Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ

publisher by publisher
August 21, 2021
in Assam, India, News
Reading Time: 1 min read
0
মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

অন্য ৰাজ্যত ক’ভিড সংক্ৰমণ হ্ৰাস পালেও গুৱাহাটীত হ্ৰাস পোৱা নাই সংক্ৰমণ । কালিৰ দিনটোত কেৱল গুৱাহাটীতে ১৬৪জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

ADVERTISEMENT

এই সন্দৰ্ভত আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদমেল আয়োজন কৰে । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰশাসনে মহানগৰীত সংক্ৰমণ ৰোধ কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে জনায় ।

মহানগৰীত সংক্ৰমণ ৰোধ কৰিবলৈ ভোটাৰ তালিকাখনকে মূল তথ্য হিচাপে লৈ মহানগৰ প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । মহানগৰত ১২০৪টা ভোট কেন্দ্ৰ আছে আৰু ইয়াৰ বিপৰীতে ১২০৪টা ভোটাৰ তালিকা । ভোট কেন্দ্ৰৰ ১২০৪ জন ব্লক লেবেল বিষয়াক দুই পৰ্যায়ত প্ৰশিক্ষণ দিয়াৰ লগতে এখন ফৰ্ম দিয়া হৈছে ।

গাঁও অঞ্চলত গাঁওবুঢ়া আৰু আশাকৰ্মী আৰু চহৰ অঞ্চলত আশাকৰ্মী আৰু নাগৰিক সমিতিয়ে নিৰ্বাচন কৰি দিয়া এজন বা দুজন লোক এই ব্যৱস্থাত জড়িত হ’ব । তিনিজনীয়া একোটাকৈ দলে মহানগৰবাসীৰ ঘৰে ঘৰে যোৱা আৰম্ভ কৰিছে । তেওঁলোকক তিনিদিন সময়সীমা দিয়া হৈছে । এই সময়সীমাৰ ভিতৰতে অৰ্থাৎ ২৩ আগষ্টৰ ভিতৰত নিজৰ নিজৰ ভোটকেন্দ্ৰৰৰ প্ৰতিখন ঘৰত গৈ সমাপ্ত কৰিব লাগিব । এই দলে কাৰোবাৰ ঘৰত যদি কোনো লোক ভেকচিন নোলোৱাকৈ আছে তেন্তে ফৰ্মখন ফিলাপ কৰি তেওঁলোকৰ ফোন নম‌্বৰেৰে স’তে লৈ আহিব ।

https://fb.watch/7wrIM1dxJk/

২৪ আগষ্টত এই তথ্যসমূহ সম্পাদনা কৰা হ’ব । যদি সম্ভৱ হয় ২৫ আগষ্ট তাৰিখে নিৰ্দিষ্ট ভোট কেন্দ্ৰসমূহতে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ’ব । ২৫-৩১ আগষ্টলৈকে এই লোকসকলৰ ভেকচিন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । সম্পূৰ্ণ প্ৰক্ৰিয়াটো পৰিচালনা কৰিব মহানগৰৰ উপায়ুক্ত‌ই ।

আজি প্ৰশাসনৰ তৰফৰ পৰা এটা ফোন নম্বৰ প্ৰকাশ কৰা হৈছে ‘৮৯২৯১০৩৭৭৬’ এই নম্বৰটোত মহানগৰবাসীয়ে ‘মিছ কল’ মাৰিব পাৰিব । নম্বৰটোত ‘মিছ কল’ মাৰিলেই তেওঁলোকে ক’ত প্ৰতিষেধক ল’ব পাৰিব জনায় দিয়া হ’ব ।

সকলো বাণিজ্যিক-প্ৰতিষ্ঠানে ভেকচিনেচনৰ ‘ছেল্ফ ডিক্লেৰেচন’ দিব লাগিব; অৰ্থাৎ তেওঁলোকে দোকান বা মলৰ বাহিৰত লগাব লাগিব ‘উই আৰ ভেকচিনেটেড’ । তেওঁলোকৰ হাতত উপযুক্ত প্ৰমাণপত্ৰ‌ও থাকিব লাগিব ।

লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মহানগৰবাসীক প্ৰশাসনৰ পদক্ষেপক সহযোগ কৰিবলৈ আহ্বান জনায়, অন্যথা প্ৰশাসনে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও সঁকিয়নী দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Keshab Mahanta
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d