Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অস্থিৰ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতিল আৰু ২৬০জন লোক ,জাৰি অপাৰেচন দেৱী শক্তি !

publisher by publisher
August 28, 2021
in News
Reading Time: 1 min read
0
অস্থিৰ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতিল আৰু ২৬০জন লোক ,জাৰি অপাৰেচন দেৱী শক্তি !
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

আফগানিস্তানৰ পৰিস্থিতি এতিয়াও অস্থিৰ । চৰকাৰ গঠনৰ এতিয়ালৈকে কোনো খবৰ নাই। পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ ৰাখিছে ভাৰতে । ভাৰতে আফগানিস্তানৰ পৰা ভাৰতলৈ অহা শৰণাৰ্থীসকলৰ বাবে ছয় মাহৰ ই-ভিছাৰ ব্যৱস্থা কৰিছে।

ADVERTISEMENT

পৰৱৰ্তী পদক্ষেপটোৰ এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। আফগানিস্তানত ভাৰতীয়সকলক সুৰক্ষা দিয়া আৰু তেওঁলোকক ঘৰলৈ ঘূৰাই অনাটো প্ৰথম আৰু মুখ্য কৰ্তব্য। বৰ্তমানৰ বাবে, ভাৰতে সেই দেশৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ‘ৱেইট এণ্ড ৱাটচ ‘ নীতি অব্যাহত ৰাখিব বুলি জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে । জাৰি কৰা হৈছে অপাৰেচন দেৱী শক্তি ( Operation Devi Shakti)

শুকুৰবাৰে আফগানিস্তানৰ পৰা ছয়খন বিমানত ৫৫০ জন লোকক ভাৰতলৈ অনা হৈছিল । যাৰ ভিতৰত ২৬০ জন ভাৰতীয় নাগৰিক। আফগানিস্তানৰ পৰা এতিয়াও কিছু লোকক দেশলৈ ঘূৰাই অনা হ’ব পাৰে ।

আফগানিস্তানৰ সংকটক লৈ বিশ্বৰ বিভিন্ন দেশৰ স’তে সম্পৰ্ক ৰাখি চলিছে ভাৰত যাৰ মাজত আছে আমেৰিকা , ইৰাণ আৰু উজবেকিস্তানৰ দৰে দেশসমূহ ।

আফগানিস্তানৰ পৰা ভাৰতলৈ যোৱা অন্তিম খন বিমানত মাত্ৰ ৪০ জন লোক অহাটোহে সম্ভৱ হৈছিল । বহুতোলোক বিমানবন্দৰত উপস্থিত হ’ব নোৱাৰিলে। যোৱা ২৫ আগষ্টত আফগান নাগৰিক আৰু আফগান শিখ আৰু হিন্দু সম্প্ৰদায়ৰ লোকক বিমানবন্দৰলৈ যাবলৈ বাধা দিয়া হৈছিল। ফলস্বৰূপে, তাত ৰখাই থোৱা দিল্লীগামী বিমানখন উৰা মাৰিলে। এই দাবী অৰিন্দম বাগচীৰ

আফগানিস্তান তালিবানৰ দ্বাৰা দখল কৰাৰ পাছৰে পৰা, ভাৰতীয়সকলৰ লগতে আফগান নাগৰিকসকলক দেশখনৰ পৰা স্থানান্তৰ কৰা আৰম্ভ কৰিছে ভাৰতে । ইয়াৰ পূৰ্বে আফগানিস্তানৰ পৰা ২২৮ জন ভাৰতীয়সহ মুঠ ৬২৬ জন লোকক ভাৰতলৈ অনা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে তেওঁলোকৰ ৭৭ জন আফগান শিখ। মন্ত্ৰীজনে অৱশ্যে দাবী কৰিছিল যে ভাৰতীয় দূতাবাসত কাম কৰা সকলক তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanAfghanistan crisisKabulTaliban
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d