Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অষ্ট্ৰেলিয়াত হেজাৰ হেজাৰ দুৰ্গতক খাদ্যৰ যোগান ধৰি এইবাৰ ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দুই ভগ্নী

publisher by publisher
June 16, 2021
in COVID-19, India, News
Reading Time: 2 mins read
0
অষ্ট্ৰেলিয়াত হেজাৰ হেজাৰ দুৰ্গতক খাদ্যৰ যোগান ধৰি এইবাৰ ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দুই ভগ্নী
3
SHARES
25
VIEWS
ShareShareShareShare

ৰাধিকা ভৰদ্বাজ আৰু কৃষ্ণপ্ৰিয়া দুই ভগ্নী । অষ্ট্ৰেলিয়াত বাস কৰা এই ১৪ আৰু ১০ বছৰীয়া কিশোৰী দুগৰাকীয়ে নিজৰ কৰ্মৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁলোকে ইমান কম বয়সতে নিজে ৰান্ধি বিপদত পৰা হেজাৰ হেজাৰ মানুহক খাদ্যৰ যোগান ধৰিছে ।

ADVERTISEMENT

1623393175 2

RelatedPosts

No Content Available

কৰ’নাগ্ৰস্ত ভাৰতকো সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে দুই ভগ্নী । সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা ভাৰতত অক্সিজেনৰ যোগান ধৰিছে তেওঁলোকে ।

12098286 16x9 700x394 1

অষ্ট্ৰেলিয়াৰ টুম্বাটত পিতৃ-মাতৃৰ স’তে থাকে তেওঁলোক । তাতেই তেওঁলোকৰ জন্ম, পঢ়া-শুনা । ৰাধিকাই সৰুৰ পৰাই খাই ভাল পায়, সেয়ে নানা ধৰণৰ সুস্বাদু খাদ্য ৰন্ধনৰ প্ৰতিও তাইৰ অতি আগ্ৰহী ।

1623393109 4

মাত্ৰ ১১ বছৰ বয়সতে ‘ৰাধিকা’ছ কুকবুক’ নামে এখন ৰন্ধনৰ কিতাপো লিখিছে ৰাধিকাই । বেকিং, ফ্ৰাইং, পেন কুকিং, ৰ’ষ্টিং সকলো ধৰণৰে খাদ্য ৰন্ধাত পাকৈত তাই ।

1623392942 11

টুম্বাটত কোনো ধৰণৰ কমিউনিটী সমাৱেশ হ’লে পিতৃ-মাতৃয়ে তাইক কিবা নহয় কিবা ৰান্ধিবালৈ উৎসাহিত কৰে । ইমান কম বয়সতে তাই নিমিষতে দুই-তিনিশ লোকৰ বাবে ৰান্ধিব পাৰে ।

1623393155 3

দুয়ো ভগ্নীয়ে সৰুৰে পৰাই সমাজসেৱা কৰি ভাল পায় । বিপদত পৰা কোনো লোকক সহায় কৰিবৰ বাবে তেওঁলোকক সদায় প্ৰস্তুত । এই গুণ অৱশ্যে তেওঁলোকৰ সিৰা-উপসিৰাই বৈ আছে । কাৰণ তেওঁলোকৰ পিতৃ-মাতৃয়েও মানুহক সহায় কৰি ভাল পায় ।

47987afe8c006b2b507b020d045efc42

উদাৰ মানসিকতাৰ বাবে ৰাধিকা টুম্বাটৰ মানুহৰ বাবে তাৰকাতকৈ কম নহয় । ২০১৯ৰ এটা ঘটনাই তেওঁক সমগ্ৰ বিশ্বৰ নজৰত পেলায় । সেই বৰ্ষত ভয়ংকৰ অগ্নিকাণ্ডৰ সন্মুখীন হৈছিল অষ্ট্ৰেলিয়া । দিন-ৰাতি একাকাৰ কৰি নিজৰ প্ৰাণৰ কথা চিন্তা নকৰি মানুহক ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকা অগ্নিনিৰ্বাপক বাহিনীক ৰাধিকা আৰু তাইৰ পৰিয়ালবৰ্গই খাদ্যৰ যোগান ধৰিছিল ।

1623392850 12

মুঠ ১৩ হেজাৰ অগ্নিনিৰ্বাপক বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক খাদ্য দিছিল তেওঁলোকে । অতিমাৰীৰ সময়তো এই জনসেৱা অক্ষুণ্ণ ৰাখিছে তেওঁলোকে ।

1623393090 6

ইয়াৰ পাছৰ পৰাই ভৰদ্বাজ পৰিয়ালৰ নাম বিয়পি পৰে সমগ্ৰ বিশ্বতে । বিশেষকৈ ভৰদ্বাজ পৰিয়ালৰ দুই ভগ্নী ৰাধিকা আৰু কৃষ্ণপ্ৰিয়া খুবেই প্ৰশংসিত হয় ।

622c3a509cc426217a7b559dcee26d45

সম্প্ৰতি কুইন্সলেণ্ড হাস্পতালৰ চিকিৎসক-নাৰ্ছসকলকো নিত্য খাদ্য দি আহিছে তেওঁলোকে । এইবাৰ সাহায্যৰ হাত আগবঢ়াইছে ভাৰতলৈকো । দিল্লীত তেওঁলোকৰ পৰিয়ালৰ সদস্য থাকে । তেওঁলোকৰ পৰাই দেশৰ ভয়াবহ পৰিস্থিতিৰ বিষয়ে শুনিছে তেওঁলোকে । সেয়ে তেওঁলোকে পিতৃ-মাতৃক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

1623393044 8

কৰ’নাৰ দ্বিতীয় ঢৌত ভাৰতক সহায় কৰিবৰ বাবে এক লাখ ডলাৰ যোগাৰ কৰাৰ চেষ্টা কৰিছে তেওঁলোকে । ইতিমধ্যে ২৪ হেজাৰ ডলাৰ যোগাৰ কৰিছে দুয়োজনে । এই ধনেৰে ভাৰতৰ বাবে অক্সিজেন কনচেনট্ৰেটৰৰ অৰ্ডাৰ দিছে ।

jpg e1623830296694

দুয়ো ভগ্নীয়ে ৰাষ্ট্ৰসংঘৰ দূত হোৱাৰ স্বপ্ন দেখে । বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি খাদ্যাভ্যাস আৰু পৰিৱেশৰ ওপৰত তাৰ প্ৰভাৱ সম্পৰ্কে সচেতন কৰিব মানুহক ।

1623393066 7

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Krishnapriya BharadwajRadhika Bharadwaj
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d