Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ

publisher by publisher
August 21, 2021
in Assam, India, News
Reading Time: 1 min read
0
মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ
2
SHARES
17
VIEWS
ShareShareShareShare

অন্য ৰাজ্যত ক’ভিড সংক্ৰমণ হ্ৰাস পালেও গুৱাহাটীত হ্ৰাস পোৱা নাই সংক্ৰমণ । কালিৰ দিনটোত কেৱল গুৱাহাটীতে ১৬৪জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

ADVERTISEMENT

এই সন্দৰ্ভত আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদমেল আয়োজন কৰে । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰশাসনে মহানগৰীত সংক্ৰমণ ৰোধ কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে জনায় ।

RelatedPosts

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

Agp Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা

মহানগৰীত সংক্ৰমণ ৰোধ কৰিবলৈ ভোটাৰ তালিকাখনকে মূল তথ্য হিচাপে লৈ মহানগৰ প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । মহানগৰত ১২০৪টা ভোট কেন্দ্ৰ আছে আৰু ইয়াৰ বিপৰীতে ১২০৪টা ভোটাৰ তালিকা । ভোট কেন্দ্ৰৰ ১২০৪ জন ব্লক লেবেল বিষয়াক দুই পৰ্যায়ত প্ৰশিক্ষণ দিয়াৰ লগতে এখন ফৰ্ম দিয়া হৈছে ।

গাঁও অঞ্চলত গাঁওবুঢ়া আৰু আশাকৰ্মী আৰু চহৰ অঞ্চলত আশাকৰ্মী আৰু নাগৰিক সমিতিয়ে নিৰ্বাচন কৰি দিয়া এজন বা দুজন লোক এই ব্যৱস্থাত জড়িত হ’ব । তিনিজনীয়া একোটাকৈ দলে মহানগৰবাসীৰ ঘৰে ঘৰে যোৱা আৰম্ভ কৰিছে । তেওঁলোকক তিনিদিন সময়সীমা দিয়া হৈছে । এই সময়সীমাৰ ভিতৰতে অৰ্থাৎ ২৩ আগষ্টৰ ভিতৰত নিজৰ নিজৰ ভোটকেন্দ্ৰৰৰ প্ৰতিখন ঘৰত গৈ সমাপ্ত কৰিব লাগিব । এই দলে কাৰোবাৰ ঘৰত যদি কোনো লোক ভেকচিন নোলোৱাকৈ আছে তেন্তে ফৰ্মখন ফিলাপ কৰি তেওঁলোকৰ ফোন নম‌্বৰেৰে স’তে লৈ আহিব ।

https://fb.watch/7wrIM1dxJk/

২৪ আগষ্টত এই তথ্যসমূহ সম্পাদনা কৰা হ’ব । যদি সম্ভৱ হয় ২৫ আগষ্ট তাৰিখে নিৰ্দিষ্ট ভোট কেন্দ্ৰসমূহতে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ’ব । ২৫-৩১ আগষ্টলৈকে এই লোকসকলৰ ভেকচিন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । সম্পূৰ্ণ প্ৰক্ৰিয়াটো পৰিচালনা কৰিব মহানগৰৰ উপায়ুক্ত‌ই ।

আজি প্ৰশাসনৰ তৰফৰ পৰা এটা ফোন নম্বৰ প্ৰকাশ কৰা হৈছে ‘৮৯২৯১০৩৭৭৬’ এই নম্বৰটোত মহানগৰবাসীয়ে ‘মিছ কল’ মাৰিব পাৰিব । নম্বৰটোত ‘মিছ কল’ মাৰিলেই তেওঁলোকে ক’ত প্ৰতিষেধক ল’ব পাৰিব জনায় দিয়া হ’ব ।

সকলো বাণিজ্যিক-প্ৰতিষ্ঠানে ভেকচিনেচনৰ ‘ছেল্ফ ডিক্লেৰেচন’ দিব লাগিব; অৰ্থাৎ তেওঁলোকে দোকান বা মলৰ বাহিৰত লগাব লাগিব ‘উই আৰ ভেকচিনেটেড’ । তেওঁলোকৰ হাতত উপযুক্ত প্ৰমাণপত্ৰ‌ও থাকিব লাগিব ।

লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মহানগৰবাসীক প্ৰশাসনৰ পদক্ষেপক সহযোগ কৰিবলৈ আহ্বান জনায়, অন্যথা প্ৰশাসনে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও সঁকিয়নী দিয়ে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Keshab Mahanta
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d