Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিছপুৰ পুনৰ বিজেপি মিত্ৰজোঁটৰ দখললৈ

publisher by publisher
January 19, 2021
in India, News
Reading Time: 1 min read
0
দিছপুৰ পুনৰ বিজেপি মিত্ৰজোঁটৰ দখললৈ
2
SHARES
18
VIEWS
ShareShareShareShare

পাঁচ বছৰ পূর্বে অসমত ইতিহাস সৃষ্টি কৰি ক্ষমতালৈ অহা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বাধীন চৰকাৰ ২০২১ত কিমান সুৰক্ষিত? পুনৰ দিছপুৰত অধিষ্ঠিত হ’বনে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ? এ বি পি নিউজ-চি ভােটাৰৰ ২০২১ জনমত সমীক্ষাৰ ফলাফল অনুসৰি সােণােৱাল নেতৃত্বাধীন এন ডি এ পুনৰ ক্ষমতালৈ উভতি অহাৰ পূর্ণ সম্ভাৱনা আছে। ১২৬খন আসনযুক্ত অসম বিধানসভাৰ ৭৩ৰ পৰা ৮১খন আসন এন ডি এই লাভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে জনমত সমীক্ষাই।

ADVERTISEMENT

এই মিত্ৰজোঁটে অনায়াসে অতিক্রম কৰিব চৰকাৰ গঠনৰ বাবে প্রয়ােজনীয় ৬৩ যাদুকৰী নম্বৰ। অৱশ্যে পূর্বৰ তুলনাত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ আসন সংখ্যা বৃদ্ধি পাব যদিও সেয়া ৩৬-৪৪ আসনতে লাভ কৰিব আৰু অন্যান্যই লাভ সীমাৱদ্ধ হৈ ৰ’ব। ইপিনে, এ আই ইউ কৰিব চাৰিখন। আসন। ডি এফে পাঁচৰ পৰা নখন আসন মনকৰিবলগীয়া ২০১৬ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন, অগপই ১৪ আৰু বি পি এফে।

RelatedPosts

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

১২খন আসন লাভ কৰি মিত্ৰজোঁট চৰকাৰ গঠন কৰিছিল। তিনিটা কার্যকাল শাসন কৰাৰ পাছত প্রতিষ্ঠান বিৰােধী টেী আৰু পৰিৱৰ্তনৰ আকাংক্ষাৰ তাগিদাত প্রচণ্ড প্রত্যাহ্বানৰ সন্মুখীন হৈ কংগ্ৰেছে মাত্র ২৬খন আসন লাভ কৰিছিল। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে কয় যে অগপ আৰু বি পি এফৰ স’তে হােৱা মিত্রতাই দলক অধিক প্রয়ােজনীয় স্থানীয় তৃণমূল নেটৱৰ্ক গঠনত সহায় কৰিলে আৰু ইয়াৰ ফলশ্রুতিতে ইতিহাস ৰচিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে।

তদুপৰি এই কথাও কোৱা হৈছে যে পাঁচ বছৰ পূর্বে বিজেপিৰ উৎকৃষ্ট পদক্ষেপ আছিল সেই সময়ৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালক বিজেপিলৈ আদৰি লােৱাটো। সােণােৱালৰ উপস্থিতিয়ে এই কথা নিশ্চিত কৰিছিল যে বিজেপিয়ে এজন নির্দিষ্ট মুখ্যমন্ত্রিত্বৰ প্রার্থী প্রক্ষেপ কৰি নির্বাচন প্রতিদ্বন্দ্বিতা কৰিছিল আৰু এয়া অসমত প্ৰথমবাৰৰ বাবে হৈছিল। সমীক্ষাত কৰা কেইটামান প্রশ্ন অনুসৰি ৰাজ্যৰ ৪৩ শতাংশ ভােটাৰ কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজত সন্তুষ্ট, ২৫ শতাংশ অতি সন্তুষ্ট আৰু ২০ শতাংশ অসন্তুষ্ট।

একেদৰে নৰেন্দ্র মােদীৰ কাম-কাজত সন্তুষ্ট ৩৭ শতাংশ, অতি সন্তুষ্ট ৩৩ শতাংশ আৰু অসন্তুষ্ট ১৬ শতাংশ। একেদৰে মুখ্যমন্ত্রী সােণােৱালৰ প্ৰতি ৩৫ শতাংশই অতি সন্তুষ্টি প্রকাশ কৰে। ৩১ শতাংশ সন্তুষ্ট আৰু ২২ শতাংশ অসন্তুষ্ট বুলি সমীক্ষাত তথ্য প্রকাশিত হৈছে। বর্তমানৰ ৰাজ্য চৰকাৰৰ কাম-কাজ সন্তুষ্ট ৩৭ শতাংশ, অতি সন্তুষ্ট ৩৩ শতাংশ আৰু ১৯ শতাংশ হৈছে অসন্তুষ্ট। এই সমীক্ষা অনুসৰি ৰাজ্যজুৰি আগ্রাসী প্ৰচাৰ অভিযান অব্যাহত ৰখা বিজেপিয়ে আগন্তুক নির্বাচনত সর্বাধিক ভােটৰ অংশৰ অধিকাৰী হ’ব।

এই মর্মে ৰাজ্যৰ মুঠ ভােটাৰৰ ভিতৰত এন ডি এই ৪৩ শতাংশ, ইউ পি এই ৩৫ শতাংশ, এ আই ইউ ডি এফে আঠ শতাংশ আৰু অন্যান্যই ১৪ শতাংশ ভােট লাভকৰিব। সমীক্ষা অনুসৰি ইউ পি এতকৈ এন ডি এ ভােট অংশ আঠ শতাংশ অধিক হ’ব। এন ডি এ আৰু ইউ পি এই দুয়ােপক্ষই এ আই ইউ ডি এক আৰু অন্যালসকলৰ ওপৰত ভিত্তি কৰি নিজৰ ভােটৰ অংশ বৃদ্ধি কৰিছে। তদুপৰি সমীক্ষাত কোৱা হৈছে যে অসমত বিজেপিৰ ৰাজ্যিক নেতৃত্ব আৰু কিছু সংখ্যক মিত্রদলে দৃঢ়তাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিতর্কক দৃঢ়তাৰে একাষৰীয়া কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ বিপৰীতে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গগৈৰ মৃত্যুৱে কংগ্রেছৰ প্রতি সহানুভূতি সৃষ্টি কৰিছে বুলি কোৱা হৈছে। পশ্চিমবংগত কি হ’ব? এই সমীক্ষা মতে পূর্বৰ ২১১খন আসনতকৈ হ্রাস পাই মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে লাভ কৰিব ১৫৮খন আসন। ৰাজ্যখনত আগ্রাসী প্ৰচাৰ অভিযান চলােৱা বিজেপিৰ বৃহৎ উত্থান হ’ব। এই জনমত সমীক্ষাৰ মতে ২০১৬ বিধানসভাৰ নিৰ্বাচনত তিনিখন আসন লাভ কৰা বিজেপিয়ে ২০২১ত পশ্চিমবংগত লাভ কৰিব ১০২খন আসন। অৱশ্যে বিজেপিয়ে সর্বশক্তি প্রয়ােগৰ পাছতাে চৰম আকাংক্ষিত চৰকাৰ দখল কৰিব নােৱাৰিব।

বিজেপিয়ে চৰকাৰ গঠনৰ যাদুকৰী সংখ্যাৰ পৰা ১৪৮খন আসন দূৰৈত থাকিব যদিও সমীক্ষাৰ মতে পশ্চিমবংগত দলৈ অভূতপূর্ব অগ্রগতি লাভ কৰিছে। সমীক্ষা মতে কংগ্ৰেছ আৰু বাওঁ দলৰ মিত্ৰজোঁটে লাভ কৰিব ৩০খন আসন, পূর্বৱর্তী বৰ্ষতকৈ ৪৬খন আসন হেৰুৱাব। তামিলনাড়ুত কি হ’ব? ইপিনে, তামিলনাড়ুত ডি এম জয়ৰ আগজাননী দিছে সমীক্ষাই। ২০২১ৰ বিধানসভা নির্বাচনত ইউ পি এ অর্থাৎ ডি এম মিত্ৰজোঁটৰ ভােটৰ সংখ্যা ১.৭ শতাংশ বৃদ্ধি পাই এইবাৰ হ’ব ৪১.১ শতাংশ। অৱশ্যে সমীক্ষা মতে এন ডি এ অর্থাৎ এ আই এ ডি এম কে, বিজেপি আৰু অন্যান্য মিত্রদলৰ বাবে ফলদায়ক নহ’ব আগন্তুক নির্বাচন।

এন ডি এ-ই ১৫ শতাংশ ভোেট অংশ হেৰুৱাব। ইউ পি এৰ আসন সংখ্যা বাঢ়িব বুলি সমীক্ষাত কোৱা হৈছে।এই মর্মে ইউ পি এ-ই ১৬২খন আসন কৰিব। ২৩৪ সদস্যৰ তামিলনাড়ু বিধানসভাত ২০১৬ ৯৮খন আসনত বিজয়ী হৈছিল ইউ পি এ-ই। যােৱাবাৰ ১৩৪খন আসল লাভ কৰা এন ডি এ-ই ৬৪খন আসন হেৰুৱাই অহা নির্বাচনত ৯৮খন আসন দখল কৰিব বুলি কোৱা হৈছে। কেৰালাত কি হ’ব? কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়নৰ বাবে সমীক্ষাই আনিছে সুখবৰ।

বিজয়নৰ বাওঁ গণতান্ত্রিক মর্চাই ইতিহাস সৃষ্টি কৰি পুনৰ ক্ষমতালৈ উভতিব বুলি কোৱা হৈছে। বিপদসীমাৰ পৰা বহু যােজন আঁতৰত থাকিব মুখ্যমন্ত্রী বিজয়ন আৰু অনায়াসে নিজ অৱস্থানলৈ পুনৰ উভতিব। ২০২১ত বাওঁ গণতান্ত্রিক মৰ্চাই লাভ কৰিব ৮৫খন আসন, ইউ ডি এফে লাভ কৰিব ৫তখন আসন আৰু বিজেপিয়ে লাভ কৰিব এখন আসন। পচেৰীত কি হ’ব? ২০২১ত কংগ্ৰেছ-ডি এম কেৰ যুঢ়ীৰ এছ ড়ি এৰ ভােটৰ অংশ ৩.১ শতাংশ বৃদ্ধি পাই ৪২.৬ শতাংশ হ’ব ।

এইবাৰ এন ডি এই অৰ্থাৎ এ আই এন আৰ চি, বিজেপি, এ ডি এম কেৰ যুটীয়া অগ্ৰগতি লাভ কৰি ৪৪.৪ শতাংশ ভোট লাভ কৰিব।শাসকীয় এছ ডি এৰ উদ্বেগ বৃদ্ধি কৰি সমীক্ষা মতে এই মিত্ৰজোঁটে মাত্ৰ ১৪খন আসন লাভ কৰিব আৰু এন ডি এই লাভ কৰিব ১৬খন আসন । বিগত বিধানসভা নিৰ্বাচনত এছ জি এই ১৭ আৰু এন ডি এই ১২খন আসন লাভ কৰিছিল । ৰাজ্যখনৰ বিধানসভাত মুঠ আসনৰ সংখ্যা ৩০খন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPMamata BanerjeeNarendra ModiRahul Gandhi
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d