Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

যুৱ শক্তিয়েই হৈছে দেশৰ শক্তি : মঙ্গলছিং তিমুং

পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

publisher by publisher
August 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
যুৱ শক্তিয়েই হৈছে দেশৰ শক্তি : মঙ্গলছিং তিমুং
যুৱ শক্তিয়েই হৈছে দেশৰ শক্তি : মঙ্গলছিং তিমুং
যুৱ শক্তিয়েই হৈছে দেশৰ শক্তি : মঙ্গলছিং তিমুং
5
SHARES
50
VIEWS
ShareShareShareShare

পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি পৰিষদীয় ৮ নম্বৰ হামৰেণ সমষ্টিৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । কাৰ্বি পৰিষদৰ হামৰেণ যুৱ মৰ্চাৰ মণ্ডল কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথিৰূপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং উপস্থিত থাকি ভাষণ প্ৰসংগত এই বুলি মন্তব্য কৰে, “যুৱ শক্তিয়েই হৈছে দেশৰ শক্তি, যুৱ প্ৰজন্মৰ ভূমিকাই এখন দেশৰ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত অন্যতমভাৱে যোগাত্মক প্ৰভাৱ পেলায়।”

ADVERTISEMENT

লগতে যুৱ সমাজক এখন উন্নত, শান্তিপূৰ্ণ আৰু এখন শক্তিশালী দেশ গঢ়াৰ মূল নায়ক আৰু খনিকৰ বুলি মন্তব্য কৰে । সমান্তৰালকৈ দেশ, ৰাজ্য আৰু পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিজেপি চৰকাৰে উন্নয়ন আৰু বিকাশৰ বাবে কৰা কাম-কাজ, আঁচনি ৰূপায়ন আৰু পৰিকল্পনাৰ কথা সদৰী কৰাৰ লগতে বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিজেপি চৰকাৰে ব্যাপক পৰিৱৰ্তন আনিছে বুলি দাবী কৰে তিমুঙে । লগতে যুৱ প্ৰজন্মই তথা যুৱ নেতাসকলে পাহাৰীয়া দূৰ্গম অঞ্চলত বসবাস কৰা ৰাইজক বিজেপি চৰকাৰে ইতিমধ্যে ৰূপায়ন কৰা আঁচনি, গ্ৰহণ আৰু পৰিকল্পনা কৰা আঁচনিসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰিবলৈও আহ্বান জনায় তিমুঙে।

RelatedPosts

BJP leader Suspended: দৈনিক অগ্ৰদূত’ৰ বাতৰি প্ৰভাৱ,চোৰাং বিলাতী সুৰা ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত বিজেপিৰ পৰা নিলম্বন ৰাকেশ নাগ

নিৰ্বাচনী তৎপৰতা তুংগত পশ্চিম কাৰ্বি আংলঙত

হামৰেণ সমষ্টিত জয় আমাৰ, কিন্তু নিশ্চিত পৰাজয় বিৰোধীৰ : মংগলছিং তিমুং

ভাৰতীয় জনতা যুৱ মৰ্চাৰ হামৰেণ মণ্ডল সমিতিৰ সভাপতি মোহন ৰংফাৰে যুৱ মৰ্চাৰ কৰণীয় সাংগঠনিক কাম-কাজ, দায়িত্ব আদি সম্পৰ্কে আলোচনা কৰাৰ লগতে সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা যুৱ মৰ্চাই গুৰুত্ত্বপূৰ্ণ ভূমিকা আৰু গুৰু দায়িত্ব হাতত লৈ বিৰোধীৰ বিৰুদ্ধে যুঁজ দিবলৈ এতিয়াৰে পৰা মাৰ বান্ধি সাজু হ’বলৈ মৰ্চাৰ বিষয়ববীয়সকলক আহ্বান জনায় ।

উল্লেখযোগ্য যে আয়োজিত সভাত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ উপৰিও ভাৰতীয় জনতা যুৱ মৰ্চাৰ হামৰেণ মণ্ডল সমিতিৰ সভাপতি মোহন ৰংফাৰৰ লগতে মণ্ডল যুৱ মৰ্চাৰ সম্পাদক, অন্যান্য বিষয়ববীয়াসকল, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰী সদস্য পূৰ্ণ ৰংহাং, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, সম্পাদিকা প্ৰিয়া ইংহিপি, গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, আৰু ভালে সংখ্যক বিজেপি নেতা-কৰ্মকৰ্তা উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJYMMangal Sing Timung
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d