Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বজাৰ আমাৰ পথাৰ আমাৰ মন্ত্রৰে দৰঙৰ প্রাক্তন ছাত্র নেতা মকুণ্ড ডেকাৰ কৃষি বিপ্লৱ

নৱপ্ৰজন্মক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ

publisher by publisher
June 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
বজাৰ আমাৰ পথাৰ আমাৰ মন্ত্রৰে দৰঙৰ প্রাক্তন ছাত্র নেতা মকুণ্ড ডেকাৰ কৃষি বিপ্লৱ
5
SHARES
54
VIEWS
ShareShareShareShare

‘বজাৰ আমাৰ পথাৰ আমাৰ’ এই উদ্দীপক বাক্য শাৰীৰে উদ্বুদ্ধ হৈ পুনৰ প্রমাণ কৰি দেখুৱালে দৰঙৰ প্রাক্তন ছাত্র নেতা তথা সদৌ দৰং জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি দায়িত্ব পালন কৰাৰ   উপৰিও দৰং জিলাৰ বিভিন্ন সামাজিক কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ জনপ্ৰিয়তা অৰ্জন কৰা  মকুণ্ড ডেকাই এতিয়া নিৰৱে কৰি গৈছে কৃষি  বিপ্লৱ । জিলাখনত কৃষি কৰ্মৰে স্বাৱলম্বী হৈ নৱপ্ৰজন্মৰ আদৰ্শৰ প্ৰতীক হৈ পৰিছে তেওঁ ।

ADVERTISEMENT

ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈয়েই মঙলদৈৰ মোৱামাৰী চাপৰিত কে’বাবিঘা মাটিত মৰাপাট, সৰিয়হ, মাকৈ, কুঁহিয়াৰ আদিৰ উপৰিও লাউ, জিকা, ভোল, বেঙেনা, জলকীয়া, টিঁয়হ আদি শাক-পাচলিৰ খেতি কৰি বৰ্তমান স্বাৱলম্বী হৈ পৰিছে মকুণ্ড ডেকা । ঋতু অনুযায়ী খেতি কৰি লাভৱান হোৱা মকুণ্ডই সাংবাদিকৰ আগত নিজৰ কৃষিকৰ্মৰ বৰ্ণনা দাঙি ধৰি কয় যে, তেওঁ কৃষি কৰ্ম আগুৱাই নিয়াৰ ক্ষেত্ৰত দৰং জিলা কৃষি বিভাগৰ পৰা বিভিন্ন ধৰণে সহায়-সহযোগিতা লাভ কৰিছে । মঙলদৈ চহৰৰ গাতে লাগি থকা গেৰিমাৰীৰ বাসিন্দা মকুণ্ডই লগতে কয় যে,  বজাৰ আৰু পথাৰ সদায় আমাৰ হাতত থাকিব লাগিব । এই শ্ল’গান সাৰোগত কৰিয়েই  তেওঁ কৃষিকৰ্মত মনোনিবেশ কৰিছে ।

RelatedPosts

Mangaldoi:মঙলদৈ পিপৰাদোকানত অঘটন !

Darrang:দৰঙৰ খিলঞ্জীয়া গৰিয়া জনগোষ্ঠীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ প্ৰতিবাদ দৰং গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ

RSS:মংগলদৈত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক 

মঙলদৈ চহৰৰ নিকটৱৰ্তী মোৱামাৰী চাপৰিৰ মাটি কৃষি কাৰ্যৰ বাবে অতি উৰ্বৰা বুলি জানিবলৈ দি ডেকাই বৰ্তমান কে’বাবিঘা মাটিত কুঁহিয়াৰ আৰু মৰাপাটৰ খেতি কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ কুঁহিয়াৰ খেতিত তেওঁ অধিক গুৰুত্ব দিয়া বুলি জানিবলৈ দি কয় যে, কুঁহিয়াৰ খেতি বাম ঠাই আৰু চৰ অঞ্চলত কৰা খেতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে । চৰ অঞ্চলত হোৱা কুঁহিয়াৰ খেতি অতি কমেও পাঁচ-ছয় ফুট ওখ হয় । ইপিনে, সৰু-সুৰা বানপানীয়ে এসপ্তাহ পৰ্যন্ত এইবিধ কুঁহিয়াৰ খেতিৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে ।

আনহাতে বানপানীয়েও অনিষ্ট কৰিব নোৱাৰা এবিধ উন্নত জাতৰ কুঁহিয়াৰ খেতিৰ বিষয়ে তেওঁ চিন্তা-চৰ্চা কৰি থকা বুলিও এই প্রতিবেদকক জানিবলৈ দিয়ে । জিলাখনত কুঁহিয়াৰৰ চাহিদা সন্দৰ্ভত ডেকাই কয় যে, এই কুঁহিয়াৰ শালৰ পৰা উলিয়ায় লোৱা ৰস বিধ ডাঙৰ ডাঙৰ টাৱাত পগাই লোৱাৰ পাছত টিনত ভৰাই লৈ জুলীয়া গুৰ (চুৰা) আৰু গোটা গুৰ হিচাপে পাব পাৰি । বিশেষকৈ জুলীয়া গুৰ তথা চুৰা দৰং জিলাত বিভিন্ন ৰাজহুৱা সকাম, বিয়া-সবাহ, উৎসৱ-পাৰ্বন আদিত ব্যৱহাৰ হয় । প্ৰধানকৈ মাঘ বিহুৰ সময়ত বিভিন্ন সুস্বাদু জলপান, চুঙাপিঠা আদিৰ স’তে পৰিৱেশন কৰিবলৈ এই জুলীয়া গুৰ বা চুৰা ব্যৱহাৰ হৈ আহিছে । সেয়েহে মাঘ বিহুৰ সময়ত ইয়াৰ চাহিদা অধিক বৃদ্ধি পোৱা দেখা যায় । পূৰ্বতে এই গুৰ বা চুৰা দৰঙৰ বঙলাগড়, ধূলাৰ টাংনী বজাৰ আদিত যথেষ্ঠ পৰিমাণে বিক্ৰী হৈছিল যদিও এতিয়া জটিল ক’ভিড পৰিস্থিতিৰ বাবে বজাৰসমূহ চৰকাৰে বন্ধ কৰি ৰখাত ব্যৱসায়ীক দিশটো বাধাগ্ৰস্ত হৈছে বুলি তেওঁ উল্লেখ কৰে ।

একেদৰে মৰাপাট খেতিৰ পৰা উৎপাদিত মৰাপাট  খাৰুপেটীয়াত বিক্ৰী কৰা হৈছিল যদিও এতিয়া আংশিক তলাবন্ধ আৰু সান্ধ্য আইনৰ বাবে ব্যৱসায়ত স্থবিৰতা আহি পৰা বুলি জানিবলৈ দিয়ে আদৰ্শ কৃষকজনে । তথাপিও জিলাৰ বাহিৰলৈ মৰাপাট ৰপ্তানি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বুলি সাংবাদিকৰ আগত সদৰী কৰে ডেকাই । নৱপ্ৰজন্মক তেওঁ কি পৰামৰ্শ আগবঢ়াব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডেকাই কয় যে, আজিৰ নৱপ্ৰজন্মৰ কৃষিকৰ্মৰ প্ৰতি অনীহা । নাই কোনো আগ্ৰহ । তেওঁ নিবনুৱা যুৱক-যুৱতীসকলক কেৱল চৰকাৰী চাকৰিৰ বাবে আশা বুকুত বান্ধি নাথাকি স্বাধীনভাৱে কৃষি কৰ্মত মনোনিবেশ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় । এইক্ষেত্ৰত যাৱতীয় দিহা-পৰামৰ্শ  প্ৰদান কৰিবলৈ তেওঁ সাজু বুলি উল্লেখ কৰে ।

ইপিনেে আংশিক তলাবন্ধত জুৰুলা হোৱা থলুৱা কৃষকসকলৰ হাতলৈ বজাৰ ব্যৱস্থা ঘূৰাই আনিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক আহ্বান জনাইছে আদৰ্শ কৃষক মকুণ্ডই । উল্লেখযোগ্য যে ডেকাৰ কৃষিকাৰ্যত সহযোগিতা আগবঢ়োৱা আন ১০-১৫ গৰাকী লোকেও নিজৰ পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ সক্ষম হৈছে ডেকাৰ এই কৃষি উদ্যোগৰ জৰিয়তে ।

দৰঙৰ মকুণ্ড ডেকা, জীয়াৰুদ্দিন আহমেদ আদিকে কৰি থলুৱা কৃষি উদ্যেগীসকলে এনে আদৰ্শ দাঙি ধৰাৰ সময়তে ছিপাঝাৰৰ হেজাৰ হেজাৰ বিঘা চৰকাৰী ভূমিত সমবায় পদ্ধতিৰে কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ যুৱক-যুৱতীসকলক উদগনি দিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ তৎপৰতা লোৱাৰ লগে লগে জিলাখনৰ থলুৱা যুৱক-যুৱতীসকলৰ মাজত ব্যাপক জাগৰণ পৰিলক্ষিত হৈছে । এনে প্ৰেৰণাদায়ক পদক্ষেপৰ প্ৰতি বিশেষভাৱে  আকৰ্ষিত হৈছে দৰঙৰ যুৱক-যুৱতীসকল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MangaldoiMukunda Deka
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d