মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰােধী কথাত বেছি। মন নিদিলে কর্মক্ষেত্ৰতাে শুভ ফল।
বৃষ : আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনাে চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা।
মিথুন : কর্তব্যত আপােনাৰ যােগ্যতা থাকিব। কোনােৱে বাস্তৱ ক্ষেত্ৰত খােজ পেলাই উপকৃত হব। সৰু-সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্রাপ্তিৰ আশা।
কর্কট : পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যােগাযােগাদিত উন্নত। অৱশ্যে আপােনাৰ হুমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। ভ্রমণ।
সিংহ : কোনাে আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰাে বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব। দাম্পত্যত নতুন-চিন্তা অৱশ্যে থাকিব।
কন্যা : কর্মক্ষেত্ৰত আপােনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনাে কাৰণে চিন্তাৰ কাৰণ হ’ব। জাতকৰ কোনাে উন্নত যােগাযােগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম।
তুলা : কোনােৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক সাৱধান হলে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ।
বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্রসৰ হােৱাৰ যােগ। শুভ ৰং নীল।
ধনু :উন্নত দিনৰ অনুমান। যােগাযােগৰ খুব বেয়া নহ’ব। বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি। বিদ্যাত বাধা কম।
মকৰ :ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব। কিন্তু কোনাে প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ ।
কুম্ভ : ৰুক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনােযােগ লাগিব। পদমর্যাদা লাভ।
মীন : আর্থিক যােগাযােগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। নতুন সম্পদ ক্রয়।