Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিয়াৰ বাবে অতিক্ৰম কৰিছিল ৫৬৫ কিলােমিটাৰ দূৰত্ব

পঢ়ক সবিশেষ

publisher by publisher
March 4, 2021
in India, News
Reading Time: 1 min read
0
বিয়াৰ বাবে অতিক্ৰম কৰিছিল ৫৬৫ কিলােমিটাৰ দূৰত্ব
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

Bibekraj Singh:Narcotics Control Bureau ৰ উপ-সঞ্চালক প্রধান পদত নিযুক্তি অসম আৰক্ষীৰ আইজিপি বিবেক ৰাজ সিং

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

বুদ্ধিমতী আৰু ৰূপৱতী, এই দুয়ােটা উপমাই তেওঁৰ স’তে সকলাে সময়তে ৰজিতা খােৱা। গণিতৰ সকলাে কঠিন সমস্যা পৰীক্ষাৰ বহীত নিমিষতে সমাধান কৰিব পাৰিছিল। কেৱল গণিতেই নহয়; ইংৰাজী, ভূগােল, ইতিহাস, দেশৰ সংবিধান আদি প্রায় সকলাে বিষয়তে তেওঁৰ জ্ঞান ঈর্ষণীয়। বিভিন্ন পত্রিকাৰ পাতত তেওঁৰ অবাধ বিচৰণৰ সমান্তৰালকৈ সামাজিক মাধ্যমতাে তেওঁ অতি পৰিচিত মুখ।

ADVERTISEMENT

ইনষ্টাগ্ৰামত তেওঁক দেখিলে যিকোনাে লােকেই টিক্টক তাৰকা বা বলিউদৰ নায়িকা বুলি ভুল কৰিব পাৰে। কিন্তু এইবােৰৰ স’তে তেওঁৰ কোনাে সম্পর্ক নাই। এই সুন্দৰী যুৱতী আচলতে বিহাৰৰ এগৰাকী আইপিএছ বিষয়া। নৱজ্যোৎ ছিমি নামৰ এই আৰক্ষী বিষয়াগৰাকীয়ে ২০২০ত আইপিএছ পৰীক্ষাত উত্তীর্ণ হৈছিল। ইয়াৰ পূর্বে নৱজ্যোতে পিচিএছ। (পঞ্জাৱ চিভিল ছাৰ্ভিচ) বিষয়াৰূপে চাকৰিত যােগ দিছিল।

পঞ্জাৱৰ এক অনুসূচীত জাতিৰ পৰিয়ালত জন্ম নৱজ্যোতৰ। পিতৃ আছিল এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ বিষয়া। মাতৃ এগৰাকী গৃহিণী। অনুসূচীত জাতিৰ হােৱা বাবে শৈশৱত তেওঁ প্রতিবেশী,বন্ধু-বান্ধৱৰ পৰা প্ৰায়েই কটাক্ষৰ সন্মুখীন হৈছিল। সেই বাবেই তেওঁ শৈশৱৰ পৰা চৰকাৰী উচ্চপদত চাকৰি কৰাৰ সপােন দেখিছিল। পঞ্জাৱৰ এখন বেচৰকাৰী স্কুলত অধ্যয়ন কৰাৰ পাছত নৱজ্যোতে লুধিয়ানাৰ বাবা যশােৱন্ত সিং দন্ত মহাবিদ্যালয়ৰ পৰা স্নাতক হয়।

ইয়াৰ পাছত তেওঁ দন্ত চিকিৎসকৰূপে কর্মত নিয়ােজিত হয়। অৱশ্যে নৱজ্যোতৰ স্বপ্ন আছিল আইপিএছ হােৱাৰ। সেয়ে দন্ত চিকিৎসকৰূপে দায়িত্ব পালনৰ সমান্তৰালকৈ তেওঁ কেন্দ্রীয় লােকসেৱা আয়ােগৰ পৰীক্ষাৰ বাবে প্রস্তুতি অব্যাহত ৰাখিছিল। নতুন দিল্লীত তেওঁ ব্যক্তিগত শিক্ষকৰ সহায়াে লয়। প্রথম প্রচেষ্টাতে আইপিএছ হােৱাটো কোনাে মুখৰ কথা নহয়। ২০১৬ তেওঁ প্রথমে পিচিএছ বিষয়া হয়।

চিকিৎসা সেৱা ত্যাগ কৰি তেওঁ প্রশাসনিক পদত যােগ দিয়ে। তাৰ পাছৰ হছৰতে নৱজ্যোতে আইপিএছ। পৰীক্ষাত উত্তীর্ণ হয়। সমগ্র দেশত তেওঁ ৭৩৪ নম্বৰ স্থান পায়। সম্প্রতি তেওঁ পাটনাত কৰ্মৰত হৈ আছে। এগৰাকী আৰক্ষী বিষয়া হােৱা সত্ত্বেও নৱজ্যোতক দেখিলে বলিউদৰ নায়িকা বুলিয়ে ভুল হ’ব পাৰে। বিশেষকৈ বিভিন্ন সাজ-সজ্জাৰে ফটো উঠাৰ চখাে তেওঁৰ আছে।

অপূর্ব সুন্দৰী নৱজ্যোতক দেখিলে কোনেও নক’ব যে তেওঁ প্ৰকৃততে এগৰাকী আৰক্ষী বিষয়াহে। কাৰণ তেওঁৰসৌন্দর্য এগৰাকী বলিউদৰ নায়িকা হােৱাৰ বাবে যথেষ্ট। এই অপূর্ব ৰূপৱতী আইপিএছ বিষয়াগৰাকীয়েই সম্প্রতি নিজৰ প্ৰেম আৰু বিবাহৰ বাবে বিশেষ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল।২০১৫ৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া তুষাৰ ছিংলাৰ স’তে প্ৰেমৰ সম্পর্ক গঢ়ি উঠিছিল নৱজ্যোতৰ।

আইএএছ বিষয়া ছিংলা সম্প্রতি পশ্চিমবংগত নিয়ােজিত হৈ আছে। যােৱা ভেলেন্টাইন ডেৰ দিনা প্রেমিকক কাষত পােৱাৰ বাবেই নৱজ্যোতে পাটনাৰ পৰা ৫৬৫ কিলােমিটাৰ পথ অতিক্ৰম কৰি পশ্চিমবংগৰ উলুবেড়িয়াত উপস্থিত হৈছিল। দীর্ঘদিন ধৰিয়েই তেওঁলােকৰ প্ৰেমৰ শুভ পৰিণতিত বাধাৰ সৃষ্টি কৰি আহিছিল নিজ নিজ কর্মই। সেয়ে বিবাহপাশত আবদ্ধ হােৱাৰ বাবেই নৱজ্যোতে ভেলেন্টাইন ডেত আহি প্রেমিক তুষাৰৰ কাৰ্যালয়ত উপস্থিত হয়।

তাতেই দুয়াে আদালতত বিবাহৰ পঞ্জীয়ন কৰায়। অৱশ্যে কামৰ চাপত এই পর্যন্ত তেওঁলােকে কোনাে অনুষ্ঠানৰ আয়ােজন কৰিব পৰা নাই। কিছুদিন পূর্বে নৱজ্যোৎ ব্যস্ত আছিল বিহাৰৰ নিৰ্বাচনত। এতিয়া প্রেমিক তুষাৰ ব্যস্ত হৈ আছে। পশ্চিমবংগৰ আগন্তুক নির্বাচনক কেন্দ্ৰ কৰি। নির্বাচনৰ পাছতে দুয়াে ধুমধামেৰে বিবাহৰ আয়ােজন কৰিব বুলি সংবাদ মাধ্যমক জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BiharIPS OfficerNavjot Simi
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d