Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিয়াৰ বাবে অতিক্ৰম কৰিছিল ৫৬৫ কিলােমিটাৰ দূৰত্ব

পঢ়ক সবিশেষ

publisher by publisher
March 4, 2021
in India, News
Reading Time: 1 min read
0
বিয়াৰ বাবে অতিক্ৰম কৰিছিল ৫৬৫ কিলােমিটাৰ দূৰত্ব
4
SHARES
41
VIEWS
ShareShareShareShare

বুদ্ধিমতী আৰু ৰূপৱতী, এই দুয়ােটা উপমাই তেওঁৰ স’তে সকলাে সময়তে ৰজিতা খােৱা। গণিতৰ সকলাে কঠিন সমস্যা পৰীক্ষাৰ বহীত নিমিষতে সমাধান কৰিব পাৰিছিল। কেৱল গণিতেই নহয়; ইংৰাজী, ভূগােল, ইতিহাস, দেশৰ সংবিধান আদি প্রায় সকলাে বিষয়তে তেওঁৰ জ্ঞান ঈর্ষণীয়। বিভিন্ন পত্রিকাৰ পাতত তেওঁৰ অবাধ বিচৰণৰ সমান্তৰালকৈ সামাজিক মাধ্যমতাে তেওঁ অতি পৰিচিত মুখ।

ADVERTISEMENT

EZm0hBTXgAAOyFeইনষ্টাগ্ৰামত তেওঁক দেখিলে যিকোনাে লােকেই টিক্টক তাৰকা বা বলিউদৰ নায়িকা বুলি ভুল কৰিব পাৰে। কিন্তু এইবােৰৰ স’তে তেওঁৰ কোনাে সম্পর্ক নাই। এই সুন্দৰী যুৱতী আচলতে বিহাৰৰ এগৰাকী আইপিএছ বিষয়া। নৱজ্যোৎ ছিমি নামৰ এই আৰক্ষী বিষয়াগৰাকীয়ে ২০২০ত আইপিএছ পৰীক্ষাত উত্তীর্ণ হৈছিল। ইয়াৰ পূর্বে নৱজ্যোতে পিচিএছ। (পঞ্জাৱ চিভিল ছাৰ্ভিচ) বিষয়াৰূপে চাকৰিত যােগ দিছিল।

RelatedPosts

বৰষুণ-বজ্রপাতত তিনিখন ৰাজ্যত মৃত কমেও ১০৬!

বিহাৰত হঠাৎ ধুমুহা, বজ্ৰপাতত মৃত্যু ১৯ জন,

Earthquake: পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি !

13পঞ্জাৱৰ এক অনুসূচীত জাতিৰ পৰিয়ালত জন্ম নৱজ্যোতৰ। পিতৃ আছিল এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ বিষয়া। মাতৃ এগৰাকী গৃহিণী। অনুসূচীত জাতিৰ হােৱা বাবে শৈশৱত তেওঁ প্রতিবেশী,বন্ধু-বান্ধৱৰ পৰা প্ৰায়েই কটাক্ষৰ সন্মুখীন হৈছিল। সেই বাবেই তেওঁ শৈশৱৰ পৰা চৰকাৰী উচ্চপদত চাকৰি কৰাৰ সপােন দেখিছিল। পঞ্জাৱৰ এখন বেচৰকাৰী স্কুলত অধ্যয়ন কৰাৰ পাছত নৱজ্যোতে লুধিয়ানাৰ বাবা যশােৱন্ত সিং দন্ত মহাবিদ্যালয়ৰ পৰা স্নাতক হয়।

main qimg dd4b584bd1021fe1a97d171fe24b5f97ইয়াৰ পাছত তেওঁ দন্ত চিকিৎসকৰূপে কর্মত নিয়ােজিত হয়। অৱশ্যে নৱজ্যোতৰ স্বপ্ন আছিল আইপিএছ হােৱাৰ। সেয়ে দন্ত চিকিৎসকৰূপে দায়িত্ব পালনৰ সমান্তৰালকৈ তেওঁ কেন্দ্রীয় লােকসেৱা আয়ােগৰ পৰীক্ষাৰ বাবে প্রস্তুতি অব্যাহত ৰাখিছিল। নতুন দিল্লীত তেওঁ ব্যক্তিগত শিক্ষকৰ সহায়াে লয়। প্রথম প্রচেষ্টাতে আইপিএছ হােৱাটো কোনাে মুখৰ কথা নহয়। ২০১৬ তেওঁ প্রথমে পিচিএছ বিষয়া হয়।

main qimg b23b13fdf51e361d3850a4d308a21b7aচিকিৎসা সেৱা ত্যাগ কৰি তেওঁ প্রশাসনিক পদত যােগ দিয়ে। তাৰ পাছৰ হছৰতে নৱজ্যোতে আইপিএছ। পৰীক্ষাত উত্তীর্ণ হয়। সমগ্র দেশত তেওঁ ৭৩৪ নম্বৰ স্থান পায়। সম্প্রতি তেওঁ পাটনাত কৰ্মৰত হৈ আছে। এগৰাকী আৰক্ষী বিষয়া হােৱা সত্ত্বেও নৱজ্যোতক দেখিলে বলিউদৰ নায়িকা বুলিয়ে ভুল হ’ব পাৰে। বিশেষকৈ বিভিন্ন সাজ-সজ্জাৰে ফটো উঠাৰ চখাে তেওঁৰ আছে।

154926052 267223081470254 5232064831829137708 nঅপূর্ব সুন্দৰী নৱজ্যোতক দেখিলে কোনেও নক’ব যে তেওঁ প্ৰকৃততে এগৰাকী আৰক্ষী বিষয়াহে। কাৰণ তেওঁৰসৌন্দর্য এগৰাকী বলিউদৰ নায়িকা হােৱাৰ বাবে যথেষ্ট। এই অপূর্ব ৰূপৱতী আইপিএছ বিষয়াগৰাকীয়েই সম্প্রতি নিজৰ প্ৰেম আৰু বিবাহৰ বাবে বিশেষ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল।২০১৫ৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া তুষাৰ ছিংলাৰ স’তে প্ৰেমৰ সম্পর্ক গঢ়ি উঠিছিল নৱজ্যোতৰ।

sddefaultআইএএছ বিষয়া ছিংলা সম্প্রতি পশ্চিমবংগত নিয়ােজিত হৈ আছে। যােৱা ভেলেন্টাইন ডেৰ দিনা প্রেমিকক কাষত পােৱাৰ বাবেই নৱজ্যোতে পাটনাৰ পৰা ৫৬৫ কিলােমিটাৰ পথ অতিক্ৰম কৰি পশ্চিমবংগৰ উলুবেড়িয়াত উপস্থিত হৈছিল। দীর্ঘদিন ধৰিয়েই তেওঁলােকৰ প্ৰেমৰ শুভ পৰিণতিত বাধাৰ সৃষ্টি কৰি আহিছিল নিজ নিজ কর্মই। সেয়ে বিবাহপাশত আবদ্ধ হােৱাৰ বাবেই নৱজ্যোতে ভেলেন্টাইন ডেত আহি প্রেমিক তুষাৰৰ কাৰ্যালয়ত উপস্থিত হয়।

a099cd36a15e94df032bcd1396d7a685তাতেই দুয়াে আদালতত বিবাহৰ পঞ্জীয়ন কৰায়। অৱশ্যে কামৰ চাপত এই পর্যন্ত তেওঁলােকে কোনাে অনুষ্ঠানৰ আয়ােজন কৰিব পৰা নাই। কিছুদিন পূর্বে নৱজ্যোৎ ব্যস্ত আছিল বিহাৰৰ নিৰ্বাচনত। এতিয়া প্রেমিক তুষাৰ ব্যস্ত হৈ আছে। পশ্চিমবংগৰ আগন্তুক নির্বাচনক কেন্দ্ৰ কৰি। নির্বাচনৰ পাছতে দুয়াে ধুমধামেৰে বিবাহৰ আয়ােজন কৰিব বুলি সংবাদ মাধ্যমক জনাইছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BiharIPS OfficerNavjot Simi
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d