Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমাধিস্থলৰ বাবে গুৱাহাটীত মাটি নাই! নৱগ্ৰহত হ’ব গগৈৰ শেষকৃত

publisher by publisher
November 25, 2020
in Assam, India, News
Reading Time: 1 min read
0
সমাধিস্থলৰ বাবে গুৱাহাটীত মাটি নাই! নৱগ্ৰহত হ’ব গগৈৰ শেষকৃত
3
SHARES
32
VIEWS
ShareShareShareShare

প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ শেষকৃত্য নৱগ্রহ শ্মশান সম্পন্ন হ’ব। আজি নিশা এই কথা সদৰী কৰে প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। উল্লেখ্য যে প্রয়াত গগৈৰ শেষকৃত্য গুৱাহাটীৰ কোনাে এক স্থান সম্পন্ন কৰিব পৰাকৈ প্রদেশ কংগ্ৰেছে চৰকাৰক এটুকুৰা মাটি আবণ্টনৰ অনুৰােধ জনাইছিল; কিন্তু মহানগৰীৰ ভিতৰত তেনে মাটিৰ অভাৱ বুলি মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৱে বৰাক জানিবলৈ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিশা প্রদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠকত নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় ।

ADVERTISEMENT

এই সন্দৰ্ভত বৰাই কয়, নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰি আমি প্রয়াত তৰুণ গগৈৰ অস্থি সংগ্রহ কৰিম আৰু আমাৰ পছন্দৰ স্থানত পৰৱৰ্তী সময়ত সেই অস্থি সংৰক্ষণেৰে স্মৃতি সৌধ নির্মাণ কৰা হ’ব। অস্থিৰ অংশ প্রদেশ কংগ্রেছৰ ব্লক পর্যায়লৈ বিয়পি থকা সকলাে সমিতিলৈ প্ৰেৰণ কৰা হ’ব। উল্লেখ্য যে সমাধিস্থলৰ ভূমিক লৈ আজি দিনজুৰি চৰ্চা অব্যাহত থাকে।প্রদেশ কংগ্ৰেছৰ সভাপতি বৰাই প্রাক্তন মুখ্যমন্ত্রী প্রয়াত গগৈৰ শেষকৃত্য গুৱাহাটী মহানগৰৰ ভিতৰৰ এটুকুৰা চৰকাৰী মাটিত সম্পন্ন কৰাৰ বাবে চৰকাৰক ভূমি প্রদান কৰিবলৈ অনুৰােধ জনায় ।

RelatedPosts

Guwahati delimitation: সলনি কৰি দিয়া হ’ল গুৱাহাটীৰ ৰূপৰেখা

গাড়ীচালকৰ এখন অনুজ্ঞাপত্ৰৰ বাবদ দালালক দিব লাগে ন হেজাৰ

অনুষ্ঠানৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আৰু সোঁৱৰণি তৰণ অনলাইনযোগে উন্মোচন কৰে ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ সভাপতি শাৰদ পাৱাৰে

চচল, কইনাধৰা অথবা লখৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সেই ভূমি প্রদান কৰিবলৈ তেওঁ অনুৰােধ জনায়। চৰকাৰে যদি ‘দুর্ভাগ্যজনকভাৱে’ মাটি দিব নােৱাৰে তেন্তে কংগ্ৰেছে নিজাববীয়াকৈ দিছপুৰ কংগ্রেছৰ কার্যালয় মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স অথবা নৱগ্রহ শ্মশানত সম্পন্ন কৰিব বুলিও ৰাই সদৰী কৰে। পাছত ৰাজ্য চৰকাৰৰ হৈ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীৰ ভিতৰত দিব পৰাকৈ তেনে চৰকাৰী ভূমি নাই। তাৰ পৰিৱর্তে মন্ত্রীজনে আমিনগাঁও অথবা সােণাপুৰৰ চৰকাৰী ভূমিত শেষকৃত্য সম্পন্ন কৰাৰ পৰামর্শ আগবঢ়ায়।

এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয়, ‘আমি বিতর্ক বিচৰা নাই। চৰকাৰক বিনম্রভাৱে অনুৰােধ জনাইছাে যাতে মহান নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ এটুকুৰা চৰকাৰী মাটি যােগাৰ কৰি দিয়ে। প্রয়াত নেতাগৰাকীক সন্মান জনাব লাগে। চৰকাৰক এইক্ষেত্ৰত মহানুভৱতা দেখুৱাব লাগে বুলি আমি বিনম্রভাৱে অনুৰােধ জনাইছাে। কেৱল ৰাষ্ট্রীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰিলেই নহ’ব, চৰকাৰে তেওঁক স্বীকৃতি দিব লাগিব। অকণমান মাটি তেওঁৰ বাবে নাই নেকি? ইমান ডাঙৰ ৰাজ্যখনৰ শ শ, হেজাৰ হেজাৰ বিঘা চৰকাৰী মাটি পৰি আছে। যদিহে চৰকাৰে দিব নােৱাৰে তেন্তে সেয়া হ’ব চৰম দুর্ভাগ্যজনক। বৰাই সদৰী কৰে যে আজি সন্ধিয়া তেওঁক কামৰূপ মহানগৰ উপায়ুক্তই ফোন কৰি জনাইছে যে তেওঁলােকে মাটি বিচাৰি পােৱা নাই ৷

সভাপতিজনে তেতিয়া পুনৰ কয়, ‘আমি স্পষ্টভাৱে কৈছে যে আজি গধূলিৰ ভিতৰত যদি মাটিৰ কথা জনাব নােৱাৰে তেনেহ’লে আমি নিজাববীয়াকৈ দলীয়ভাৱে ব্যৱস্থা কৰিব লাগিব। আজিয়েই মাটি দিয়া কথা এই কাৰণে কৈছাে যে কাইলৈৰ এটা দিনৰ ভিতৰত ঠাইখিনি সাজু কৰি গােটেই কামবােৰ কৰিব লাগিব। চৰকাৰে যদি নােৱাৰে তেনেহ’লে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে আমি শেষকৃত্য কৰিম। যিহেতু পৰিয়ালৰ লােকে প্রাক্তন মুখ্যমন্ত্রী প্রয়াত গগৈৰ শেষকৃত্য গুৱাহাটীত কৰিব বিচাৰিছে সেই কাৰণেহে ইয়াত আমাক মাটিৰ প্ৰয়ােজন হৈছে ।

প্রয়াত তৰুণ গগৈ প্রাক্তন মুখ্যমন্ত্ৰীয়ে নহয়, তেওঁ বিধায়ক হৈয়াে আছে। তেওঁ গােটেই জীৱন অসমৰ বাবে কাম কৰি গ’ল। তেওঁৰ দৰে এজন মহান নেতাক সন্মান জনােৱাটো চৰকাৰৰ দায়িত্ব।বৰাৰ এই বক্তব্যৰ উত্তৰত মন্ত্রী ড° শৰ্মাই কয় যে কামৰূপ মহানগৰৰ উপায়ুক্তই বহু বিচাৰ-খােচাৰ কৰিও মাটি পােৱা নাই। মন্ত্রীজনে কয়, ‘গুৱাহাটীৰ ভিতৰত মাটি নাই। মাটিৰ প্রয়ােজন হ’ব পৰা পৰিস্থিতি আগতে হােৱা নাছিল। শৰৎ সিংহৰ দৰে ব্যক্তিৰ ক্ষেত্ৰতাে এনে প্রয়ােজন হােৱা নাছিল। পাছত ড° ভূপেন হাজৰিকাৰ ক্ষেত্ৰত মাটি বিচাৰােতেও আমি পােৱা নাছিলাে; কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে নিজে আগবাঢ়ি আহি মাটি দিয়াতহে সমাধিস্থল সম্ভৱ হয়। সেই কাৰণে আমিনগাঁও অথবা সােণাপুৰত হ’লে ভাল। আমিনগাঁৱত শেষকৃত্য হ’লে মই ব্যক্তিগতভাৱেও ভাল পাম। কাৰণ সেই অঞ্চলটোৰ উন্নয়নত তেওঁৰ ভূমিকা আছে। তেওঁৰ বাবে নিশ্চয় এটুকুৰা মাটি যােগাৰ কৰিবলৈ আমি সক্ষম হ’ম। আমিনগাঁও এতিয়া গুৱাহাটী মহানগৰীৰে অংশ। গতিকে সেইফালৰ পৰাও অসুবিধা নিশ্চয় নহ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GUWAHATI ASSAMlate CM tarun gogoi
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d