্যন্ত নিৰাপদ তথা সাধাৰণ চালকতকৈও বেছি নিৰ্ভৰযোগ্য যেন লাগিছে।’

এই গাড়ীখন প্রধানকৈ উন্নত ছেন্সৰ, কেমেৰা, ৰাডাৰ আৰু কৃত্রিম বুদ্ধিমত্তা (এআই) ব্যৱহাৰ কৰি কোনো মানুহ অবিহনেই চলাত সক্ষম। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সামাজিক মাধ্যমত মন্তব্যৰ ঢৌ উঠিছে।

স্বয়ং ‘ওৱেমো’ কর্তৃপক্ষই এই ভ্রমণক ‘এক প্রজন্মগত যাত্রা’ বুলি আখ্যা দিছে। আন এটা ভিডিঅ’ ক্লিপত বেন্দ্রেই ধেমালি চলেৰে কোৱা শুনা গৈছে, ‘আজিকালিৰ চালকসকল…’ তথা কেপচনত তেওঁ লিখিছে, ‘আধুনিক সমাধানেই আধুনিক সমস্যাৰ সৃষ্টি কৰে।’

সম্প্রতি ফিনিক্স, ছান ফ্রান্সিস্ক’,লছ এঞ্জেলছ, অস্টিন আৰু আটলান্টাৰ দৰে চহৰতে এই সেৱা অব্যাহত আছে। অৱশ্যে চলিত বৰ্ষৰ ভিতৰতে মায়ামি আৰু ৱাশিংটন ডিচিৰ দৰে বৃহৎ চহৰসমূহলৈকো নিজৰ ব্যৱসায়ৰ প্ৰসাৰৰ পৰিকল্পনা কৰিছে ওরেমোৱে।

আনকি জাপানৰ টকিঅ’তো স্থানীয় টেক্সী অপাৰেটৰসকলৰ স’তে হাত মিলাই তেওঁলোকে মেপিঙৰ কাম আৰম্ভ কৰিছে। প্ৰযুক্তিৰ এই অভাবনীয় উন্নতিয়ে প্রমাণ কৰি দিলে যে কল্পবিজ্ঞানৰ চিনেমাই এতিয়া বাস্তৱৰ ৰাজপথত এক নতুন দিগন্ত খুলি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaTokio
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d