Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ তিনি সহস্ৰাধিক কৰ্মী সমৰ্থকক লৈ এআইইউডিএফ দল ত্যাগ

নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দিতা কৰাৰ ৰাজহুৱা সিদ্ধান্ত

publisher by publisher
March 16, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ তিনি সহস্ৰাধিক কৰ্মী সমৰ্থকক লৈ এআইইউডিএফ দল ত্যাগ
4
SHARES
39
VIEWS
ShareShareShareShare

দুবাৰকৈ ধাৰাবাহিকভাৱে এআইইউডিএফ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আবুল কালাম আজাদে আজি তিনি সহস্ৰাধিক দলীয় নেতা কৰ্মী সমৰ্থকক লৈ আনুষ্ঠানিকভাৱে এআইইউডিএফ দল ত্যাগ কৰে।

ADVERTISEMENT

উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিত এইবাৰ মহাজোটৰ তথা এআইইউডিএফ দলৰ প্ৰাৰ্থিত্বৰ পৰা বিধায়ক আবুল কালাম আজাদক বঞ্চিত কৰিছে।যাৰ প্ৰত্যুত্তৰত বিধায়ক গৰাকী তথা তেওঁৰ সমৰ্থকৰ উদ্যোগত শুকমানাহত অনুষ্ঠিত কৰা গণ সমাবেশত এআইইউডিএফ দল ত্যাগ কৰি ৰাজহুৱা সিদ্ধান্তমৰ্মে ভৱানীপুৰ বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব বিধায়ক আবুল কালাম আজাদে।

RelatedPosts

Aiudf Protest In Assembly Campus:অসম বিধানসভাৰ চৌহদত এআইইউডিএফৰ উত্তাল প্ৰতিবাদ

Badaruddin Ajmal’s Latter:বাংলাদেশত হিন্দু আৰু ধৰ্মীয় স্থানত ক্ৰমাৎ বৃদ্ধি পোৱা আক্ৰমণ সন্দৰ্ভত প্ৰাক্তন সাংসদ মৌলনা বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ

Resignation from AIUDF:এআইইউডিএফত খহনীয়া

শুকমানাহৰ পল্লাৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এআইইউডিএফ দলৰ নেতা চানুৱাৰ হুছেইন মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাবেশত বিধায়ক আবুল কালাম আজাদে তেওঁৰ আবেগিক আৰু উদাত্ত ভাষণত কয় যে -” এআইইউডিএফ দলত এতিয়া কোনো নীতি,আদৰ্শ, ন্যায় নাই।য’ত ন্যায় নাই তত ফাচিৰ হুকুম আহিব পাৰে।

কিছুমান ছদ্মবেশী দালালে ধ্বংস কৰিছে এআইইউডিএফ দল। দলীয় প্ৰাৰ্থিত্বৰ বাবদ দলটোৰ ব্লক, জিলা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক দিব লাগে বৃহৎ ধনৰ টোপোলা। ভৱানীপুৰ বিধানসভা সমষ্টিতো ফণী তালুকদাৰক ডাঙৰ টোপোলাৰ বিনিময়তহে এআইইউডিএফ দলে প্ৰাৰ্থিত্ব দিছে।কাৰণ প্ৰাৰ্থিত্ব লাভ কৰাৰ এঘণ্টা আগলৈকে ফণী তালুকদাৰে এআইইউডিএফ দলৰ প্ৰাথমিক সদস্যও নাছিল।

সেয়েহে ফণী তালুকদাৰৰ এআইইউডিএফ দলৰ টিকটতো পৃথিৱীৰ অষ্টমটো আচৰিত বস্তু “। বিধায়ক আবুল কালাম আজাদে তেওঁৰ ভাষণত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিজয়ী নিশ্চিত বুলিও দাবী কৰি তেওঁ পুনৰ কয় ফকীৰ মৌলানা বদৰুদ্দিন আজমলক এগৰাকী সৎ ব্যক্তি বুলি ভাবিছিলো কিন্তু এগৰাকী সৎ ব্যক্তিয়ে এনেধৰণৰ কাম কি দৰে কৰিব পাৰে বুলি বিধায়ক কালামে প্ৰশ্ন উত্থাপন কৰাৰ লগতে বদৰুদ্দিন আজমল কোনো ৰাজনৈতিক ব্যক্তি নহয় তেওঁ এগৰাকী প্ৰকৃতাৰ্থত বেপাৰীহে, দলৰ প্ৰাৰ্থীত্ব প্ৰদানৰ নামতো তেওঁ এখন বেপাৰহে কৰিলে বুলি বিধায়ক আবুল কালাম আজাদে মন্তব্য কৰে ।

গণ সমাবেশত এআইইউডিএফ দলৰ নেতা বাক্কেছ আলী,মনতাজ আলী আহমেদেও বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে আজিৰ গণ সমাবেশত উপস্থিত হেজাৰ হেজাৰজনে বদৰুদ্দিন আজমল, এআইইউডিএফ দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি বিভিন্ন আক্ৰমণাত্মক শ্লোগানেৰে উত্তাল কৰি তোলে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abul Kalam AzadAIUDFBhawanipur
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d