Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰাইভেট বেংকৰ চাকৰি বাদ দি ছাগলী ফাৰ্মেৰে স্বাৱলম্বন মাখিবাহাৰ বোৱাৰী পৰিমীতা শৰ্মাৰ

প্ৰথম বছৰতে তিনিলাখ টকা উপাৰ্জন

publisher by publisher
June 14, 2021
in Assam, India, News
Reading Time: 1 min read
0
প্ৰাইভেট বেংকৰ চাকৰি বাদ দি ছাগলী ফাৰ্মেৰে স্বাৱলম্বন মাখিবাহাৰ বোৱাৰী পৰিমীতা শৰ্মাৰ
8
SHARES
79
VIEWS
ShareShareShareShare

কি চৰকাৰী, কি ব্যক্তিগত প্ৰতিষ্ঠান – যিয়েই নহওঁক পেটৰ ভাতমুঠি আৰু দৈনন্দিন জীৱনৰ বাবে এতিয়া প্ৰতিজন যোগ্য ল’ৰা-ছোৱালীয়েই এটা চাকৰিৰ বাবে হাবাথুৰি খোৱা পৰিস্থিতি । কিন্তু এনে এক পৰিস্থিতিৰ মাজতো কেৱল মাত্ৰ আত্মবিশ্বাসক ভেঁটি কৰি প্ৰাইভেট বেংক এটাৰ চাকৰি বাদ দি ছাগলী ফাৰ্মেৰে স্বাৱলম্বি হৈ চৰ্চিত হৈ পৰিছে নলবাৰীৰ মাখিবাহাৰ এগৰাকী বোৱাৰী পৰিমীতা শৰ্মা ।

ADVERTISEMENT

২০১৮ত মাত্ৰ দুটা ছাগলীৰে পৰিমীতা শৰ্মাই ‘আস্থা ছাগলী ফাৰ্ম ‘ নামৰ এখন ক্ষুদ্ৰ ফাৰ্ম আৰম্ভ কৰি মাত্ৰ দুটা বছৰতে লক্ষণীয় সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । বোৱাৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে তেওঁ এই ফাৰ্মখনৰ পৰা প্ৰথম বছৰতে তিনিলাখ টকা উপাৰ্জনৰ বাট মোকলাবলৈ সক্ষম হৈছে । নলবাৰীৰ এইচ দি এফ চি বেংকত ঋণ পৰিশোধৰ কৰ্মচাৰী ৰূপে চাকৰি কৰিছিল পৰিমীতাই ৷ বেংকৰ এই চাকৰিটোৱে তেওঁক কিছু আৰ্থিক নিৰাপত্তা দিছিল যদিও সুখী কৰিব পৰা নাছিল । বেংকৰ কাম মানেই কিছু জটিলতা থকাটো স্বাভাৱিক । কামৰ এনে জটিলতাৰ বাবে তেওঁ যথেষ্ট মানসিক চাপত ভুগিব লগা হৈছিল । এনে চাপৰ বাবেই পৰিমিতাই অৱশেষত চাকৰি এৰাৰ সিদ্ধান্ত লয়। সেই মৰ্মে তিনি বছৰ পূৰ্বে তেওঁ চাকৰি বাদ দিয়ে । ইয়াৰ লগে লগে তেওঁ নিজস্বভাৱে উপাৰ্জনৰ বিকল্প পথৰ সন্ধানত নামি পৰে।

RelatedPosts

No Content Available

ইউটিউবে পথ দিলে পৰিমীতাক ! ইউটিউবে উপাৰ্জনৰ বিকল্প পথৰ সন্ধান দিলে পৰিমীতা নামৰ এইগৰাকী গভীৰ আত্মবিশ্বাসী বোৱাৰীক । উক্ত ডিজিটেল মাধ্যমটোত উপাৰ্জন সম্বন্ধীয় ভিডিঅ’ চাই থাকোঁতে ছাগলী পোহপালন কৰি স্বাৱলম্বী হোৱাৰ এক ভিডিঅ’ই তেওঁক অনুপ্ৰাণিত কৰে । ইয়াৰ লগে লগে ইয়ে তেওঁৰ উপাৰ্জনৰ বাবে উপযোগী হ’ব বুলি একপ্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেইমৰ্মে তেওঁ এই বিষয়ত প্ৰায় এবছৰ ধৰি বিভিন্ন ঠাইলৈ গৈ ক্ষেত্ৰ অধ্যয়ন কৰে।

ইয়াৰ অন্তত তেওঁ ২০১৮ত আৰম্ভ কৰে ‘আস্থা ছাগলী ফাৰ্ম’। এই ক্ষেত্ৰত তেওঁক স্বামী আৰু শহুৰৰ ঘৰৰ সকলো সদস্যই সহযোগ আগবঢ়ায় । প্ৰথম অৱস্থাত মাত্ৰ দুজনী ছাগলীৰে ফাৰ্মখন আৰম্ভ কৰি তিনিমাহ মান পাছত তেওঁ বৰ্ণিহাটৰ পৰা বৰ্ণিহাতৰ পৰা আৰু দুটামান উন্নত জাতৰ ছাগলী আনি থলুৱা ছাগলীৰ স’তে ক্ৰচ কৰায় ৷ ফলত জন্ম হোৱা ছাগলীৰ সঁচটো উন্নত হ’ল ৷

ইয়াৰ পাছতে পুনৰ ৰাজস্থানৰ পৰা চিৰহি প্ৰজাতিৰ ছাগলী অনাৰ ব্যৱস্থা কৰিলে ফাৰ্মাৰগৰাকীয়ে ৷ এই ক্ষেত্ৰত তেওঁক ৰাজস্থানত থকা আত্মীয় এজনে বহু সহায় কৰিলে ৷ আত্মীয়জনে তিনিটা চিৰহী ছাগলী ক্ৰয় কৰি ৰেলত পঠাই দিয়ে ৷ ইপিনে ছাগলীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বোৱাৰীগৰাকীয়ে ছাগলী ফাৰ্মিং সন্দৰ্ভত অধিক জ্ঞান অৰ্জনৰ প্ৰয়োজন অনুভৱ কৰি ইউকো আৰচিটীত প্ৰশিক্ষণ লয় ।

উক্ত প্ৰশিক্ষণলৈ বোৱাৰীগৰাকীয়ে ছাগলী ফাৰ্মখনৰ খৰতকীয়া উন্নতিৰ মুখ দেখিবলৈ সক্ষম হয়‌ । ফাৰ্মাৰগৰাকীয়ে দৈনিক আগ্ৰদূতক প্ৰকাশ কৰা মতে যোৱা বর্ষত তেওঁ ছাগলী বিক্ৰী আৰম্ভ কৰাৰ পাছতে ফাৰ্মখনে এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হয় ।

তেওঁ কয় যে, ২০২০ৰ পৰা মই ছাগলী পোৱালী বিক্ৰী কৰা আৰম্ভ কৰিলো ৷ মই থলুৱাতকৈ উন্নত জাতৰ ছাগলী উৎপাদনৰ ওপৰত অধিক গুৰুত্ব দিবলগীয়া হ’ল ৷ কাৰণ থলুৱা ছাগলীবোৰৰ আকাৰ সৰু হয় ৷ বজাৰত ভবা মতে বা খৰচ অনুসৰি দাম পোৱা নাযায় ৷ সেয়ে মই উন্নত জাতৰ চিৰহি ছাগলী পোৱালী বিক্ৰীবলৈ আৰম্ভ কৰিলো ৷ গাখীৰ এৰা এটি পোৱালী প্ৰায় ১২০০০ টকাত বিক্ৰী হয় ৷

তেওঁ লগতে কয় যে, আমাৰ ফাৰ্মৰ পৰা অসমৰ লগতে বহি:ৰাজ্য যেনে পশ্চিমবংগ , ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশলৈ ছাগলী বিক্ৰী কৰিছো ৷ প্ৰথম বৰ্ষটোতে মই তিনি লাখ টকাৰ ছাগলী বিক্ৰী কৰিবলৈ সক্ষম হৈছো । গতিকে কষ্ট কৰাৰ বিনিময়ত লাভ অৰ্জন কৰিব পাৰি ৷

উল্লেখ্য যে তেওঁৰ ফাৰ্মত এতিয়া ৫০ টা ছাগলী আছে আৰু ইয়াৰে ১২ টা পোৱালী ৷ তদুপৰি পোৱালী দিব পৰা ছাগলী আছে ১৫ জনী । ইপিনে পোৱালীবোৰ বিক্ৰীৰ
বাবে ইতিমধ্যে আগতীয়া অৰ্ডাৰ পোৱা বুলি সদৰী কৰিছে ফাৰ্মাৰগৰাকীয়ে । লক্ষণীয় যে, গুৱাহাটী মহানগৰৰ ৰূপনগৰত জন্ম গ্ৰহণ কৰিও একমাত্ৰ নিজৰ প্ৰচেষ্টাৰে এইগৰাকী পৰিমীতা শৰ্মাই চাকৰি বাদ দি ছাগলী ফাৰ্মেৰে কম দিনতে মহিলাসকলৰ স্বাৱলম্বনৰ নিদৰ্শন হৈ পৰিছে ।

তেওঁ কয়, ‘মোৰ সৌভাগ্য যে স্বামী, শহুৰ দেউতাৰ পৰা আৰম্ভ কৰি ঘৰৰ সকলোৰে সহযোগ লাভ কৰি আহিছো ৷ মোৰ জন্ম গুৱাহাটীৰ ৰূপনগৰত ৷ পঢ়া শুনাও মহানগৰীতে কৰিছো ৷ সেয়ে হয়তো আজি তিনি বছৰৰ আগলৈকে ছাগলী প্ৰতিপালনৰ বিষয়ে মোৰ জ্ঞান শূন্য আছিল ৷ কিন্তু এতিয়া এক গাঁৱলীয়া পৰিৱেশত ছাগলী ফাৰ্মখনৰ পৰা মই বহুত অভিজ্ঞতা লাভ কৰিছো ৷’

উল্লেখ্য যে পৰিমীতাৰ ছাগলী ফাৰ্মখন প্ৰায় আঢ়ৈ বিঘা মাটিকালিৰ সীমাৰ ভিতৰত আছে ৷ চাৰিও চৌহদত বেৰ দিয়া আছে। সেয়ে ৰাতিপুৱা দানা দিয়াৰ পাছত ছাগলীবোৰ মুকলি কৰি ৰখা হয়। সন্ধিয়া আকৌ বান্ধি থয় ৷ ফলত ছাগলীবোৰে এক প্ৰাকৃতিক পৰিৱেশ লাভ কৰে । ফাৰ্মখনৰ পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত যথেষ্ঠ গুৰুত্ব দিয়াৰ লগতে সময়মতে ভেকচিন প্ৰদান কৰা হয় । তদুপৰি খাদ্য হিচাপে চাপৰ-মাকৈ আদি দানা দিয়াৰ উপৰি নেপিয়া ঘাঁহ, কঁঠাল গছৰ পাত আদি নিয়মীয়াকৈ খাবলৈ দিয়া হয়।

ইপিনে মহিলাসকলক স্বাৱলম্বী হোৱাৰ আহ্বান জনাই এইগৰাকী শিক্ষিতা বোৱাৰীয়ে কয়, ‘মই ভাবো বিবাহিত বা অবিবাহিত প্ৰত্যেকগৰাকী মহিলাই স্বাৱলম্বী হোৱা প্ৰয়োজন ৷ প্ৰতিগৰাকী মহিলাই নিজৰ উপাৰ্জনৰ এটি পথ তৈয়াৰ কৰি লোৱা প্ৰয়োজন ৷ এনে কৰিলে আত্মসন্মান আৰু আত্মসন্তুষ্টি দুয়োটাই বৃদ্ধি পায় ৷ চাকৰি বিচাৰি ফুৰি লটি-ঘটি হোৱাতকৈ নিজৰ চৌপাশে থকা সুবিধাবোৰ গ্ৰহণ কৰিলেই হ’ল ৷ যাৰ যি সুবিধা হয় ,সেইমতেই আগবাঢ়ক ৷ কোনোৱে যদি হাঁহ কুকুৰা পুহিছে , কোনৱে তাঁতশালত লাগিছে , কোনোৱে কাপোৰ তৈয়াৰ কৰিছে , মুঠতে যি কামৰ বাবে নিজকে যোগ্য বুলি ভাবে তাকে কৰি উপাৰ্জনৰ পথ মোকোলাই মহিলাসকল স্বাৱলম্বী হ’ব পাৰিলেই মহিলাৰ অধিকাৰে পূৰ্ণপ্ৰাপ্তি লাভ কৰিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MakhibahaParimita Sharma
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d