Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ চিকিৎসক-গৱেষকৰ অধ্যয়নৰ তথ্য

সুস্থ হােৱাৰ পাছতাে ৪০ শতাংশৰ শৰীৰত কৰ'নাৰ উপসর্গ

publisher by publisher
July 6, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ চিকিৎসক-গৱেষকৰ অধ্যয়নৰ তথ্য
3
SHARES
25
VIEWS
ShareShareShareShare

কৰ’না সংক্ৰমণৰ পাছত সুস্থ হােৱা লােকৰ মাজত অন্যান্য স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে। দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ চিকিৎসক-গৱেষকৰ এক অধ্যয়নৰ তথ্য অনুসৰি কৰ’নাত সুস্থ হৈ উঠা ৪০ শতাংশৰাে অধিক লােকৰ শৰীৰত বিভিন্ন ধৰণৰ উপসর্গই দেখা দিছে।

ADVERTISEMENT

একেটা অধ্যয়নতে গৱেষকে লাভ কৰা তথ্যত উল্লেখ কৰা মতে, প্রায় ১০ শতাংশ ৰােগী কৰ’নাত সুস্থ হােৱাৰ তিনিমাহৰ পাছতাে একাধিক উপসর্গত আক্রান্ত হৈ আছে।

RelatedPosts

দিল্লীৰ চিকিৎসালয়ত হঠাতে বাঢ়িছে ৰোগীৰ সংখ্যাঃ এইম্‌ৰ চিকিৎসকে কি ক’লে?

ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, দিল্লী এইমছত অগ্নিকাণ্ড!

50 crore dowry demanded from bride: কইনাক ৫০ কোটিৰ যৌতুক দাবী এইম্‌ৰ শীৰ্ষ স্থানপ্রাপ্তৰ

এইমছৰ চিকিৎসকে উত্তৰ ভাৰতৰ ১২০০ৰাে অধিক কৰ’না ৰােগীক সামৰি এই বিষয়ত এক অধ্যয়ন চলাইছিল। এইমছৰ মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসক নৱনীত বিগৰ নেতৃত্বত এই অধ্যয়ন চলােৱা হৈছিল।

ডাঃ বিগে কয় যে এই অধ্যয়নৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে কৰ’নাত আক্রান্ত হােৱা ৰােগীয়ে সুস্থ হােৱাৰ পাছতাে তিনিৰ পৰা ছমাহলৈকে স্থানীয চিকিৎসকৰ স’তে যােগাযােগ ৰখা উচিত।

কিয়নাে ৪০ শতাংশৰাে অধিক সুস্থ ৰােগীৰ শৰীৰত ছমাহ পর্যন্ত ক’ভিড সদৃশ কেতবােৰ উপসর্গ বৰ্তি আছিল। অধ্যয়নত অংশ লােৱা ক’ভিড ৰােগীসকলৰ মাত্র ১০ শতাংশৰহে তিনিমাহৰ ভিতৰত উপসর্গ আঁতৰ হৈছিল।

ডাঃ বিগে লগতে কয় যে ক’ভিডত সুস্থ হােৱা লােক আতংকিত হােৱাৰ প্রয়ােজন নাই, কিন্তু তেওঁলােক সাৱধান হােৱাটো জৰুৰী। ১৮ৰ অধিক বয়সৰ মুঠ ১,২৩৪ জন ৰােগীক লৈ চলােৱা অধ্যয়নটোত ৪৯৫ ৰােগীৰ শৰীৰত সুস্থ হােৱাৰ পাছতাে একাধিক উপসর্গ প্রত্যক্ষ হৈছিল।

এইসকলৰ ১৮ শতাংশ অর্থাৎ ২২৩ জন ৰােগীৰ চাৰি সপ্তাহৰ ভিতৰত উপসর্গ আঁতৰ হৈছিল। আনহাতে, ১২ শতাংশ ৰােগীৰ ক্ষেত্ৰত ১২ সপ্তাহলৈকে উপসর্গ বৰ্তি আছিল আৰু ১০ শতাংশ ৰােগীৰ ক্ষেত্ৰত তিনিমাহৰ পাছতাে ক’ভিড সদৃশ কেতবােৰ উপসর্গ বাহাল আছিল।

কৰ’নাত সুস্থ হােৱা ৰােগীৰ মাজত সাধাৰণতে মাংসপেশীৰ বিষ, শ্বাস- প্রশ্বাসৰ সমস্যা সর্বাধিক প্রত্যক্ষ হৈছে বুলি এইছৰ গৱেষকে জানিবলৈ দিয়ে। ১০.৯ শতাংশ লােকে মাংসপেশীৰ বিষ, ৬.১ শতাংশ লােকে শ্বাস-প্রশ্বাসৰ সমস্যা, ৫.৫ শতাংশ লােকে ভাগৰ অনুভৱ কৰাৰ অভিযােগ উত্থাপন কৰিছিল। ক’ভিডত সুস্থ হােৱা একাংশ ৰােগীৰ মাজত নিদ্রাহীনতা, মানসিক অস্থিৰতা বৃদ্ধিৰ দৰে সমস্যায়াে দেখা দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIIMSCORONAVIRUS
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d