Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

টাইগাৰ উডছৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, ভৰিত আঘাত

প্ৰশ্নৰ মুখত গল্ফাৰৰ কেৰিয়াৰ

publisher by publisher
February 24, 2021
in News, Sports
Reading Time: 1 min read
0
টাইগাৰ উডছৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, ভৰিত আঘাত
3
SHARES
32
VIEWS
ShareShareShareShare

বৃহৎ গাড়ী দুৰ্ঘটনাৰ সন্মুখীন হয় টাইগাৰ উডছ । কিংবদন্তি গল্ফাৰজনক কোনো মতে বাহনৰ পৰা ওলিয়াই চিকিৎসালয়লৈ লৈ যোৱা হয় । দুৰ্ঘটনাত টাইগাৰৰ দুখন ভৰি ক্ষতিগ্ৰস্ত হয় । ভাৰতীয় সময় মংগলবাৰ নিশা দুটা বজাৰ খবৰ অনুযায়ী উডছৰ অস্ত্ৰপচাৰ আৰম্ভ হৈছে । ভৰিৰ আঘাত ইমানেই গুৰুত্বৰ মে তেওঁৰ কেৰিয়াৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ।

ADVERTISEMENT

Sending my prayers to @TigerWoods and his family tonight—here’s to a speedy recovery for the GOAT of golf. If we’ve learned anything over the years, it’s to never count Tiger out.

— Barack Obama (@BarackObama) February 24, 2021

RelatedPosts

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

লছ এঞ্জেলছ কাউণ্টি ছেৰিফে জনায় যে, স্থানীয় সময় মংগলবাৰ পুৱা সাত বাজি ১২ মিনিটত‌ দুৰ্ঘটনা সংঘটিত হয় । ৰ’লিং হিলছ এষ্টেট সীমান্তত উডছৰ বাহন দুৰ্ঘটনাৰ কবলত পৰে । ব্লেকহৰ্ছ ৰ’ডৰ হাউথৰ্ন বুলেভাৰ্ড হৈ উত্তৰৰ দিশে গৈ আছিল উডছৰ বাহন । তেতিয়াই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই । উডছে নিজেই বাহনখন চলাই আছিল ।‌ উডছৰ এজেণ্ট মাৰ্ক ষ্টেনবাৰ্গে এই তথ্য জানিবলৈ দিয়ে ।

Statement from Donald J. Trump, 45th President of the United States of America:

“Get well soon, Tiger. You are a true champion!”

— Jason Miller (@JasonMillerinDC) February 23, 2021

লছ এঞ্জেলছ ফায়াৰফাইটাৰ্ছ আৰু পেৰামেডিক্সে জানিবলৈ দিয়ে যে, তেওঁলোকে ‘জছ অৱ লাইফ’ পদ্ধতিৰে বাহনৰ ভিতৰৰ পৰা উডছক উদ্ধাৰ কৰে ।লছ এঞ্জেলছ কাউণ্টিৰ কৰ্তা ডেৰিল অছবিয়ে কয় যে, ‘মোৰ ধাৰণা উডছে ভৰিত গুৰুত্বৰ আঘাটপ্ৰাপ্ত হৈছে ।’আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইটত লিখে, ‘তুমি সঁচাকৈয়ে চেম্পিয়ন । শীঘ্ৰে সুস্থ হোৱা।’

Fight @tigerwoods like the champion you are for your kids and the world. Love and prayers

— Mike Tyson (@MikeTyson) February 23, 2021

আমেৰিকাৰ আন এক প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই টুইট কৰে, ‘টাইগাৰ জানো তুমি শীঘ্ৰে সুস্থ হ’বা । তুমাৰ পৰিয়ালবৰ্গৰ স’তে আছো ।’কিংবদন্তি বক্সাৰ মাইক টাইছনে টুইট কৰে, ‘টাইগাৰ তুমি কেৱল নামেৰে নহয় । তুমি খেলৰ জগততো আক্ষৰিক অৰ্থত টাইগাৰ । শীঘ্ৰে সুস্থ হোৱা ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barack ObamaDONALD TRUMPGolfTiger Woodstiger woods accident
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d