Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

মানসিক চিন্তা, বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা, অনিদ্ৰা, এচিডিটিক দিয়ক বিদায়

publisher by publisher
July 25, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
মানসিক চিন্তা, বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা, অনিদ্ৰা, এচিডিটিক দিয়ক বিদায়
25
SHARES
246
VIEWS
ShareShareShareShare

এই সমূহ ৰোগৰ কাৰণ

অত্যাধিক পৰিমাণে জ্বলা, টেঙা, ভজা-পোৰা,মচলাযুক্ত আহাৰ, অপুষ্টিকৰ আহাৰ, পচা , ফাষ্ট ফুড, চালানী মাছ, ভেজাল খাদ্যৰ উপৰিও অসময়ত আহাৰৰ খোৱা। মদ্যপান, ধূমপান, গুটকা,খৈনী, জৰ্দাপান, চাহ ,কফি বেছিকৈ খোৱা। বিষনাশক ঔষধ, আইৰণ টনিক ব্যৱহাৰ। প্ৰচুৰ পৰিমাণে পানী নোখোৱা, মানসিক চিন্তা, অনিদ্ৰা, ভয়-সঙ্কোচ, বদহজম, গ্ৰহণী, অতিসাৰ, যকৃতৰোগ আদিৰ কাৰণে অম্লপিত্ত হয়।

উল্লেখিত কাৰণত পাকস্থলীত থকা শ্লেষ্মিক কলা সঘনাই উত্তেজিত হোৱাৰ বাবেই অতিৰিক্ত পৰিমাণে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন (অম্লৰস) নি:সৰণ হয়। এইদৰে অতিৰিক্ত পৰিমাণে নি:সৰিত হোৱা অম্লৰসৰ কাৰণে অম্লপিত্ত ৰোগ উৎপন্ন হয়। অম্লপিত্ত ৰোগ দুই প্ৰকাৰৰ – (১) তীব্ৰ অম্লপিত্ত আৰু (২) সঞ্চিত অম্লপিত্ত ।

ইয়াৰ সাধাৰণ লক্ষণসমূহ

আহাৰ খোৱাৰ প্ৰতি অনিচ্ছা, অজীৰ্ণতা, ওকালি, বমি আদি লক্ষণ সমূহ দিনৰ সকলো সময়তে হয় যদিও পূৱাবেলা অধিক প্ৰৱলতা দেখা যায়। পাকস্থলীত অহৰহ ভৰতা অনুভৱ হয়, ওপৰ পেটৰ বিষ সদায় থাকে যদিও কেতিয়াবা হঠাতে বেছি হয়। সঘনাই পিয়াহ লগাই, হাত-ভৰিত পোৰণি উঠে।

একেৰাহে বহুত দিন ৰোগাক্ৰান্ত হৈ থাকিলে পূষ্টিহীনতা আৰু ৰক্তহীনতাৰ কাৰণে শৰীৰ দূৰ্বল আৰু অৱশ হয়। সঠিক সময়ত চিকিৎসা নকৰিলে ৰোগীৰ অন্নদ্ৰৱ শূলৰ উপৰিও আনুসংগিক উপসৰ্গ হোৱাৰ সম্ভাৱনা থাকে।

★ সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধূই একলিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খালে পাকস্থলীত সঞ্চিত হৈ থকা অতিৰিক্ত অম্লৰস আৰু বদহজম আহাৰ অন্ত্ৰলৈ সঞ্চালন হৈ শৌচৰ লগত বাহিৰ হয়। সেয়েহে কুহুমীয়া গৰমপানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিস্কাৰহয় বাবে গেষ্ট্ৰিক হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰমপানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি।

ADVERTISEMENT

তাৰোপৰি কুহুমীয়া গৰমপানী খালে যকৃত, কিডনী , অগ্নাশয় , থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ-পেচাব নিয়মীয়া হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ খাওক।

RelatedPosts

বিহুৰ লাৰু-পিঠা খাই গেছৰ সমস্যাত ভুগিছে নেকি !তেনেহ’লে ঘৰতেই খাওক এইসমূহ ঔষধ

Bad Breath : মুখৰ পৰা দুর্গন্ধ ওলায় ? পেটৰ সমস্যাত ভোগা নাইতো

★ আহাৰ খোৱাৰ আধাঘন্টাৰ আগতে আৰু এঘন্টাৰ পাছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে গেষ্ট্ৰিক ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পাছত পিত্তৰস আহাৰৰ স’তে ভালদৰে মিহলি হলেহে সহজেই হজম হয়। কিন্তু আহাৰ খোৱাৰ পাছত পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায় বাবে সঠিক ভাৱে আহাৰ পৰিপাক হব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।

★ আমি আহাৰ খোৱাৰ পাছত কমেও এঘন্টা বাওঁকাতিহৈ শুৱা উচিত। বাওঁকাতিহৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰোক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তাৰোপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰবেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হব নোৱাৰে গেষ্ট্ৰিক থকা ব্যক্তিয়ে সদায় বাওঁকাতিকৈ শুৱা উচিত।

★ অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহত এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অঙ্গ-প্ৰত্যঙ্গ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হব নোৱাৰে।

★ অম্লপিত্তৰ কাৰণে পদিনা বৰ উপকাৰী। পদিনা খালে বদহজম, বুকু জ্বলাপোৰা কৰা, পেটফুলা আৰু টেঙাপানী অহা নিমিষতে নাইকিয়া হয়‌।

★ অম্লপিত্তৰ বাবে মানিমুণি বৰ উপকাৰী। ৰাতিপুৱা সদায় মানিমুণি পাত আঠ/দহ টামান চোবাই খালে অম্লপিত্ত ভাল হয় । তাৰোপৰি মানিমুণি খালে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ উপৰিও ভাল টোপনি হয় বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ হয়।

★ ভাত খোৱাৰ আগমূহুৰ্ত্তত এটুকুৰা আদা ক’লা নিমখৰ স’তে খালে হজম শক্তি বৃদ্ধি হয় বাবে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে।

★ অম্লপিত্ত ৰোগীয়ে টোপনি খতি নকৰিব । খং, ৰাগ, মানসিক চিন্তা আদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Acidity
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d