Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ তিনি সহস্ৰাধিক কৰ্মী সমৰ্থকক লৈ এআইইউডিএফ দল ত্যাগ

নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দিতা কৰাৰ ৰাজহুৱা সিদ্ধান্ত

publisher by publisher
March 16, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ তিনি সহস্ৰাধিক কৰ্মী সমৰ্থকক লৈ এআইইউডিএফ দল ত্যাগ
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

দুবাৰকৈ ধাৰাবাহিকভাৱে এআইইউডিএফ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আবুল কালাম আজাদে আজি তিনি সহস্ৰাধিক দলীয় নেতা কৰ্মী সমৰ্থকক লৈ আনুষ্ঠানিকভাৱে এআইইউডিএফ দল ত্যাগ কৰে।

ADVERTISEMENT

উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিত এইবাৰ মহাজোটৰ তথা এআইইউডিএফ দলৰ প্ৰাৰ্থিত্বৰ পৰা বিধায়ক আবুল কালাম আজাদক বঞ্চিত কৰিছে।যাৰ প্ৰত্যুত্তৰত বিধায়ক গৰাকী তথা তেওঁৰ সমৰ্থকৰ উদ্যোগত শুকমানাহত অনুষ্ঠিত কৰা গণ সমাবেশত এআইইউডিএফ দল ত্যাগ কৰি ৰাজহুৱা সিদ্ধান্তমৰ্মে ভৱানীপুৰ বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব বিধায়ক আবুল কালাম আজাদে।

শুকমানাহৰ পল্লাৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এআইইউডিএফ দলৰ নেতা চানুৱাৰ হুছেইন মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাবেশত বিধায়ক আবুল কালাম আজাদে তেওঁৰ আবেগিক আৰু উদাত্ত ভাষণত কয় যে -” এআইইউডিএফ দলত এতিয়া কোনো নীতি,আদৰ্শ, ন্যায় নাই।য’ত ন্যায় নাই তত ফাচিৰ হুকুম আহিব পাৰে।

কিছুমান ছদ্মবেশী দালালে ধ্বংস কৰিছে এআইইউডিএফ দল। দলীয় প্ৰাৰ্থিত্বৰ বাবদ দলটোৰ ব্লক, জিলা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক দিব লাগে বৃহৎ ধনৰ টোপোলা। ভৱানীপুৰ বিধানসভা সমষ্টিতো ফণী তালুকদাৰক ডাঙৰ টোপোলাৰ বিনিময়তহে এআইইউডিএফ দলে প্ৰাৰ্থিত্ব দিছে।কাৰণ প্ৰাৰ্থিত্ব লাভ কৰাৰ এঘণ্টা আগলৈকে ফণী তালুকদাৰে এআইইউডিএফ দলৰ প্ৰাথমিক সদস্যও নাছিল।

সেয়েহে ফণী তালুকদাৰৰ এআইইউডিএফ দলৰ টিকটতো পৃথিৱীৰ অষ্টমটো আচৰিত বস্তু “। বিধায়ক আবুল কালাম আজাদে তেওঁৰ ভাষণত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিজয়ী নিশ্চিত বুলিও দাবী কৰি তেওঁ পুনৰ কয় ফকীৰ মৌলানা বদৰুদ্দিন আজমলক এগৰাকী সৎ ব্যক্তি বুলি ভাবিছিলো কিন্তু এগৰাকী সৎ ব্যক্তিয়ে এনেধৰণৰ কাম কি দৰে কৰিব পাৰে বুলি বিধায়ক কালামে প্ৰশ্ন উত্থাপন কৰাৰ লগতে বদৰুদ্দিন আজমল কোনো ৰাজনৈতিক ব্যক্তি নহয় তেওঁ এগৰাকী প্ৰকৃতাৰ্থত বেপাৰীহে, দলৰ প্ৰাৰ্থীত্ব প্ৰদানৰ নামতো তেওঁ এখন বেপাৰহে কৰিলে বুলি বিধায়ক আবুল কালাম আজাদে মন্তব্য কৰে ।

গণ সমাবেশত এআইইউডিএফ দলৰ নেতা বাক্কেছ আলী,মনতাজ আলী আহমেদেও বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে আজিৰ গণ সমাবেশত উপস্থিত হেজাৰ হেজাৰজনে বদৰুদ্দিন আজমল, এআইইউডিএফ দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি বিভিন্ন আক্ৰমণাত্মক শ্লোগানেৰে উত্তাল কৰি তোলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abul Kalam AzadAIUDFBhawanipur
publisher

publisher

Related Posts

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d