Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অস্থিৰ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতিল আৰু ২৬০জন লোক ,জাৰি অপাৰেচন দেৱী শক্তি !

publisher by publisher
August 28, 2021
in News
Reading Time: 1 min read
0
অস্থিৰ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতিল আৰু ২৬০জন লোক ,জাৰি অপাৰেচন দেৱী শক্তি !
3
SHARES
26
VIEWS
ShareShareShareShare

আফগানিস্তানৰ পৰিস্থিতি এতিয়াও অস্থিৰ । চৰকাৰ গঠনৰ এতিয়ালৈকে কোনো খবৰ নাই। পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ ৰাখিছে ভাৰতে । ভাৰতে আফগানিস্তানৰ পৰা ভাৰতলৈ অহা শৰণাৰ্থীসকলৰ বাবে ছয় মাহৰ ই-ভিছাৰ ব্যৱস্থা কৰিছে।

ADVERTISEMENT

পৰৱৰ্তী পদক্ষেপটোৰ এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। আফগানিস্তানত ভাৰতীয়সকলক সুৰক্ষা দিয়া আৰু তেওঁলোকক ঘৰলৈ ঘূৰাই অনাটো প্ৰথম আৰু মুখ্য কৰ্তব্য। বৰ্তমানৰ বাবে, ভাৰতে সেই দেশৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ‘ৱেইট এণ্ড ৱাটচ ‘ নীতি অব্যাহত ৰাখিব বুলি জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে । জাৰি কৰা হৈছে অপাৰেচন দেৱী শক্তি ( Operation Devi Shakti)

RelatedPosts

বেলুচিস্তানৰ বিদ্ৰোহত দমনৰ লক্ষ্য কৰি আফগান শৰণাৰ্থী !

Taliban : তালিবানৰ হাতত প্ৰাণ গ’ল কাবুল বিমানবন্দৰত বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড, দাবী আমেৰিকাৰ

Earthquake in Afghanistan : ভূমিকম্পত কঁপি উঠিল আগানিস্তান, ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা ৬.৮

শুকুৰবাৰে আফগানিস্তানৰ পৰা ছয়খন বিমানত ৫৫০ জন লোকক ভাৰতলৈ অনা হৈছিল । যাৰ ভিতৰত ২৬০ জন ভাৰতীয় নাগৰিক। আফগানিস্তানৰ পৰা এতিয়াও কিছু লোকক দেশলৈ ঘূৰাই অনা হ’ব পাৰে ।

আফগানিস্তানৰ সংকটক লৈ বিশ্বৰ বিভিন্ন দেশৰ স’তে সম্পৰ্ক ৰাখি চলিছে ভাৰত যাৰ মাজত আছে আমেৰিকা , ইৰাণ আৰু উজবেকিস্তানৰ দৰে দেশসমূহ ।

আফগানিস্তানৰ পৰা ভাৰতলৈ যোৱা অন্তিম খন বিমানত মাত্ৰ ৪০ জন লোক অহাটোহে সম্ভৱ হৈছিল । বহুতোলোক বিমানবন্দৰত উপস্থিত হ’ব নোৱাৰিলে। যোৱা ২৫ আগষ্টত আফগান নাগৰিক আৰু আফগান শিখ আৰু হিন্দু সম্প্ৰদায়ৰ লোকক বিমানবন্দৰলৈ যাবলৈ বাধা দিয়া হৈছিল। ফলস্বৰূপে, তাত ৰখাই থোৱা দিল্লীগামী বিমানখন উৰা মাৰিলে। এই দাবী অৰিন্দম বাগচীৰ

আফগানিস্তান তালিবানৰ দ্বাৰা দখল কৰাৰ পাছৰে পৰা, ভাৰতীয়সকলৰ লগতে আফগান নাগৰিকসকলক দেশখনৰ পৰা স্থানান্তৰ কৰা আৰম্ভ কৰিছে ভাৰতে । ইয়াৰ পূৰ্বে আফগানিস্তানৰ পৰা ২২৮ জন ভাৰতীয়সহ মুঠ ৬২৬ জন লোকক ভাৰতলৈ অনা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে তেওঁলোকৰ ৭৭ জন আফগান শিখ। মন্ত্ৰীজনে অৱশ্যে দাবী কৰিছিল যে ভাৰতীয় দূতাবাসত কাম কৰা সকলক তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanAfghanistan crisisKabulTaliban
publisher

publisher

Related Posts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d