Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

৫৪ নং পশ্চিম গুৱাহাটীত সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক লৈ বিজেপি তৃনমুল কৰ্মীৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ

publisher by publisher
March 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
৫৪ নং পশ্চিম গুৱাহাটীত সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক লৈ বিজেপি তৃনমুল কৰ্মীৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ
3
SHARES
29
VIEWS
ShareShareShareShare

আগন্তুক ২০২১বৰ্ষৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত, মিত্ৰজোঁটৰ আসন ভাগবতৰাক লৈ তৃনমুল বিজিপি কৰ্মীৰ ক্ষোভৰ উদ্গীৰণ দেখিবলৈ পোৱা গৈছে ৷

ADVERTISEMENT

৫৪ নং পশ্চিম গুৱাহাটী সমষ্টি আসনখন বিজেপিয়ে অসম গণপৰিষদক এৰি দিয়াৰ কথা জানিব পাৰি তৃনমুল বিজেপি কৰ্মীয়ে সহজভাৱে লব পৰা নাই ৷নিজৰ দলৰ নেতা গৰাকীক কাষত নাপায় ক্ষোভত ফাটি পৰে তৃনমুল কৰ্মী সকল ৷

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

ইয়াৰ বাবে আজি দিনৰ ১১বজাত বিজেপিৰ দক্ষিণ গুৱাহাটী মন্ডল,পশ্চিম গুৱাহাটী মন্ডল, ৰানী মন্ডলৰ উদ্যোগত লখৰা চাৰিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰা হয়৷ প্ৰতিবাদস্হলীত উপস্থিত হৈ আামক হাতী নালাগে,আমাক পদুম লাগিবই, আমাৰ দাবী কেন্দ্ৰীয় ’ৰাজ্যিক নেতৃত্বই মানি লবই লাগিব ধ্বনিৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীত গুৱাহাটী মহানগৰ জিলাৰ কিষান মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবীৰ পাল,ৰানী মন্ডলৰ সভাপতি হৰকান্ত নাথ,পশ্চিম গুৱাহাটী মন্ডলৰ সভাপতি দেৱজিত ৰাজবংশীয়ে প্ৰতিবাদ স্হলিত অংশ গ্ৰহন কৰি কয় কোনো কাৰনত অসম গন পৰিষদক পশ্চিম গুৱাহাটী সমষ্টি এৰি দিয়া নহব ৷

প্ৰয়োজন সাপেক্ষে বন্ধুত্বমূলক ভাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰক ৷ বিজেপিয়ে এইবাৰ প্ৰাৰ্থী পক্ষেপ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয়, ৰাজ্যিক নেতৃত্বক অৱগত কৰিছে৷ আন একাংশ প্ৰতিবাদকাৰীয়ে কোনো কাৰনত অসম গণপৰিষদক সমৰ্থন নজনাই বুলি উল্লেখ কৰে ৷ প্ৰয়োজনত ভোট প্ৰদান কৰিব, তথাপি অসম গণপৰিষদক সহযোগ নকৰাৰ হুংকাৰ দিয়ে একাংশ মহিলা কৰ্মীয়ে ৷

উল্লেখযোগ্য যে বিজেপি তৃনমুলৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে ৷ যাৰ ফলত পথচোৱাত যঠেষ্ট যানজঁটৰ সৃষ্টি হয় ৷ পিছত আৰক্ষীৰ উচ্চ পদস্ত বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ইপিনে বিজিপি তৃনমুল কৰ্মীয়ে স্হানীয় সাংসদ কুইন ওজাঁৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ সাংসদ গৰাকীয়ে এই ক্ষেত্ৰত কোনো ভুমিকা গ্ৰহন নকৰি মৌনতা অবলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ একাংশ মহিলা কৰ্মীয়ে সাংসদ কুইন ওজাক অবগত কৰিছিল যদিও সাংসদ গৰাকীয়ে প্ৰতিবাদ কৰিলে একো লাভ নহব বুলি কোৱাত মহিলা কৰ্মী সকলে সাংসদ গৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiLokhraTrinamool BJP
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d