Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

publisher by publisher
January 15, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
0
SHARES
4
VIEWS
ShareShareShareShare

●অহা কালিৰ পৰা আৰম্ভ হ’ব ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ।
●কালি পুৱা ১০ বজাত নৰেন্দ্ৰ মোদীয়ে ভেকচিনেছন ড্ৰাইভ আৰম্ভ কৰিব ।
●সম্প্ৰতি অসমত এক হেজাৰ ছশ ৫৬ জন সক্ৰিয় ক’ভিড ৰোগী আছে ।
●সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.১০ শতাংশ ।
●মৃত্যুৰ হাৰ ৫০ শতাংশৰো তলত .৪৯
●যোৱা সপ্তাহত দৈনিক সংক্ৰমণৰ হাৰ ৫০ শতাংশৰো কম পোৱা গৈছে ।
●সম্প্ৰতি অসমৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।
●যিহেতু ৰাজ্যত ক’ভিডৰ নতুন মিউটেন্ট দ্বাৰা আক্ৰান্ত কিছু ব্যক্তিক চিনাক্ত কৰা হৈছে । সেয়েহে সম্প্ৰদায়ৰ মাজত কিছুদিন কৰ’না উপস্থিতি থকাৰ সম্ভাৱনা আছে ।
●ক’ভিড ৰোধ কৰিবৰ বাবে প্ৰতিষেধক গ্ৰহণ কৰাটো আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ।
●বিমান সেৱা নিয়মীয়া হ’লে ক’ভিডে পুনৰ আক্ৰমণ নকৰিব তাৰ কোনো প্ৰত্যাভূতি নাই ।
●ভাৰতত অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিন প্ৰদান কৰা হ’ব ।

ADVERTISEMENT

●প্ৰথম পৰ্যায়ত চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স ড্ৰাইভাৰ, চফাই কৰ্মচাৰী ক’ভিড ৰোগীৰ স’তে প্ৰত্যক্ষভাৱে জড়িত লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●দ্বিতীয় পৰ্যায়ত আৰক্ষী, সামৰিক বাহিনীক প্ৰদান কৰা হ’ব ।
●৫০ৰ উৰ্দ্ধৰ সকলোকে টিকাকৰণ কৰা হ’ব ।
●৫০ৰ তলৰ সহৰোগীসকল যেনে – উচ্চৰক্তচাপ, মধুমেহ, স্নায়ু ৰোগত আক্ৰান্ত লোকসকল ।
●ভাৰতত সৰ্বমুঠ ৩০ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●অসমত প্ৰায় ৯০ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●Cowin Portal ত পঞ্জীয়ন কৰা সকলে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।
●অসমত সম্প্ৰতি ২.৯ লাখ লোকে পঞ্জীয়ন কৰিছে ।
●ইয়াৰে ১.৯ লাখ স্বাস্থ্যকৰ্মী আৰু এক লাখ আৰক্ষী, সেনাবাহিনীসকল ।
●কিন্তু এই ২.৯ লাখৰ ভিতৰত প্ৰথম পৰ্যায়ত এক লাখেহে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।
●চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে প্ৰতিষেধক লাভ কৰিব ।
●৪,৬,৫১ জন টিকাকৰণকাৰীক প্ৰশিক্ষণ দিয়া হৈছে ।
●এএনএম নাৰ্ছসকলক এই প্ৰশিক্ষণ দিয়া হৈছে ।
●১৩০০ চিকিৎসকক তেওঁলোকক ছুপাৰভাইজাৰৰ বাবে নিযুক্ত কৰা হৈছে ।
●৬৫ টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●ইয়াৰে সাতখন মেডিকেল কলেজ আৰু ২৪ খন ৰাজ্যিক চিকিৎসালয় ।
●কেন্দ্ৰৰ তালিকাখন হোৱাটছএপত উপলব্ধ হ’ব ।

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid VaccineHimanta Biswa SarmaPress conference
publisher

publisher

Related Posts

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা
News

Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d