Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যক্ৰম নহয়,নতুন শিক্ষাবৰ্ষৰ প্ৰথম ১৪ দিনত সমাজৰ লগত চিনাকি হ’ব ছাত্ৰ-ছাত্ৰী! 

    বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি

    বিমানবন্দৰৰ চুক্তি বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি

    STF Raid In Bilasipara:জেহাদীৰ বিৰুদ্ধে পুনৰ অভিযান এচটিএফৰ

    Guwahati Chanmari Flyover:মহানগৰীৰ চান্দমাৰীৰ নিৰ্মীয়মান উৰণসেঁতুত অঘটন

    Cm vigilance Raid In Nagaon: দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চিএম ভিজিলেন্সৰ মাৰাথন অভিযান

    চীন-আমেৰিকাতকৈও অধিক ! চলিত বৰ্ষৰ ভাৰতত বৃদ্ধি ৬.৩ শতাংশ , আশা ৰাষ্ট্ৰসংঘৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চীনক মেলেৰিয়ামুক্ত ঘােষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

বছৰি তিনি কোটি আক্রান্ত, তিনি লাখৰ মৃত্যুৰ পাছত এতিয়া সংক্রমণশূন্য

publisher by publisher
July 2, 2021
in News
Reading Time: 1 min read
0
চীনক মেলেৰিয়ামুক্ত ঘােষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই
1
SHARES
8
VIEWS
ShareShareShareShare

অৱশেষত মেলেৰিয়ামুক্ত হ’ল চীন। ইয়াৰ বাবে দেশখনে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্রমাণপত্রও লাভ কৰিছে। প্রায় সাতটা দশকৰ প্ৰচেষ্টাৰ অন্তত চীনে নিজক মেলেৰিয়াৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ’ল।

ADVERTISEMENT

মেলেৰিয়া ৰােধৰ বাবে ঔষধ, কঠোৰ দৃষ্টি তথা মানুহৰ আৰু পৰজীৱীৰ স’তে এন’ফিলিচ মহৰ সংক্রমণ শৃংখল ভাঙিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিয়েই দেশখনে মেলেৰিয়াৰ দৰে ৰােগ
সম্পূর্ণৰূপে দূৰ কৰিলে।

RelatedPosts

যিকোনো সময়তে আৰম্ভ হ’ব পাৰে নতুন মহামাৰী : পুনৰ সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ 

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

No need to worry about HMPV:এইছএমপিভিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই কিন্তু সাৱধান !

উল্লেখ্য যে বিগত শতিকাৰ চাৰিৰ দশকত চীনত প্রতি বছৰে প্রায় তিনি কোটি লােক মেলেৰিয়াত আক্ৰান্ত হৈছিল। আনকি দেশখনত প্রতি বছৰে প্রায় তিনি লাখ আক্রান্তৰ মৃত্যুও হৈছিল।

সেই পৰিস্থিতিৰ পৰাই চীনে মেলেৰিয়াৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিছিল।এই সংগ্রামৰ ফলশ্রুতিতে দেশখনত ২০১৭ পৰা কোনাে লােক মেলেৰিয়াত আক্রান্ত হােৱা নাই। মেলেৰিয়ামুক্ত চীন গঢ়াৰ উদ্যোগ আৰম্ভ হৈছিল ১৯৫০ৰ পৰা।

ইয়াৰ বাবে কিছুমান কাম নিৰন্তৰভাৱে কৰি আহিছিল বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশখনে। দেশখনত যিসকলৰ মেলেৰিয়া হােৱাৰ আশংকা আছে,তেওঁলােকৰ মাজত এন্টি-মেলেৰিয়া ঔষধ বিতৰণ কৰা হৈছিল।

মহৰ প্রজনন ক্ষেত্র সৃষ্টি হ’বলৈ নিদিয়া, মহৰ বৃদ্ধি ৰােধত কীটনাশক সিঁচা আদি কামবােৰ নিয়মিতৰূপে কৰিছিল চীনে। ছয়ৰ দশকত দেশখনৰ ৰসায়নবিদ থু ইউইউয়ে ৱার্মউড (আর্টেমিছিয়া এনুৱা)ৰ পৰা আর্টিমিছিনিন (মেলেৰিয়া প্ৰতিৰােধী ঔষধ) নিষ্কাষণ কৰিবলৈ সক্ষম হৈছিল।

মেলেৰিয়া প্ৰতিৰােধত চীনে এই উপাদান কামত লগাইছিল। ২০১৫ত মেলেৰিয়াৰ ঔষধ আৱিষ্কাৰৰ বাবে তেওঁ নবেল বঁটা পায়। এইদৰে দশকৰ পাছত দশক ধৰি সুপৰিকল্পিতৰূপে সংগ্রাম অব্যাহত ৰখাৰ সুফলৰূপে নৰ দশকত দেশখনত মেলেৰিয়াত বছৰি আক্ৰান্তৰ সংখ্যা পাঁচ হেজাৰলৈ হ্রাস পায়।

চীনে মেলেৰিয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্তি লাভৰ বাবে ‘১-৩-৭’ কৌশল ৰূপায়ণ কৰিছিল। সেয়া আছিল এদিনৰ ভিতৰত চিহ্নিতকৰণ, তিনিদিনৰ ভিতৰত তদন্ত আৰু সাতদিনৰ ভিতৰত বিপৰীত ব্যৱস্থা।

এই পথত আগবাঢ়ি গৈয়ে বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশখনে মেলেৰিয়া নির্মূল কৰিবলৈ সক্ষম হয়। অৱশ্যে চীনৰ পূর্বে ‘হু’ৱে ২০১৯ত আলজেৰিয়া আৰু আর্জেন্টিনাক মেলেৰিয়ামুক্ত ঘােষণা কৰিছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MalariaWHO
publisher

publisher

Related Posts

পাঠ্যক্ৰম নহয়,নতুন শিক্ষাবৰ্ষৰ প্ৰথম ১৪ দিনত সমাজৰ লগত চিনাকি হ’ব ছাত্ৰ-ছাত্ৰী! 
India

May 17, 2025
বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি
News

বিমানবন্দৰৰ চুক্তি বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি

May 17, 2025
STF Raid In Bilasipara:জেহাদীৰ বিৰুদ্ধে পুনৰ অভিযান এচটিএফৰ
News

STF Raid In Bilasipara:জেহাদীৰ বিৰুদ্ধে পুনৰ অভিযান এচটিএফৰ

May 17, 2025
Guwahati Chanmari Flyover:মহানগৰীৰ চান্দমাৰীৰ নিৰ্মীয়মান উৰণসেঁতুত অঘটন
News

Guwahati Chanmari Flyover:মহানগৰীৰ চান্দমাৰীৰ নিৰ্মীয়মান উৰণসেঁতুত অঘটন

May 17, 2025
Cm vigilance Raid In Nagaon: দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চিএম ভিজিলেন্সৰ মাৰাথন অভিযান
News

Cm vigilance Raid In Nagaon: দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চিএম ভিজিলেন্সৰ মাৰাথন অভিযান

May 17, 2025
চীন-আমেৰিকাতকৈও অধিক ! চলিত বৰ্ষৰ ভাৰতত বৃদ্ধি ৬.৩ শতাংশ , আশা ৰাষ্ট্ৰসংঘৰ 
News

চীন-আমেৰিকাতকৈও অধিক ! চলিত বৰ্ষৰ ভাৰতত বৃদ্ধি ৬.৩ শতাংশ , আশা ৰাষ্ট্ৰসংঘৰ 

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d